কৃষ্ণ সাগৰ

কৃষ্ণ সাগৰ পশ্চিম এছিয়া আৰু দক্ষিণ-পূব ইউৰোপোৰ মাজত অৱস্থিত এখন সাগৰ। এই সাগৰৰ সীমাত ইউৰোপ, এনাট’লিয়া (Anatolia) আৰু ক’কেছাছ (Caucasus) অৱস্থিত। এই সাগৰ ভূমধ্যৰ মাজেৰে গৈ আটলাণ্টিক মহাসাগৰত মিলিত হৈছেগৈ। Bosphorus Strait-এ এই সাগৰল Sea of Marmara ৰ সৈতে আৰু Strait of the Dardanelles-এ Aegean Sea-ৰ সৈতে সংযোগ কৰিছে। এই সাগৰেই পূব ইউৰোপ আৰু পশ্চি এছিয়াক পৃথক কৰে। কৃষ্ণ সাগৰক Sea of Azov ৰ সৈতে Strait of Kerch-এ সংযোগ কৰিছে।

কৃষ্ণ সাগৰ
কৃষ্ণ সাগৰ
স্থানাংক 44°N 35°E / 44°N 35°E / 44; 35 35°E / 44°N 35°E / 44; 35
প্ৰকাৰ সাগৰ
Primary inflows Danube, Dnieper, Rioni, Southern Bug, Kızılırmak, Dniester
জলপ্ৰৱাহ Bosphorus
অৱবাহিকা দেশ Bulgaria, Romania, Ukraine, Russia, Georgia, Turkey
সৰ্বোচ্চ দৈৰ্ঘ্য 1,175 km (730 মাইল)
কালি 4,36,402 বৰ্গ কি.মি. (1,68,500 বৰ্গ মাইল)
গড় গভীৰতা 1,253 মিটাৰ (4,111 ফুট)
সৰ্বোচ্চ গভীৰতা 2,212 মিটাৰ (7,257 ফুট)
Water volume সাঁচ:Convert/km3
Islands 10+

কৃষ্ণ সাগৰৰ মুঠ কালি 4,36,400 বৰ্গ কি.মি. (4.364×1011 বৰ্গ মিটাৰ) সৰ্বোচ্চ গভীৰতা 2,212 মিটাৰ (7,257 ফুট), আৰু আয়তন সাঁচ:Convert/km3। কৃষ্ণ সাগৰে পূবা-পশ্চিমাকৈ এক বিশেষ অৱনমন (elliptical depression) সৃষ্টি কৰে। এই অৱনমন বুলগেৰিয়া, জৰ্জিয়া, ৰোমানিয়া, ৰাছিয়া, তুৰ্কী আৰু ইউক্ৰেইনৰ মাজত অৱস্থিত। ইয়াৰ দক্ষিণে প’ণ্টিক পৰ্বতমালা (Pontic Mountains) আৰু পূবে ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) আছে। ইয়াৰ পূবা-পশ্চিমাকৈ সৰ্বোচ্চ প্ৰস্থ হৈছে 1,175 km (730 মাইল)।

কৃষ্ণ সাগৰৰ পাৰৰ প্ৰখ্যাত মহানগৰসমূহ হৈছে Batumi, Burgas, Constanța, Giresun, Hopa, Istanbul, Kerch, Mangalia, Năvodari, Novorossiysk, Odessa, Ordu, Poti, Rize, Sinop, Samsun, Sevastopol, Sochi, Sozopol, Sukhumi, Trabzon, Varna, Yalta আৰু Zonguldak।

আলোকচিত্ৰৰ ভঁৰাল

কাষৰীয়া অঞ্চলসমূহ

Most populous urban areas along the Black Sea coastline

স্থান মহানগৰ দেশ Region/County জনসংখ্যা
1 ইষ্টানবুল তুৰ্কী Istanbul 14,324,240
2 ওডেছা (Odessa) ইউক্ৰেইন Odessa 1,003,705
3 ছামছুন(Samsun) তুৰ্কী Samsun 535,401
4 ভাৰ্না (Varna) Bulgaria Varna 474,076
5 শেভাষ্ট’প’ল (Sevastopol) Crimea national-level municipality on the Crimean Peninsula 379,200
6 Sochi ৰাছিয়া Krasnodar Krai 343,334
7 Trabzon তুৰ্কী Trabzon 305,231
8 Constanța ৰোমানিয়া Constanța 283,872
9 Novorossiysk ৰাছিয়া Krasnodar Krai 241,952
10 Burgas বুলগেৰিয়া Burgas 223,902
11 Batumi জৰ্জিয়া Adjara 190,405

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

কৃষ্ণ সাগৰ আলোকচিত্ৰৰ ভঁৰালকৃষ্ণ সাগৰ কাষৰীয়া অঞ্চলসমূহকৃষ্ণ সাগৰ তথ্যসূত্ৰকৃষ্ণ সাগৰ লগতে চাওককৃষ্ণ সাগৰ বাহ্যিক সংযোগকৃষ্ণ সাগৰ

🔥 Trending searches on Wiki অসমীয়া:

ইয়াত এখন অৰণ্য আছিলকাতি বিহুভেঁকুৰমানৱ ভূগোলহিন্দু ধৰ্মঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকামদন কামদেৱ দেৱালয়অসমৰ কাঁহ শিল্পডিব্ৰুগড়অসমীয়া প্ৰতিদিনব'হাগ বিহুশিশুভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহজৈৱ বৈচিত্ৰ্যৰাজিয়া চুলতানাদেউলজয়সাগৰ পুখুৰীভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যএছিয়াজেতুকাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদভট্টদেৱবেদকোচ ৰাজবংশীমামণি ৰয়ছম গোস্বামীৰ উপন্যাসনামচিংঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাইয়াণ্ডাবু সন্ধিকাউণ্টি কিউলেনৱিকিপিডিয়াভাওনাসুশোভন সোনু ৰায়বিজ্ঞানঅসমৰ বাঁহ-বেতৰ শিল্পউৎসৱবসন্ত ৰোগজীৱনীগুৱাহাটী উচ্চ ন্যায়ালয়ম’বাইল ফোনভাস্কৰাব্দবসন্ত ঋতুমাটিৰ হিচাপঅসম আৰক্ষীপুথিভঁৰালঅসমৰ জিলাসমূহকালিদাসধানকলীয়াভোমোৰা সেতুবেটুপাতপ্ৰকৃতিগোৱালপৰীয়া লোকগীতবচন (ব্যাকৰণ)ৰাছিয়ানাগৰিকত্বভাৰত-ইউৰোপীয় ভাষা পৰিয়ালউদঅসমৰ গামোচাঅসমৰ বয়ন শিল্পতলাতল ঘৰৰংঘৰচিৰ চেনেহী মোৰ ভাষা জননীসৰ্বশিক্ষা অভিযানজাতনামঅসম আন্দোলনসদৌ অসম ছাত্ৰ সন্থাপৰিৱেশ অধ্যয়নআনন্দ চন্দ্ৰ আগৰৱালাদৰ্শনতথ্য জনাৰ অধিকাৰ আইন, ২০০৫কোষ (জীৱবিজ্ঞান)ইষ্ট ইণ্ডিয়া কোম্পানীচীনমোগল সাম্ৰাজ্যঢেঁকীভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকৰ'নাভাইৰাছ ৰোগ ২০১৯২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনলোক-সংগীত🡆 More