কালাম ছেট

কালাম ছেট পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ আৰু পাতল কৃত্ৰিম উপগ্ৰহ, ইয়াৰ নামকৰণ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৈজ্ঞানিক এ পি জে আব্দুল কালামৰ নামত কৰা হৈছে। ই পৃথিৱীৰ প্ৰথম থ্ৰি-ডি প্ৰিণ্টাৰৰ পৰা তৈয়াৰ কৰা উপগ্ৰহ। ইয়াৰ ওজন ৬৪ গ্ৰাম। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা ৱালেপ্স মহাকাশ কেন্দ্ৰৰ পৰা এছ.আৰ.-৪ ৰকেটৰ মাধ্যমত কালাম ছেটক উৎক্ষেপণ কৰা হৈছে।

মূলতঃ এই উপগ্ৰহটো তামিলনাডুৰ কৰুল জিলাৰ পল্লাপটিৰ মহম্মদ ৰফিক শাহৰুখ আৰু তেওঁৰ দলে নিৰ্মান কৰি উলিয়াইছে। নাছা আৰু ডুডল লাৰ্নিং নামৰ অনুষ্ঠানে অনুস্থিত কৰা কিউব ইন স্পেছ নামৰ এক প্ৰতিযোগিতাত অংশ লোৱা ৫৭ খন দেশৰ ৮৬ হেজাৰ ডিজাইনৰ পৰা এই উপগ্ৰহটোক নিৰ্বাচন কৰা হৈছে।

তথ্য সংগ্ৰহ

Tags:

এ পি জে আব্দুল কালামনাছা

🔥 Trending searches on Wiki অসমীয়া:

নিৰোদ চৌধুৰীআঁহতশিক্ষাড়স্বৰাজপালি ভাষাশামুকতোলনি বিয়াউপভাষাপুৰাণমঙ্গলদৈ (লোকসভা সমষ্টি)দধীচিমেলেৰিয়াআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাপাৰিপাৰ্শ্বিক সংঘাতকথা-ভাগৱতযৌন সংক্ৰামক ৰোগবেটুপাতলক্ষ্মীধৰ শৰ্মাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাশিশু সাহিত্যশ্ৰী সূৰ্য পাহাৰনবীনচন্দ্ৰ বৰদলৈফৰাচী বিপ্লৱভাৰত-আৰ্য ভাষা পৰিয়ালসাত বিহুসাঁথৰমাটিমাধৱী লতাভাষাভাৰতীয় ভাষাঅসমৰ কুঁহিলা শিল্পজৈৱিক কৃষিগগনামানচিত্ৰওৰাং ৰাষ্ট্ৰীয় উদ্যানঅসমৰ পৰম্পৰাগত সাজ- পাৰপৰিৱেশ বিজ্ঞানপৰিৱেশ তন্ত্ৰবানপানী২০২৪বিহু নৃত্যগুৱাহাটী (লোকসভা সমষ্টি)অনুৰাধাৰ দেশপুঁজিবাদভাৰতৰ প্ৰধানমন্ত্ৰীজাভাহনুমান জয়ন্তীনিৰ্মলপ্ৰভা বৰদলৈগুণমালানামঘোষাকৰ্কট ক্ৰান্তিমহাকাব্যপ্ৰথম বিশ্বযুদ্ধদেউৰী জনগোষ্ঠী২৬ এপ্ৰিলদুৰ্গেশ্বৰ শৰ্মা২৫ এপ্ৰিলকুশল কোঁৱৰসৌৰজগতমানৱ ভূগোলনাগালেণ্ডৰ সংস্কৃতিইউনিক’ডশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ২২ এপ্ৰিলঅসমীয়া ভাষাৰ শব্দসম্ভাৰচি++লোক-সংগীতভাৰতৰ জাতীয় পতাকাবিবাহগাঁও পঞ্চায়ততেজবিহুআন্তৰ্জাতিক শ্ৰমিক দিৱসদৰং জিলাআহোম ৰাজ্যঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকা🡆 More