গাহৰি

পোহনীয়া গাহৰি (ইংৰাজী: Domestic pig; Sus scrofa domesticus বা Sus domesticus), হৈছে এবিধ ডাঙৰ, খুৰা যুক্ত প্ৰাণী ; ইহঁতক এটা নিৰ্দিষ্ট প্ৰজাতি অথবা বনগাহৰিৰ উপ-প্ৰজাতি বুল্ গণ্য কৰা হয়। ইহঁতৰ মূৰ আৰু দেহৰ দৈৰ্ঘ্য প্ৰায় ০.৯ৰ পৰা ১.৮ মিটাৰ (৩৫ৰ পৰা ৭১ ইঞ্চি) পৰ্যন্ত হয়, আৰু পূৰ্ণ বয়স্কৰ ওজন ৫০ৰ পৰা ৩৫০ কিলগ্ৰাম (১১০ৰ পৰা ৭৭০ পাউণ্ড) পৰ্যন্ত হয়। খুৰা যুক্ত প্ৰাণীবোৰ সাধাৰণতে তৃণভোজী হয় যদিয়ো ইহঁত ইহঁতৰ বন্য প্ৰজাতিৰ দৰেই সৰ্বভোজী।

পোহনীয়া গাহৰি
গাহৰি
পোৱালীসহ পোহনীয়া গাহৰি
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
পৰিয়াল: Suidae
গণ: Sus
প্ৰজাতি: S. scrofa
লিনিয়াছ, ১৭৫৮
উপপ্ৰজাতি: S. s. domesticus
ত্ৰিপদ নাম
Sus scrofa domesticus
Erxleben, ১৭৭৭
সমাৰ্থক
  • Sus scrofa domestica
    Erxleben, 1777
  • Sus domesticus Erxleben, 1777
  • Sus domestica Erxleben, 1777

পোহনীয়া গাহৰিবোৰ, সাধাৰণতে মাংসৰ বাবে পালন কৰা হয়। ইহঁতৰ হাড়, চাল আৰু নোমবোৰো ব্যৱসায়িক উৎপাদ হিচাপে ব্যৱহৃত হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাপ্ৰজাতি (জীৱবিদ্যা)

🔥 Trending searches on Wiki অসমীয়া:

কৰ্ণ (অংগ)এলবাৰ্ট আইনষ্টাইনমোৱামৰীয়া বিদ্ৰোহগণৰাজ্য দিৱস (ভাৰত)অসমত দেখা পোৱা মাছৰ তালিকাগদ্যঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাতেজপুৰবসন্ত ঋতুবেটুপাতৱিকিপিডিয়াচাণক্যহাঁচতিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅসমৰ জনগোষ্ঠীৰুদ্ৰৰাম বড়দলৈবাজেটধ্বনিতত্ত্বসালোক সংশ্লেষণযুগ্ম সংখ্যাচৈয়দ আব্দুল মালিকসৌৰ শক্তিকেৰুমণি১৭ এপ্ৰিলঅংগৰাগ মহন্তনাৰী সবলীকৰণকামিনী কাঞ্চনজলসিঞ্চনহাড়পৰ্যটনজ্যোতিপ্ৰসাদ আগৰৱালানৰেন্দ্ৰ মোদীজয়সাগৰ পুখুৰীএৰী ৰেচমবিৰিঞ্চি কুমাৰ বৰুৱাসৰ্পগন্ধাকলৰাজ্যসভাবৃক্ষগোলকীয় উষ্ণতা বৃদ্ধিযোগাসনভাৰতৰ প্ৰধানমন্ত্ৰীএ পি জে আব্দুল কালামকালিচৰণ ব্ৰহ্মঅসমীয়া জাতিভীমৰাও ৰামজী আম্বেদকাৰউইলিয়াম শ্বেইকছপীয়েৰযৌন প্ৰৱেশক্ৰিয়াযোগাত্মক বিপৰীত সংখ্যাপোলেণ্ডপূৰবী বৰমুদৈভট্টদেৱৰ গদ্যশৈলীঅসমৰ পৰম্পৰাগত সাজ- পাৰইতিহাসভটিমাকাউণ্টি কিউলেননলিনীবালা দেৱীমদন কামদেৱ দেৱালয়পাৰিজাত হৰণ নাটএছিয়াৰমন্যাসবাদভাৰত-আৰ্য ভাষা পৰিয়ালঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদতগৰসমাজতত্ত্বভাৰতীয় নাগৰিকত্ব আইনসুবাসনা দত্তকপৌ ফুলভট্টদেৱস্বাভাৱিক সংখ্যাকুকুৰালেছবিয়ানশিশুডাকৰ বচনঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাদেওপাহাৰভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য🡆 More