চিৰ চেনেহী মোৰ ভাষা জননী

চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। ইয়াৰ ৰচক হ'ল সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। যোৰহাটৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাই এই গীতৰ স্বৰলিপি সৃষ্টি কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়। সভাৰ বাহিৰে আন অনুষ্ঠানত এই গীত পৰিবেশন কৰাৰ অনুমতি নাই।

গীতটোৰ সম্পূৰ্ণ পাঠ


চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত-পাৱনী, আই॥

প্ৰকৃতি পৰশ-ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চম্পাৰ কলি
ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি সনা
শুনি বাণী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ
বসনা শিতানে বহি সিঁচা শতধাৰ
হে' মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,
দিয়া দিয়া দিয়া আই, মধু-ভাষিণী॥


তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

অসম সাহিত্য সভাঅসমীয়াইন্দ্ৰেশ্বৰ শৰ্মামিত্ৰদেৱ মহন্তযোৰহাটসাহিত্য অকাডেমি বঁটা

🔥 Trending searches on Wiki অসমীয়া:

শৰৎচন্দ্ৰ চট্টোপাধ্যায়ব্যক্তিত্বডিম্বেশ্বৰ নেওগশকুন্তলামৌখিক পৰম্পৰাইংৰাজী ভাষাশৰাইঘাট দলংমৰাণ জনগোষ্ঠীগৰুঅসমৰ গামোচাশূন্যঘৰ শালিকাবিহু নৃত্যশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহমহিম বৰাকেঁচুচৰাইবৰপেটাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামহেশ্বৰ নেওগলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীজন গণ মনশ্ৰীমন্ত শংকৰদেৱসাহিত্যচৈয়দ আব্দুল মালিকগণতন্ত্ৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাভাৰতৰ সংবিধানগোৱালপৰীয়া লোকগীতৱিকিমিডিয়া ফাউণ্ডেশ্যনকামৰূপ জিলাইতিহাসনগাঁও (লোকসভা সমষ্টি)অসমীয়া প্ৰতিদিনশব্দ প্ৰদূষণৰাধাগোবিন্দ বৰুৱাকেশৱ মহন্তভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকালক্ষ্মীনন্দন বৰাফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাকৃষ্ণকান্ত সন্দিকৈচিৰ চেনেহী মোৰ ভাষা জননীসত্যনাথ বৰাঅলিম্পিকভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅসমীয়া লোক-সংস্কৃতিকাৰ্বি জনগোষ্ঠীঅভিধাননিৰোদ চৌধুৰীআউনীআটী সত্ৰযোৰহাটঅনাভেদী যৌনক্ৰিয়াহস্তমৈথুনহৰেকৃষ্ণ ডেকাঅসমৰ সাধুকথাউৎসৱড়নৱবিধা ভক্তিকিতাপ পঢ়াৰ আনন্দশেলাইবিষ্ণুৰাম মেধিহেমচন্দ্ৰ বৰুৱাকোণনলিনীবালা দেৱীঁ (চন্দ্ৰবিন্দু)হীৰেন গোহাঁইভাৰতীয় শিল্পকলামানুহচৰাইদেউ জিলাফ্লোৰেন্স নাইটিংগেলঈয়াৰুইঙ্গমপ্লাষ্টিকশিক্ষা মনোবিজ্ঞানবিপৰীতাৰ্থক শব্দভাৰতৰ উপৰাষ্ট্ৰপতিঅম্বিকাগিৰি ৰায়চৌধুৰী🡆 More