কৃত্ৰিম উপগ্ৰহ

কৃত্ৰিম উপগ্ৰহ (ইংৰাজী: satellite) হৈছে মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহ। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সা-সুবিধা লাভৰ বাবে ইয়াক উৎক্ষেপণ কৰা হয়। মহাকাশলৈ প্ৰথমে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল ছোভিয়েট ইউনিয়নে। ১৯৫৭ চনৰ ৪ অক্টোবৰত উৎক্ষেপণ কৰা স্পুটনিক-১ নামৰ উপগ্ৰহটোৱেই প্ৰথমটো কৃত্ৰিম উপগ্ৰহ।

NASA's Earth-observing fleet as of June 2012.

দেশভিত্তিক প্ৰথম উৎক্ষেপণ সমূহ

দেশভিত্তিক প্ৰথম উৎক্ষেপিত কৃত্ৰিম উপগ্ৰহ
ক্ৰম দেশ বছৰ ৰকেটৰ নাম কৃত্ৰিম উপগ্ৰহৰ নাম
1 কৃত্ৰিম উপগ্ৰহ  ছ'ভিয়েট সংঘ ১৯৫৭ স্পুটনিক-পিএচ (ৰকেট) স্পুটনিক-১
2 কৃত্ৰিম উপগ্ৰহ  আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৫৮ জুনো-১ এক্সপ্লোৰাৰ-১
3 কৃত্ৰিম উপগ্ৰহ  ফ্ৰান্স ১৯৬৫ ডায়ামাণ্ট এষ্টাৰিস্ক
4 কৃত্ৰিম উপগ্ৰহ  জাপান ১৯৭০ ল্যাম্বডা-৪এচ (ৰকেট) ওচুমি
5 কৃত্ৰিম উপগ্ৰহ  চীন ১৯৭০ লং মাৰ্চ-১ ডং ফ্যাং হং-১
6 কৃত্ৰিম উপগ্ৰহ  যুক্তৰাজ্য ১৯৭১ ব্ল্যাক এযাৰো প্ৰোচপেৰো এক্স-৩
7 কৃত্ৰিম উপগ্ৰহ  ভাৰত ১৯৮০ চেটেলাইট লাঞ্চ ভিহাইকেল (এচএলভি) ৰোহিণী
8 কৃত্ৰিম উপগ্ৰহ  ইজৰাইল ১৯৮৮ চ্যভিত ওফেক-১
_ কৃত্ৰিম উপগ্ৰহ  ৰাছিয়া[1] ১৯৯২ সোয়ুজ-ইউ ক'চ'ম'চ 2175
9 কৃত্ৰিম উপগ্ৰহ  ইউক্ৰেইন[1] ১৯৯২ চাইক্লোন-৩ ষ্ট্ৰেলা
10 কৃত্ৰিম উপগ্ৰহ  ইৰান ২০০৯ ছাফিৰ-২ অ'মিড
কৃত্ৰিম উপগ্ৰহ 
An animation depicting the orbits of GPS satellites in medium Earth orbit.
কৃত্ৰিম উপগ্ৰহ 
A full-size model of the Earth observation satellite ERS 2

ভাৰতৰ কৃত্ৰিম উপগ্ৰহ

ভাৰতৰ কৃত্ৰিম উপগ্ৰহসমূহ প্ৰধানকৈ তিনি প্ৰকাৰৰ :

  1. বৈজ্ঞানিক অনুসন্ধানমূলক
  2. ভাৰতীয় জাতীয় কৃত্ৰিম উপগ্ৰহ (INSAT)
  3. দূৰসংবেদী উপগ্ৰহ (IRS)

