কাগজ

কাগজ (ইংৰাজী: Paper) হৈছে কাঠ, বাহ, ঘাঁহ বা অন্য উদ্ভিদৰ ছেলুল'জ আঁহৰ পৰা যান্ত্ৰিকভাবে বা ৰাসায়নিকভাবে প্ৰস্তুত কৰা অতি পাতল চেপেটা পাত। উদ্ভিদৰ আঁহ জাতীয় উপাদানৰ পৰা মণ্ড তৈয়াৰ কৰা হয় আৰু এই মণ্ড যন্ত্ৰৰ সহায়ত চাপ দি পাতল প্ৰলেপ কৰি শুকুৱাই কাগজ প্ৰস্তুত কৰা হয়। কাগজ সাধাৰণতে লিখা, চিত্ৰ অঙ্কন আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি ছপা কৰা, পেকেজিং, ডেকৰেটিং, চাফা কৰা, ফিল্টাৰ কাগজ, ৱালপেপাৰ, কিতাপৰ বেতুপাত, ইত্যাদি অনেক কামত কাগজ ব্যৱহাৰ কৰা হয়।

কাগজ
কাগজ
Card and paper stock for crafts use comes in a wide variety of textures and colors
প্ৰকাৰ পাতল বস্তু
ভৌতিক ধৰ্ম
ঘনত্ব (ρ) From 10 gsm to 3000 gs
কাগজ
কাগজৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী: কিতাপ, টয়লট কাগজ, ৰুলড কাগজ, কাৰ্টিন, কণী বাকছ
কাগজ
কাগজ
"Paper" in Traditional (top) and Simplified (bottom) Chinese characters
পৰম্পৰাগত চীনা লিপি
সৰলীকৃত চীনা লিপি

প্ৰথম কাগজ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া পূৱ এছিয়া, সম্ভৱত চীনত আৰম্ভ হৈছিল। প্ৰায় দুশ খ্ৰীষ্টপূৰ্ৱতেই চীনৰ হান সাম্ৰাজ্যৰ চাই লুনৰ দ্বাৰা কাগজ আৰু মণ্ড দি কাগজ প্ৰস্তুত কৰা হৈছিল। আধুনিক কালত উন্নত প্ৰযুক্তিৰে য়ুক্ত ৰাষ্ট্ৰত বৃহৎ পৰিমাণৰ কাগজ প্ৰস্তুত কৰা হয়।

তথ্য সংগ্ৰহ

  • Burns, Robert I. (1996). "Paper comes to the West, 800–1400". In Lindgren, Uta. Europäische Technik im Mittelalter. 800 bis 1400. Tradition und Innovation (4th সম্পাদনা). প্ৰকাশক Berlin: Gebr. Mann Verlag. পৃষ্ঠা. 413–422. ISBN 978-3-7861-1748-3. 
  • Tsien, Tsuen-Hsuin (1985). Needham, Joseph. ed. Paper and Printing. Science and Civilisation in China, Chemistry and Chemical Technology. V (part 1). Cambridge University Press. 
  • "Document Doubles" in ARCHIVED – Introduction – Detecting the Truth. Archived 2017-04-12 at the Wayback Machine Fakes, Forgeries and Trickery – Library and Archives Canada Archived 2017-04-12 at the Wayback Machine, a virtual museum exhibition at Library and Archives Canada

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

এডল্ফ হিটলাৰভাৰতৰ সংবিধানঅসম সাহিত্য সভাঅসমীয়া ভাষা আন্দোলনচি++বাগ্‌ধ্বনিঘৰচিৰিকাহাজোঅনাভেদী যৌনক্ৰিয়াঅসমৰ চাহ জনগোষ্ঠীবাল্য বিবাহডিমাছা জনগোষ্ঠীসমবাহু ত্ৰিভুজলক্ষ্মীনন্দন বৰাঅসমৰ সত্ৰসমূহৰ তালিকাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভাৰতীয় জনতা পাৰ্টিপতঞ্জলিৰ যোগসূত্ৰউমানন্দহিন্দু ধৰ্মশব্দজাপিভানুমতীউদাৰনৈতিকতাবাদশৰৎ ঋতুমাহভবেন্দ্ৰ নাথ শইকীয়াঅসমীয়া খবৰধুবুৰী (লোকসভা সমষ্টি)ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাতথ্যযাদৱ পায়েংনক্ষত্ৰদুৰ্গা পূজাসমাজতত্ত্বগুৱাহাটী (লোকসভা সমষ্টি)নাথান ব্ৰাউনজ্ঞানপীঠ বঁটাক্ষঅসমৰ চিত্ৰকলাৰ ইতিহাসমনোমতীঅলিম্পিকমৌখিক পৰম্পৰাকালিদাস২৬ এপ্ৰিলনাৰীবাদবহনক্ষম উন্নয়নৰ লক্ষ্যইউক্লিডঅসমীয়া খাদ্যাভ্যাসৱৰ্ল্ড ৱাইড ৱেবকবিতাকোষ (জীৱবিজ্ঞান)অসমৰ জিলাসমূহগোৱালপাৰীয়া উপভাষাসত্যেন্দ্ৰনাথ শৰ্মামানুহইছলামঅন্নপ্ৰাশনস্বৰাজবৰপেটা সত্ৰৰজনীকান্ত বৰদলৈআহোম ভাষাতেজপুৰৰাজনীতিআমলখিকোচ ৰাজবংশীশৰাইঘাট দলংআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমৰ বনৌষধিআৰ্যভট্টমুগা (ৰেচম)পুৰাণকিতাপ🡆 More