চ'ত: অসমীয়া আৰু বাংলা বৰ্ষৰ দ্বাদশ মাহ

চ'ত অসমীয়া বৰ্ষপঞ্জীৰ অন্তিম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, আৰু ফাগুনৰ অন্যতম। বহাগত ৩০ দিন থাকে। ১ চ'ত হ'ল এই মাহৰ প্ৰথম দিন। এই মাহৰ অন্তত অসমীয়া নববৰ্ষৰ আৰম্ভ হয়। ৩০ চ'তৰ দিনা অসমীয়া লোকে ৰঙালী বিহুৰ আৰম্ভণি হিচাপে গৰু বিহু পালন কৰে। এই দিনা মহাবিষুব সংক্ৰান্তি। হিন্দু ধৰ্ম অনুসৰি, চ'ত মাহৰ প্ৰথম দিনাৰ পৰা প্ৰভু ব্ৰহ্মাই সৃষ্টি আৰম্ভ কৰিছিলে। নৱবৰ্ষ বা হিন্দু নৱবৰ্ষৰ দিনটি চ'ত মাহৰ প্ৰথম দিনা উদযাপিত হয়। এই মাহটিত বসন্ত ঋতুৰ আৰম্ভ হয়। উগাদি, গুড়ি পৰ্ব চ'তি চান্দ হ'ল তেলেগু আৰু কানাড়া নৱবৰ্ষ হিচাপে উদযাপন কৰা উৎসৱ। ইয়াৰ লগতে মাৰাঠী আৰু সিন্ধি নৱবৰ্ষ।চ'ত মাহৰ একাদশী তিথিৰ পৰা বাসন্তী পূজাৰ নৱৰাত্ৰি আৰম্ভ হয়। নৱমী তিথিত শ্ৰী ৰাম চন্দ্ৰৰ জন্ম দিন হিচাপে ৰামনৱমী উদযাপন কৰা হয়। এই সময়ত অসমৰ হাবিত কুলি চৰাই মাত শুনিবলৈ পোৱা যায়।

০১
16
০২
17
০৩
18
০৪
19
০৫
20
০৬
21
০৭
22
০৮
23
০৯
24
১০
25
১১
26
১২
27
১৩
28
১৪
29
১৫
30
১৬
31
১৭
01
১৮
02
১৯
03
২০
04
২১
05
২২
06
২৩
07
২৪
08
২৫
09
২৬
10
২৭
11
২৮
12
২৯
13
৩০
14
১৪২৯ ভাস্কৰাব্দ

চ'ত: অসমীয়া আৰু বাংলা বৰ্ষৰ দ্বাদশ মাহ
গৰু বিহুৰ দিনা সমূহীয়াকৈ গৰুক গা ধুওৱা দৃশ্য
চ'ত: অসমীয়া আৰু বাংলা বৰ্ষৰ দ্বাদশ মাহ
আমাৰ ডালত বহি মাতি থকা মাইকী কুলি চৰাই এজনী

অন্য পঞ্জিকাত ব'হাগৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত চ'ত মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকামাৰ্চ আৰু এপ্ৰিল হয়। চ'ত ১৪ বা ১৫ মাৰ্চত আৰম্ভ হয় আৰু এপ্ৰিলৰ মধ্যলৈকে থাকে। চ'ত মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত ফাল্গুন মাহ চলি থাকে।

উৎসৱ পৰ্ব আদি

২০২০চন অনুসৰি

  • ১৭ চ'ত : বাসন্তী পূজা (সপ্তমী)
  • ২৬ চ'ত : চাবেবৰাৎ
  • ২৮ চ'ত : ইষ্টা চ‍্যাটাৰডে
  • ২৯ চ'ত: শ্ৰী শ্ৰী নীল পূজা
  • ৩০ চ'ত : মহাবিষুৱ সংক্ৰান্তি, গৰু বিহু, চড়ঁক পূজা,

তথ্যসূত্ৰ

Tags:

আঘোণআহাৰআহিনউগাদিএকাদশীকাতিগুড়ি পৰ্বগৰু বিহুজেঠনৱৰাত্ৰিপুহফাগুনব'হাগভাদমাঘশাওণৰঙালী বিহুৰাম

🔥 Trending searches on Wiki অসমীয়া:

চৰাইদেউ জিলাসংস্কৃত ভাষাঅসমৰ মুখা শিল্পজ্যোতি সংগীতপুথিভঁৰালপৰিৱেশ অধ্যয়নতথ্য প্ৰযুক্তিসমাজঅসমীয়া সাহিত্যত মালিতাসাহিত্য অকাডেমি বঁটাউপনিষদজুবিন গাৰ্গধৰ্মসমবাহু ত্ৰিভুজপদ (ব্যাকৰণ)লক্ষ্মীধৰ শৰ্মাবিজ্ঞাপনকুচিয়া মাছদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰনাগাৰা নামকুলিবুঢ়ী আইৰ সাধুযুগ্ম সংখ্যালখিমপুৰ জিলাবাথৌ পূজাহনুমানকাঞ্চন (উপন্যাস)ৰামানুজন আৰু তেওঁৰ গণিত (গ্ৰন্থ)কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমৰ কুঁহিলা শিল্পমৰাণ জনগোষ্ঠীনাগৰিকত্বওড়িয়া ভাষাডাকৰ বচনকৃষ্ণকান্ত সন্দিকৈভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসমীয়া ভাষা আন্দোলনগৱেষণাজয়মতী কুঁৱৰীৰাজনীতিঅৰ্জুন ভঞ্জনইণ্টাৰনেটঅসমৰ বাঁহ-বেতৰ শিল্পতিৱা জনগোষ্ঠীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলসম্ৰাট অশোকপোহৰমোৰ জীৱন সোঁৱৰণপায়ু সংগমঅন্নপ্ৰাশনৰাসায়নিক মৌলঅসমীয়া ভাষাৰ শব্দসম্ভাৰপাচনবিদ্যুৎসাঁচিপাতকমলা মিৰিবৰদৈচিলামানৱ উন্নয়ন সূচকমহাভাৰতপ্লাষ্টিকমহিলাৰ বিৰুদ্ধে হিংসাউত্তৰ-পূব ভাৰতএশিঙীয়া গঁড়অসমৰ গামোচামানৱ শৰীৰমাধৱী লতাচকৰি ফেঁটী বুৰঞ্জীসালোক সংশ্লেষণমনোমতীপাতবুৰঞ্জীঅসমৰ পৰম্পৰাগত খেল-ধেমালিভাৰত ত্যাগ আন্দোলন🡆 More