কেৰুমণি

কেৰুমণি বা কেৰু হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। এইবিধ অলংকাৰ অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। আগতে এই অলংকাৰ পদ বৰপেটা অঞ্চলৰ বয়সীয়া মহিলা সকলে পৰিধান কৰিছিল। অৱশ্যে আজিকালি বৰপেটাৰ উপৰি অন্যান্য ঠাইৰ মহিলায়ো পৰিধান কৰে। এটা সময়ত এইপদ অলংকাৰৰ ব্যৱহাৰ কমি গৈছিল যদিও এতিয়া ই পৰিশীলিত ৰূপত পুনৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে: সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু, জাংফাই কেৰু, লং কেৰু ইত্যাদি।

প্ৰসংগ পুথি

Tags:

অসমীয়াবৰপেটাবৰপেটা জিলা

🔥 Trending searches on Wiki অসমীয়া:

লেটিন ভাষাথাইৰইড হৰম'নসাহিত্য অকাডেমি বঁটাগৰু বিহুপতঞ্জলিৰ যোগসূত্ৰযতি-চিনৰীতা চৌধুৰীনিউটনৰ গতিৰ সূত্ৰভাইটি (চলচ্চিত্ৰ)অসমীয়া লোকসাহিত্যঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাদুৰ্গা পূজাহাড়মেঘালয়বড়ো ভাষাশিহুস্বৰাজসমাজৰাজনৈতিক দলভাৰতত মহিলা শিক্ষাৰাজিয়া চুলতানানলবাৰী জিলালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানদেওহাঁহলোকসভাসন্ধিমালিনী থানভট্টদেৱৰ গদ্যশৈলীমাজুলীৰ সন্ধিভাৰতৰ উপৰাষ্ট্ৰপতিজোনবিল মেলাগড়গাঁওশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰসংস্কৃতিআৱাহন (আলোচনী)ভাৰত-আৰ্য ভাষা পৰিয়াললোক-নৃত্যমে ডাম মে ফিযতীন্দ্ৰ নাথ দুৱৰাজৈন ধৰ্মতলাতল ঘৰমিডিয়াৱিকিগেইম্‌ল'ফ্টবিষ্ণুপ্ৰসাদ ৰাভামুঠিখাৰুভাৰতৰ ইতিহাসচি এছ এছয়বামুণী পাহাৰকামৰূপ ৰাজ্যশকুন্তলাআইদেউ সন্দিকৈনিৰ্বাচনী চিয়াঁহীচিলাৰায়ব্লগউপভাষাআহোম-মোগলৰ সংঘৰ্ষহস্তমৈথুনহিন্দু ধৰ্মভাওনাবাঁহীশিক্ষা মনোবিজ্ঞানপ্লেটোবৰা চাউলশিৱশদিয়ামিচিং জনগোষ্ঠীগামখাৰুমানৱ মস্তিষ্কপৰিসংখ্যাবানপানীঢ়মোহনদাস কৰমচান্দ গান্ধীসংঘাত🡆 More