ভাৰতৰ কৃত্ৰিম উপগ্ৰহসমূহ

ক্ৰম উপগ্ৰহৰ নাম প্ৰক্ষেপণ যান তাৰিখ কাৰ্য বা উপগ্ৰহৰ শ্ৰেণী ফলাফল ISROৰ লিংক
আৰ্য্যভট্ট USSR ১৯-৪-৭৬ বৈজ্ঞানিক সফল [1]
ভাস্কৰ-১ USSR ৭-৬-৭৯ পৃথিৱী পৰ্যবেক্ষণ সফল [2]
ৰোহিণী SLV-3 ১০-৮-৭৯ পৃথিৱী পৰ্যবেক্ষণ ব্যৰ্থ [3]
ৰোহিণী SLV-3 ১৮-৭-৮০ পৃথিৱী পৰ্যবেক্ষণ সফল [4]
ৰোহিণী SLV-3 ৩১-৫-৮১ বৈজ্ঞানিক অধ্যয়ন সফল [5] Archived 2010-09-26 at the Wayback Machine
এপল্ Ariane ১৯-৬-৮১ যোগাযোগ সফল [6]
ভাস্কৰ-২ USSR ২০-১১-৮১ পৃথিৱী পৰ্যবেক্ষণ সফল [7]
INSAT-1A BLTA ১০-৪-৮২ বহুমুখী ব্যৰ্থ [8]
ৰোহিণী SLV-3 ১৭-৪-৮৩ বৈজ্ঞানিক সফল [9]
১০ INSAT-1B Space shuttle ৩০-৮-৮৩ বহুমুখী সফল [10]
১১ SROSS-I ASLV ২৪-৩-৮৭ প্ৰযুক্তিমূলক ব্যৰ্থ [11]
১২ IRS-1A USSR ১৭-৩-৮৮ দূৰসংবেদী সফল [12]
১৩ SROSS-II ASLV ১৩-৭-৮৮ প্ৰযুক্তিমূলক ব্যৰ্থ [13]
১৪ INSAT-1C Ariane ২১-৭-৮৮ বহুমুখী ব্যৰ্থ [14]
১৫ INSAT-1D DELTA ১২-৬-৯০ বহুমুখী সফল [15] Archived 2014-10-17 at the Wayback Machine
১৬ IRS-1B USSR ২৯-৮-৯১ দূৰসংবেদী সফল [16]
১৭ INSAT-2DT Ariane-44L H10 ২৬-২-৯২ সফল [17]
১৮ SROSS-C ASLV ২০-৫-৯২ বৈজ্ঞানিক সফল [18] Archived 2011-03-20 at the Wayback Machine
১৯ INSAT-2A DELTA ১০-৭-৯২ বহুমুখী সফল [19]
২০ INSAT-2B Ariane ২৩-৭-৯৩ বহুমুখী সফল [20] Archived 2011-03-19 at the Wayback Machine
২১ IRS-1E PSLV-D1 ২০-৯-৯৩ দূৰসংবেদী ব্যৰ্থ [21] Archived 2011-03-17 at the Wayback Machine
২২ SROSS-C2 ASLV ৪-৫-৯৪ বৈজ্ঞানিক সফল [22] Archived 2011-03-19 at the Wayback Machine
২৩ IRS-P2 PSLV-D2 ১৫-১০-৯৪ দূৰসংযোগ সফল [23]
২৪ INSAT-2C Ariane-44L H10-3 ০৭-১২-১৯৯৫ বহুমুখী সফল [24]
২৫ IRS-1C USSR ২৮-১২-৯৫ দূৰসংবেদী সফল [25]
২৬ IRS-P3 PSLV-D3 ২১-৩-৯৬ দূৰসংবেদী সফল [26]
২৭ INSAT-2D Ariane ৪-৬-৯৭ দূৰসংযোগ সফল [27]
২৮ IRS-1D PSLV ২৯-৯-৯৭ দূৰসংবেদী সফল [28]
২৯ INSAT-2E Ariane ৩-৪-৯৯ বহুমুখী সফল [29]
৩০ IRS-P4 PSLV-C2 ২৬-৫-৯৯ সাগৰীয় অধ্যয়ন সফল [30]
৩১ INSAT-3B Ariane-5 ২২-৩-২০০০ বহুমুখী সফল [31]
৩২ GSAT-1 GSLV-D1 ১৮-৪-২০০১ সফল [32] Archived 2014-01-13 at the Wayback Machine
৩৩ TES PSLV-C3 ২২-১০-২০০১ সফল [33] Archived 2010-06-12 at the Wayback Machine
৩৪ INSAT-3C Ariane-42L H10-3 ২৪-১-২০০২ সফল [34]
৩৫ Kalpana-1 (METSAT) PSLV-C4 ১২-৯-২০০২ সফল [35]
৩৬ INSAT-3A Ariane-5G ১০-৪-২০০৩ সফল [36]
৩৭ GSAT-2 GSLV-D2 ০৮-৫-২০০৩ সফল [37] Archived 2009-10-12 at the Wayback Machine
৩৮ INSAT-3E Ariane-5G ২৮-৯-২০০৩ সফল [38]
৩৯ RESOURCESAT-1 (IRS-P6) PSLV-C5 ১৭-১০-২০০৩ সফল [39] Archived 2010-11-25 at the Wayback Machine
৪০ EDUSAT GSLV-F01 ২০-১০-২০০৪ সফল [40]
৪১ HAMSAT PSLV-C6 ০৫-৫-২০০৫ সফল [41] Archived 2010-09-26 at the Wayback Machine
৪২ CARTOSAT-1 PSLV-C6 ০৫-৫-২০০৫ সফল [42]
৪৩ INSAT-4A Ariane-5GS ২২-১২-২০০৫ সফল [43]
৪৪ INSAT-4C GSLV-F02 ১০-৭-২০০৬ ব্যৰ্থ [44] Archived 2010-11-25 at the Wayback Machine
৪৫ CARTOSAT-2 PSLV-C7 ১০-১-২০০৭ সফল [45] Archived 2010-11-25 at the Wayback Machine
৪৬ (SRE-1) PSLV-C7 ১০-১-২০০৭ সফল [46]
৪৭ INSAT-4B Ariane-5ECA ১২-৩-২০০৭ সফল [47]
৪৮ INSAT-4CR GSLV-F04 ২-৯-২০০৭ সফল [48]
৪৯ CARTOSAT-2A PSLV-C9 ২৮-৪-২০০৮ সফল [49] Archived 2012-01-06 at the Wayback Machine
৫০ IMS-1 PSLV-C9 ২৮-৪-২০০৮ সফল [50]
৫১ Chandrayaan-1 PSLV-C11 ২২-১০-২০০৮ সফল [51] Archived 2011-03-17 at the Wayback Machine
৫২ RISAT-2 PSLV-C12 ২০-৪-২০০৯ সফল [52] Archived 2010-06-12 at the Wayback Machine
৫৩ ANUSAT PSLV-C12 ২০-৪-২০০৯ সফল [53] Archived 2011-03-17 at the Wayback Machine
৫৪ Oceansat-2 (IRS-P4) PSLV-C14 ২৩-৯-২০০৯ সফল [54] Archived 2009-09-26 at the Wayback Machine
৫৫ GSAT-4 GSLV-D3 ১৫-৪-২০১০ ব্যৰ্থ [55]
৫৬ CARTOSAT-2B PSLV-C15 ১২-৭-২০১০ সফল [56] Archived 2013-01-21 at the Wayback Machine
৫৭ GSAT-5P / INSAT-4D GSLV-F06 ২৫-১২-২০১০ ব্যৰ্থ [57]
৫৮ RESOURCESAT-2 PSLV-C16 ২০-৪-২০১১ সফল [58]
৫৯ GSAT-8 / INSAT-4G Ariane-5 VA-202 ২১-৫-২০১১ সফল [59]
৬০ GSAT-12 PSLV-C17 ১৫-৭-২০১১ সফল [60]
৬১ Megha-Tropiques PSLV-C18 ১২-১০-২০১১ সফল [61] Archived 2011-10-15 at the Wayback Machine
৬২ RISAT-1 PSLV-C19 ২৬-৪-২০১২ সফল [62] Archived 2013-10-29 at the Wayback Machine
৬৩ GSAT-10 Ariane-5 VA-209 ২৯-৯-২০১২ সফল [63]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

