কলাজ

কলাজ (ইংৰাজী Collage: ফৰাচী শব্দ Coller ৰ পৰা যাৰ অৰ্থ হৈছে আঠা লগোৱা)। কলাজ দৃশ্য কলাৰ এটা বিশেষ কৌশল। এই কলাত বিভিন্ন ৰূপৰ সংযোজনৰ দ্বাৰা সম্পূৰ্ণ নতুন এক ৰূপ তৈয়াৰ কৰা হয়। কলাজ এটা নিৰ্মাণ কৰিবলৈ সাধাৰণতে কোনো ৰঙীন আলোচনী, বাতৰি কাকত, ফিতা, ৰং, ৰঙীন কাগজ বা হস্ত নিৰ্মিত কাগজৰ টুকুৰা, অন্যান্য কলাকৃতি, সূতা, কাপোৰৰ টুকুৰা, ফটো ইত্যাদিৰ ব্যৱহাৰ কৰা দেখা যায়। এই উপাদান সমূহক কাগজ বা কেনভাচত আঠা দি লগোৱা হয়। কলাজৰ উৎপত্তি কেইবাশ বছৰ আগতেই হয়। কিন্তু এই কৌশলটো বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰা হে নাটকীয় ভাৱে কলাৰ এটি অংশ হিচাপে নতুনত্ব লাভ কৰে। বিংশ শতাব্দীৰ আৰম্ভণিতে জৰ্জ ব্ৰাক আৰু পাবলো পিকাচোৰ দ্বাৰা কলাজ তৈয়াৰ হৈছিল। তেতিয়া এই কলাজ আধুনিক কলাৰ এক বিশিষ্ট অংশ হিচাপে পৰিচিত হৈ পৰে।

কলাজ
কলাজ

তথ্য সংগ্ৰহ

Tags:

আলোচনীইংৰাজীপাবলো পিকাচো

🔥 Trending searches on Wiki অসমীয়া:

অসমজুবিন গাৰ্গসংগীতসমাজসংঘাতমহামায়া ধামভাৰতৰ স্বাধীনতা আন্দোলনজন গণ মনহনুমানভাৰতলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসমৰ তামোল-পাণ সংস্কৃতিগোলাঘাটআত্মসহায়ক গোটফুলচকৰি ফেঁটী বুৰঞ্জীজৈন ধৰ্মআমেৰিকা যুক্তৰাষ্ট্ৰমিৰি জীয়ৰীইন্দ্ৰেশ্বৰ বৰঠাকুৰবচন (ব্যাকৰণ)আহোম বিবাহ পৰম্পৰাভূমিকম্পগড়গাঁওঅণুবীক্ষণ যন্ত্ৰঅয়নান্ত (গ্ৰন্থ)ঢেঁকীসত্ৰঅসম সাহিত্য সভাশিক্ষকগণৰাজ্য দিৱস (ভাৰত)ভ্ৰমণ সাহিত্যপাটকাইৰ ইপাৰে মোৰ দেশপ্ৰাকৃতিক সম্পদদ্বিতীয় বিশ্বযুদ্ধশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহদেউলহেমচন্দ্ৰ বৰুৱাহেম বৰুৱাবানপানীস্বদেশী আন্দোলনঅৰ্থনীতিকাৰ্বন ডাই অক্সাইডকলিমাৰঘুনাথ চৌধাৰীমহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেডব্যষ্টিবাদী অৰ্থনীতিমাইলছ ব্ৰনছনঅসমৰ মাছ ধৰা সঁজুলিঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাভঠেলিচুটিগল্পদিনঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিআহোম জনগোষ্ঠীআন্তৰ্জাতিক যোগ দিৱসপ্ৰজ্ঞাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাৱিকিমিডিয়া আন্দোলনহীৰেন ভট্টাচাৰ্যনিমাতী কইনাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনশিক্ষা মনোবিজ্ঞানবসন্ত ৰোগলোকাচাৰগৌতম বুদ্ধযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাহিন্দুত্বদিল্লীকৃষ্ণভাৰতৰ নিৰ্বাচন আয়োগগুৰুপ্ৰসাদ দাসমৃগনাভি (চলচ্চিত্ৰ)🡆 More