গাঁও পঞ্চায়ত

গাঁও পঞ্চায়ত (ইংৰাজী: Village Council) ভাৰতৰ পঞ্চায়তী ৰাজ প্ৰণালীত, গাঁও বা সৰু এলেকাৰ স্তৰত গ্ৰাম্য পঞ্চায়ত বা গাঁও পঞ্চায়ত আছে, যি হৈছে ভাৰতৰ স্থানীয় স্ব-শাসনৰ এক মুখ্য উপাদান। পঞ্চায়তী ৰাজ প্ৰণালীৰ তিনিস্তৰীয় সংগঠনৰ ভিতৰত গাঁও পঞ্চায়ত হৈছে নিম্নতম স্তৰৰ সংগঠন। ই গাঁও সভাৰ কাৰ্যকৰী সমিতি হিচাপে কাম কৰে। প্ৰাচীন কালৰ পৰা ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনত গাঁও পঞ্চায়তৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। ৰাজহুৱা জীৱনৰ প্ৰতিটো দিশ ইয়াৰ দ্বাৰা পৰিচালিত হৈছিল আৰু বৰ্তমানেও সমাজত ইয়াৰ প্ৰভাৱ অতি উল্লেখনীয়।

গাঁও পঞ্চায়ত
প্ৰকাৰ স্থানীয় প্ৰশাসন
মূল পঞ্চায়তী ৰাজ প্ৰণালী
আইনী শাখা
নাম গাঁও সভা
গাঁও পঞ্চায়ত
মধ্যপ্ৰদেশৰ এখন পঞ্চায়তৰ চিত্ৰ

গাঁও সভা

গাঁও সভা হৈছে এখন গাঁওৰ ১৮ বছৰ বয়স প্ৰাপ্ত পুৰুষ-মহিলা আদি সকলো লোকৰ দ্বাৰা গাঁওৰ উন্নয়ন আৰু পঞ্চায়তক দিহা পৰামৰ্শ দিয়াৰ উদ্দেশ্যে গঠিত এক স্থায়ী সভা বা গোট।

গাঁও সভাৰ কাৰ্যকৰী সমিতিখনক গাঁও পঞ্চায়ত বুলি জনা যায়। যি সভাই নিৰ্বাচিত কৰা প্ৰতিনিধিসকলক লৈ গঠিত হয়।

ভাৰতীয় সংবিধানৰ নৱম ভাগৰ ২৪৩(খ) অনুচ্ছেদত গাঁও সভাৰ পৰিভাষা দিছে এনেধৰণে- "গাঁও সভা মানে গাঁও স্তৰত পঞ্চায়ত ক্ষেত্ৰৰ ভিতৰত সমাবিষ্ট কোনো গাঁওৰ লগত সম্পৰ্কিত নিৰ্বাচক নামাৱলীত পঞ্জীভুক্ত ব্যক্তি সমূহেৰে গঠিত কোনো নিকায়।"

ইতিহাস

গঠন

কাৰ্য প্ৰণালী

তথ্য সংগ্ৰহ

Tags:

গাঁও পঞ্চায়ত গাঁও সভাগাঁও পঞ্চায়ত ইতিহাসগাঁও পঞ্চায়ত গঠনগাঁও পঞ্চায়ত কাৰ্য প্ৰণালীগাঁও পঞ্চায়ত তথ্য সংগ্ৰহগাঁও পঞ্চায়তইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ডিব্ৰুগড়মোহৰশ্ৰী সূৰ্য পাহাৰঅনিৰুদ্ধভটিমাঅন্তৰীপ (উপন্যাস)পৰ্যটনপুৰাণগুৱাহাটী উচ্চ ন্যায়ালয়ৰাসোৎসৱতোলনি বিয়াভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকানগাঁও জিলানবীনচন্দ্ৰ বৰদলৈস্বাভাৱিক সংখ্যাছুনামিবৰ্মণ ৰাজবংশজোৰোণবিজ্ঞানৰাভা জনগোষ্ঠীকমলাকান্ত ভট্টাচাৰ্য্যঅসমীয়া লোকসাহিত্যপবিতৰা অভয়াৰণ্যসুঁৱৰিইষ্ট ইণ্ডিয়া কোম্পানীপঞ্চায়তী ৰাজশ্ৰীমদ্ভগৱতগীতাসাঁচিপাতমানস ৰাষ্ট্ৰীয় উদ্যানবিহুৰ সাজ-পোচাক আৰু অলংকাৰমল্লিকা ফুলজয়মতী কুঁৱৰীভাৰতৰ প্ৰধানমন্ত্ৰীডাকৰ বচনঅশোকাষ্টমীৱিকিপিডিয়াচৈয়দ আব্দুল মালিককাৰেংঘৰৰুদ্ৰেশ্বৰ দেৱালয়মৌলানা আব্দুল হামিদ খান ভাসানীআহোম জনগোষ্ঠীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানম'হৰ শিঙৰ পেঁপামৌৰ্য সাম্ৰাজ্যঅংগৰাগ মহন্তঅসমৰ সাধুকথাধানকৰ্ণ (অংগ)এ পি জে আব্দুল কালামঅসমৰ মন্ত্ৰ-সাহিত্যআই সবাহদেৱব্ৰত দাসপূৰ্ণ স্বৰাজঅসুৰপ্ৰাগজ্যোতিষপুৰচেৰা-বিহুধুবুৰী (লোকসভা সমষ্টি)মৈৰামৰা দৌলতেজপুৰঅসমৰ কাঁহ শিল্পপিঠাকাৰ্বি আংলং জিলানাগালেণ্ডৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমসাহিত্যঅসমীয়া ভাষা আন্দোলনসোণোৱাল কছাৰীসৌৰ শক্তিবসন্ত ৰোগসৌৰজগতভাৰতীয় জাতীয় কংগ্ৰেছঅসমৰ ভূগোলআৱাহন (আলোচনী)অসমৰ সত্ৰসমূহৰ তালিকামনোমতীযোৰহাট (লোকসভা সমষ্টি)সালোক সংশ্লেষণ🡆 More