কলমৌ

কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।

কলমৌ
কলমৌ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Convolvulaceae
গণ: Ipomoea
প্ৰজাতি: I. aquatica
বৈজ্ঞানিক নাম
Ipomoea aquatica
Forssk.

ব্যৱহাৰ

কলমৌৰ কুমলীয়া আগ শাক হিচাপে খোৱাৰ উপযোগী। কলমৌ শাক নিয়মীয়াকৈ খালে ধাতু ৰোগ (Sexual Debility) ভাল হয় বুলি কোৱা হয়। তদুপৰি জণ্ডিছ ৰোগৰ ঔষধ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। ই ছাল আৰু হৃদযন্ত্ৰৰ কাৰণেও উপকাৰী।

গুণাগুণ

কলমৌত শতকৰা হিচাপত ২.৯ ভাগ প্ৰ'টিন, ০.৪ ভাগ চৰ্বি, ৪.৩ ভাগ শৰ্কৰা আৰু ২.১ ভাগ লৱণ থাকে।

তথ্য সংগ্ৰহ

  • প্ৰান্তিক ১৬-৩১ মে, ২০১২, পৃষ্ঠা ২৬, "ভেষজ গুণসম্পন্ন কেইবিধমান জলজ উদ্ভিদ", লিখক সুনীল গগৈ।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

হেম বৰুৱাযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীআত্মজীৱনীনৱ-বৈষ্ণৱ ধৰ্মমালিনী থানৰামধেনুসাহিত্য অকাডেমি বঁটাকামাখ্যা দেৱীহুঁচৰিভাৰতৰ সংবিধানবনফুলদেউৰী জনগোষ্ঠীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাঅসম আন্দোলনবিয়া নামবাবৰৰাজনৈতিক দলতাল (বাদ্যযন্ত্ৰ)মণিপুৰী নৃত্যকোচ ৰাজবংশবাংলাদেশঅসমীয়া খাদ্যাভ্যাসআঙুলি সঞ্চালনউমাচল শিলালিপিতিৱা জনগোষ্ঠীসীতাআলি আঃয়ে লৃগাংকৌটিল্যৰ অৰ্থশাস্ত্ৰবৰহমথুৰিকামৰূপ ৰাজ্যতেজপুৰডি এন এব'হাগ বিহুশূন্যনৰেন্দ্ৰ মোদীহেমচন্দ্ৰ গোস্বামীপিম্পৰা গুচোৱাভটিমাযোগাত্মক বিপৰীত সংখ্যাবামুণী পাহাৰছি জিনপিংকাতি বিহুৰুক্মিণী হৰণ নাটভাৰতৰ চৰকাৰী ভাষাসমূহটিকেন্দ্ৰজিৎমুখমৈথুনউইলিয়াম শ্বেইকছপীয়েৰভাৰতীয় সাহিত্যনিৰোদ চৌধুৰীস্তন সংগমসত্যাগ্ৰহকাৰেঙৰ লিগিৰীতেজীমলাশিক্ষা মনোবিজ্ঞানবাইখো পূজাজুইসত্ৰচৈয়দ আব্দুল মালিকয়অসমৰ সাধুকথাগড়গাঁওশৰৎচন্দ্ৰ চট্টোপাধ্যায়মোহনদাস কৰমচান্দ গান্ধীভূমিকম্পনাগালেণ্ডখোলবিৰিঞ্চি কুমাৰ বৰুৱাটকা (বাদ্য)ত্ৰিভুজকলাগুৱাহাটী তেল শোধনাগাৰউপনিষদইংৰাজী ভাষালক্ষ্মীনন্দন বৰাচন্দ্ৰকুমাৰ আগৰৱালাঅৰুণোদইবৰাক উপত্যকাশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ🡆 More