কৃত্ৰিম উপগ্ৰহ দেশভিত্তিক প্ৰথম উৎক্ষেপণ সমূহকৃত্ৰিম উপগ্ৰহ ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ভাৰতৰ সমূহকৃত্ৰিম উপগ্ৰহ তথ্য সংগ্ৰহকৃত্ৰিম উপগ্ৰহ বাহ্যিক সংযোগকৃত্ৰিম উপগ্ৰহইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

সাহিত্যহাঁচতিপদিনাপিঠাদেওপাহাৰমূলা গাভৰুপূৰ্ণ স্বৰাজশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯কাছৰাৱণঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসমীয়া উপন্যাসতেজপুৰ (লোকসভা সমষ্টি)পিয়লী ফুকন (চলচ্চিত্ৰ)ল'ৰাকৃষিঅসমৰ সত্ৰসমূহৰ তালিকাহাগা গেন্দেৰানাহৰৰ গীতআধুনিকতাবাদআঙুলি সঞ্চালনআকবৰভাৰতমোৰো এটা সপোন আছেবৰুণীকোচ ৰাজবংশীউমানন্দবায়ু প্ৰদূষণফণী শৰ্মাজোঙাল বলহুইছলামঅসমৰ জাতীয় গীতকণী যুঁজশংকৰী সংস্কৃতিঢোলযক্ষ্মাআজান পীৰদশাৱতাৰভগ্নাংশ (গণিত)অৰ্থনীতিবাঁহ-গোসাঁই উৎসৱবাণীকান্ত কাকতিঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাচন্দ্ৰযান-৩বিষুৱ ৰেখাবচন (ব্যাকৰণ)জোনাকী (আলোচনী)এজাৰতাঁতশালবৰপেটাভাৰতীয় দৰ্শনমৌৰ্য সাম্ৰাজ্যধানঅৰুণাচল প্ৰদেশৰঙিয়া (বিধানসভা সমষ্টি)অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদশৰ্কৰাপতঞ্জলিৰ যোগসূত্ৰগোৱালপৰীয়া লোকগীতবাংলাদেশলেছবিয়ানপৰিৱেশ তন্ত্ৰঅয়নান্ত (গ্ৰন্থ)অসমৰ ৱেবছাইটসমূহৰ তালিকাজোৰোণটিকেন্দ্ৰজিৎনিধানপুৰ তাম্ৰলিপিৰামধেনু (আলোচনী)গায়ত্ৰী মহন্তআপেক্ষিকতাবাদ তত্ত্বআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডমৌখিক পৰম্পৰাঠেঙ্গাল কছাৰী জনগোষ্ঠীধেমাজি জিলা🡆 More