জগদীশ মুখী

জগদীশ মুখী (ইংৰাজী: Jagdish Mukhi) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ ২৮তম ৰাজ্যপাল। তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য। অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। ইয়াৰ আগতে তেওঁ দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, অৱকাৰী আৰু কৰ আৰু উচ্চ শিক্ষা মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।

জগদীশ মুখী
জগদীশ মুখী
অসমৰ ৰাজ্যপাল
কাৰ্যকাল
৩০ ছেপ্টেম্বৰ ২০১৭ – ২০ ফেব্ৰুৱাৰী ২০২৩
পূৰ্বসূৰী বানৱাৰীলাল পুৰোহিত
উত্তৰসূৰী গুলাব চান্দ কাটাৰিয়া
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল
কাৰ্যকাল
আগষ্ট ২০১৬ – ছেপ্টেম্বৰ ২০১৭
পূৰ্বসূৰী এ. কে. সিং
উত্তৰসূৰী দেৱেন্দ্ৰ কুমাৰ যোশী
ব্যক্তিগত তথ্য
জন্ম
জগদীশ মুখী

১ ডিচেম্বৰ, ১৯৪২ (৮১ বছৰ)
দ্বাজল, ডেৰা গাজি খান, পঞ্জাব, ব্ৰিটিছ ভাৰত (বৰ্তমান পঞ্জাব, পাকিস্তান)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা পিএইছডি (বিত্ত)
শিক্ষানুষ্ঠান কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়
দিল্লী বিশ্ববিদ্যালয়

প্ৰাৰম্ভিক জীৱন

১৯৪২ চনৰ ১ ডিচেম্বৰ তাৰিখে দ্বাজল,ডেৰা গাজি খানত এক পঞ্জাবী পৰিয়ালত জগদীশ মুখীৰ জন্ম হৈছিল। চাৰি বছৰ বয়সত ১৯৪৭ ৰ দেশ বিভাজনৰ বাবে তেওঁৰ পৰিয়াল ভাৰতলৈ গুচি আহি সহনাত নিগাজীকৈ থাকিবলৈ লয়।

তেওঁ ১৯৫৬ চনত ৰাজস্থানৰ অলৱাৰ জিলাৰ ৰাজ ঋষি কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত ১৯৬৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ আগলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছহিদ ভগৎ সিং কলেজত অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৫ চনৰ অক্টোবৰ মাহৰ তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা বিত্ত বিভাগত পিএইছডি ডিগ্ৰী লাভ কৰে।

১৯৭০ চনত তেওঁ প্ৰেম গ্ৰভাৰৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ এগৰাকী সমাজ সেৱিকা আৰু মহিলা জাগৃতি সংঘৰ সদস্যা। তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

অসমইংৰাজী ভাষাভাৰতীয় জনতা পাৰ্টিৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ

🔥 Trending searches on Wiki অসমীয়া:

প্ৰথম বিশ্বযুদ্ধলক্ষ্মীধৰ শৰ্মাউদকাউণ্টি কিউলেনআকাশবাণী গুৱাহাটীপৃথিৱীবনঘোষাবৃক্ষবেদলাভলীনা বৰগোহাঁইআকবৰঅনিৰুদ্ধতলাতল ঘৰইতিহাসমিত্ৰদেৱ মহন্তভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাআজান পীৰহোমেন বৰগোহাঞিঅখণ্ড সংখ্যাউত্তৰ গুৱাহাটীগণেশচিকিৎসা বিজ্ঞানবেংকপৰিৱেশ বিজ্ঞানকামিনী কাঞ্চনজাপিপালি ভাষাগুণাভিৰাম বৰুৱাঅসম বৈভৱ বঁটাপাইক প্ৰথাবঙালী ভাষাশকুন্তলাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামণিৰাম দেৱানঅশোকাষ্টমীভাৰতৰ স্বাধীনতা আন্দোলনশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰকৰম পূজাউজনি অসমশদিয়াজয়মতী (১৯৩৫ চলচ্চিত্ৰ)আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅনুবাদপ্ৰাকৃতিক দুৰ্যোগঅৰ্জুন ভঞ্জনবাঁহ-গোসাঁই উৎসৱফকৰা যোজনাকাছজল সংৰক্ষণগায়ত্ৰী মহন্তশোণিতপুৰ (লোকসভা সমষ্টি)ৰাতি বিহুসৰস্বতী পূজাঅসমৰ পৰম্পৰাগত সাজ-পাৰব্ৰজাৱলী ভাষানাগালেণ্ডকোচ ৰাজবংশযোগাসনগৌৰৱ গগৈঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবাঁহীৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমপ্ৰাকৃতিক পৰিৱেশভাৰতৰ ৰাষ্ট্ৰপতিযৌন সংগমপ্ৰাচীন গ্ৰীচমঙ্গলদৈ (লোকসভা সমষ্টি)বগা কাঞ্চনপ্ৰাগজ্যোতিষপুৰদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাবসন্ত ঋতুযোৰহাটৰামশিশু সাহিত্য🡆 More