ঘোঁৰা (ইংৰাজী: Horse; Equus ferus caballus) হৈছে এক প্ৰকাৰৰ তৃণভোজী প্ৰাণী। প্ৰায় ৪৫ৰ পৰা ৫৫ নিযুত বছৰ আগতেই ঘোঁৰাৰ বিৱৰ্তন আজিৰ ৰূপ পাইছে বুলি বিজ্ঞানীসকলে কয়। প্ৰায় ৪০০০ খ্ৰীষ্ট পূৰ্ৱতেই মানুহে ঘোঁৰাক পোহনীয়া কৰিছিল। উপ-প্ৰজাতি caballusৰ অন্তৰগত সদস্যবোৰ পোহনীয়া, যদিও কিছুমান পোহনীয়া ঘোঁৰা অৰণ্যত feral horse হিচাপে বাস কৰে। এই ঘোঁৰাবোৰ প্ৰকৃততে বন্য ঘোঁৰা নহয়, কিয়নো বন্য ঘোঁৰাক কেতিয়াও পোহনীয়া কৰিব নোৱাৰি। বৰ্তমানে জীৱিত একমাত্ৰ বন্য ঘোঁৰাৰ উপ-প্ৰজাতিটো হৈছে, বিপন্ন Przewalski's horse।
পোহনীয়া ঘোঁৰা | |
---|---|
সংৰক্ষণ স্থিতি | |
পোহনীয়া | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Perissodactyla |
পৰিয়াল: | Equidae |
গণ: | Equus |
প্ৰজাতি: | E. ferus |
উপপ্ৰজাতি: | E. f. caballus |
ত্ৰিপদ নাম | |
Equus ferus caballus Linnaeus, 1758 | |
সমাৰ্থক | |
at least 48 published |
This article uses material from the Wikipedia অসমীয়া article ঘোঁৰা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.