কলীয়াভোমোৰা সেতু

কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল ৮৯ কোটি টকা৷

কলীয়াভোমোৰা সেতু
কলীয়াভোমোৰা সেতু
ৰাতিৰ আলোক সজ্জাৰ সৈতে কলীয়াভোমোৰা সেতু
প্ৰকৃত নাম কলীয়াভোমোৰা সেতু
স্থানীয় তেজপুৰৰ ওচৰত, অসম, ভাৰতবৰ্ষ
তদাৰক সংস্থা অসম চৰকাৰ
পদাৰ্থ pre-stressed concrete
মুঠ দৈৰ্ঘ্য ৩০১৫ মিটাৰ
নিৰ্মাণ আৰম্ভ হয় ১৯৮১
নিৰ্মাণ শেষ হয় ১৯৮৭
মুকলি ১৯৮৭

নামকৰণ (Etymology)

১৭৯৫ চনত কামৰূপৰ হৰদত্ত-বীৰদত্ত নামৰ ভাতৃদ্বয়ে আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ কিন্তু এই বিদ্ৰোহক আহোম সেনাপতি বৰফুকন কলীয়াভোমোৰাই দমন কৰিবলৈ সক্ষম হৈছিল৷ এইজনা আহোম সেনাপতিয়ে পোনতে কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সংযোগী সেতু নিৰ্মাণ কৰিবলৈ শিলৰ খুঁটা আদি পেলাইছিল। এখেতৰ নামেৰেই দলংখনৰ নামকৰণ কৰা হৈছে৷

চিত্ৰ

তথ্যসূত্ৰ

বৰ্হি সংযোগ

Tags:

কলীয়াভোমোৰা সেতু নামকৰণ (Etymology)কলীয়াভোমোৰা সেতু চিত্ৰকলীয়াভোমোৰা সেতু তথ্যসূত্ৰকলীয়াভোমোৰা সেতু বৰ্হি সংযোগকলীয়াভোমোৰা সেতুঅসমনগাঁওব্ৰহ্মপুত্ৰশোণিতপুৰৰাজীৱ গান্ধী

🔥 Trending searches on Wiki অসমীয়া:

মানুহৰ কংকালস্বৰাজজীবনানন্দ দাসধ্বনিবিজ্ঞানঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাউপনিষদভাৰতৰ শিক্ষাবাঁহীইউৰোপিয়ান ইউনিয়নসিন্ধু সভ্যতাহাড়অসমীয়া জাতিকবিতামইনা পাৰিজাতগণেশপথৰুঘাটৰ ৰণৰমন্যাসবাদআউনীআটী সত্ৰঅম্বিকাগিৰি ৰায়চৌধুৰীআন্তৰ্জাতিক মান সংস্থা ৩১৬৬-১দৰ্শনহেটুলুকাঅসমৰ লোকবাদ্যলোকসভাবিহু নৃত্যঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়সত্যনাথ বৰাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাসমাৰ্থক শব্দসাত বিহুযোগাসনচুখাংফাৰাম বিজয়তৰুণ গগৈডিব্ৰুগড়অস্বাভাৱিক মনোবিজ্ঞানগণতন্ত্ৰজৱাহৰলাল নেহৰুমামণি ৰয়ছম গোস্বামীমণিৰাম দেৱানতাম্ৰেশ্বৰী মন্দিৰহাঁপানিআহোম ভাষাজোনবিল মেলামিচিং জনগোষ্ঠীশীতল যুদ্ধঅসমীয়া ভাষাহুঁচৰিকামাখ্যা দেৱীভাৰতীয় জনতা পাৰ্টিৱিকিমিডিয়া আন্দোলনআত্মজীৱনীঅসমীয়া ভাষা আন্দোলনলখিমপুৰ (লোকসভা সমষ্টি)চৰকাৰী ভাষা আন্দোলন (অসম)হৈ গুদু খেলগৱেষণাবৃক্কমাইলছ ব্ৰনছনবাংলাদেশঅজন্তা গুহাসমূহচলচ্চিত্ৰযৌন সংগমনগা জনগোষ্ঠীনিউটনৰ গতিৰ সূত্ৰভাৰতৰ ৰাষ্ট্ৰপতিনাৰী আৰু ধূম্ৰপানঅসমৰ ধান খেতিৰ সঁজুলিসমূহহোলিকা🡆 More