নৰসংহাৰ

নৰসংহাৰ বা গণহত্যা (ইংৰাজী: Genocide) হৈছে জাতীয়, বৰ্ণগত, ধৰ্মীয় বা নৃগোষ্ঠীয় গোট হিচাপে বিবেচিত লোকক সম্পূৰ্ণ বা আংশিকভাৱে ধ্বংস কৰাৰ ইচ্ছাকৃত কাৰ্য। 'নৰ'ৰ অৰ্থ মানুহ আৰু 'সংহাৰ'ৰ অৰ্থ মৰা। অৰ্থাৎ নৰসংহাৰ হ'ল মানুহ মৰা। ইংৰাজী প্ৰতিশব্দ জেন'ছাইডৰ উৎসও একেই। ই গ্ৰীক জেন'ছ, অৰ্থাৎ মানুহ বা বৰ্ণৰপৰা আৰু ছাইড অৰ্থাৎ মৰাৰপৰা আহিছে। সেয়ে জেন'ছাইডৰ বা নৰসংহাৰৰ অৰ্থ জাতীয়, নৃগোষ্ঠীয়, বৰ্ণগত বা ধৰ্মীয় গোটক সম্পূৰ্ণৰূপে বা আংশিকভাৱে ধ্বংস কৰাৰ উদ্দেশ্যেৰে কৰা কাৰ্য।

বৰ্তমানলৈ কেইবাটাও নৰসংহাৰৰ ঘটনা দেখা গৈছে। ইহুদী সকলৰ হত্যাৰ সময়তে জেন'ছাইড শব্দ প্ৰথম ব্যৱহৃত হৈছিল। পাছলৈ গ্ৰীক গণহত্যা, আৰ্মেণীয় গণহত্যা, এছিৰিয়ান গণহত্যা, ইউক্ৰেইণীয় গণহত্যা, বাংলাদেশ গণহত্যা, কম্বোদীয় হণহত্যা, গুৱাটামালান গণহত্যা, কুৰ্ডীয় গণহত্যা, বস্নীয় গণহত্যা, ৰোৱণ্ডন গণহত্যা আদি বিভিন্ন ঘটনা পোহৰলৈ আহিছে।

বুৰঞ্জীত গণহত্যা

নৰসংহাৰ 
ছ'ভিয়েট নগ্ন যুদ্ধবন্দী গণহত্যা — "৩.৩ মিলিয়নৰ হত্যা হোৱা ছ'ভিয়েট যুদ্ধ বন্দী আতাইতকৈ কম জ্ঞাত আধুনিক গণহত্যাসমূহৰ অন্যতম; এতিয়ালৈকে ইয়াৰ ওপৰত কোনো পূৰ্ণ দৈৰ্ঘ্যৰ গ্ৰন্থ নাই।"Adam Jones

গণহত্যাৰ ধাৰণা অতীতৰ বহু ঘটনাত প্ৰযোজ্য গণ্য কৰা হৈছে। চিপিপিচিজিৰ মতে, "বুৰঞ্জীৰ প্ৰতিটো কালতে গণহত্যাই মানৱতাৰ বাবে বৃহত্‌ ক্ষতি আনিলে।"

অনেক দেশত গণহত্যাক স্বীকৃতি প্ৰদান কৰা বা নকৰা অবৈধ। যেনে, কেইবাখনো ইউৰোপীয় দেশত ইহুদী গণহত্যা আৰু আৰ্মেণীয় গণহত্যাক মিথ্যা আখ্যা দিয়া নিষেধ। আন হাতে তুৰস্কত আৰ্মেণীয়সকলৰ, গ্ৰীকসকলৰ, এছিৰীয়সকলৰ আৰু মেৰ'ণাইটসকলৰ গণ হত্যাক নৰসংহাৰ বোল আৰ্টিকল ৩০১ৰ মতে দণ্ডনীয়।

ৱিলিয়াম ৰুবিনষ্টাইনৰ মতে প্ৰথম বিশ্ব যুদ্ধৰ পাছত শাসনৰ আভিজাত ধৰণ লোপ পোৱাৰ পাছতেই বিংশ শতিকাৰ গণহত্যাসমূহে পাতনি মেলিলে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

  • নৰসংহাৰ  ৱিকিমিডিয়া কমন্সত নৰসংহাৰ সম্পৰ্কীয় মিডিয়া ফাইল।

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

হাড়সূৰ্যকুমাৰ ভূঞামুখমৈথুনমায়ংগোলাঘাট জিলাঅসমীয়া ব্যাকৰণঅনাভেদী যৌনক্ৰিয়াঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাশিৱ২০২৩নলিনীবালা দেৱীযনিঢোপ খেলগণেশনামঘৰইজৰাইলৰ নাৰীউমানন্দহস্তমৈথুনজণ্ডিছতগৰঅনিমা গুহফণী শৰ্মালুৰিন জ্যোতি গগৈপ্ৰাকৃতিক সম্পদসাধুকথাপ্ৰাকৃতিক দুৰ্যোগভট্টদেৱহীৰেন গোহাঁইকুমাৰীত্বড'পলাৰ প্ৰভাৱউইলিয়াম শ্বেইকছপীয়েৰযুক্তৰাজ্যভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানউপেন্দ্ৰনাথ ব্ৰহ্মলীলা গগৈমানৱ উন্নয়ন সূচকঅৰুণোদইঅশোকৰ অনুশাসননৰসিংহ (উদ্ভিদ)অসমৰ সাধুকথাইংৰাজী ভাষাঅসমৰ বাঁহ-বেতৰ শিল্পমৃত্যুজন গণ মনঅৰ্ণৱ, আস্থা আৰু JECসাঁথৰমিচিং জনগোষ্ঠীঅসমৰ মন্ত্ৰ-সাহিত্যঅমলেন্দু গুহঅসম গণ পৰিষদশৰৎচন্দ্ৰ গোস্বামীবংগ বিভাজন (১৯০৫)ৰাভা জনগোষ্ঠীগোৱালপৰীয়া লোকগীতঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তবুঢ়ী আইৰ সাধুবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যফুলঅসমীয়া যুক্তাক্ষৰকিশোৰ দাসবানপানীৱিকিমিডিয়া আন্দোলনস্বৰূপ সম্পতপূৰ্ণ স্বৰাজজুৰী বৰা বৰগোহাঞিইণ্টাৰনেটআত্মজীৱনীবিহুভট্টদেৱৰ গদ্যশৈলীঁ (চন্দ্ৰবিন্দু)শিশু সাহিত্যপাঁচালীবুলু ফিল্ম🡆 More