এছিয়া: মহাদেশ

এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।

এছিয়া
Globe centered on Asia, with Asia highlighted. The continent is shaped like a right-angle triangle, with Europe to the west, oceans to the south and east, and Australia visible to the south-east.
মাটিকালি 4,45,79,000 বৰ্গ কি.মি. (1,72,12,000 বৰ্গ মাইল)
জনসংখ্যা 3,879,000,000 (1st)
জনঘনত্ব 87/km2 (225/sq mi)
বাসিন্দা এছিয়ান
দেশসমূহ 48 (তালিকা)
অধীনস্থ অঞ্চলসমূহ
তালিকা
অস্বীকৃত অঞ্চলসমূহ
তালিকা
ভাষাসমূহ ভাষাসমূহৰ তালিকা
সময় অঞ্চলসমূহ UTC+2 ৰ পৰা UTC+12 লৈ
ইন্টাৰনেট TLD .asia
বৃহত্তম নগৰসমূহ
তালিকা

ক্ষেত্ৰ

  • দক্ষিণ এছিয়া
  • পূব এছিয়া
  • পশ্চিম এছিয়া
  • দক্ষিণ পূব এছিয়া
  • মধ্য এছিয়া

দেশৰ সূচী

  1. আফগানিস্তান
  2. আৰ্মেনিয়া
  3. আজাৰবাইজান
  4. বাহৰেইন
  5. বাংলাদেশ
  6. ভূটান
  7. ব্ৰুনেই
  8. কম্বোডিয়া
  9. চীন
  10. চাইপ্ৰাছ
  11. পূৱ টিমুৰ
  12. ইজিপ্ত
  13. জৰ্জিয়া
  14. ভাৰত
  15. ইণ্ডোনেছিয়া
  16. ইৰাণ
  17. ইৰাক
  18. ইজৰাইল
  19. জাপান
  20. জৰ্ডান
  21. কাজাখাস্তান
  22. কুৱেইট
  23. কিৰগিজস্তান
  24. লাউচ
  25. লেবানন
  26. মালয়েছিয়া
  27. মালদ্বীপ
  28. মংগোলিয়া
  29. ম্যানমাৰ
  30. নেপাল
  31. উত্তৰ কোৰিয়া
  32. ওমান
  33. পাকিস্তান
  34. পেলেষ্টাইন
  35. ফিলিপাইন
  36. কাটাৰ
  37. ৰাছিয়া
  38. চৌদি আৰৱ
  39. ছিংগাপুৰ
  40. দক্ষিণ কোৰিয়া
  41. শ্ৰীলঙ্কা
  42. ছিৰিয়া
  43. তাজিকিস্তান
  44. থাইলেণ্ড
  45. তুৰস্ক
  46. তুৰ্কমেনিস্তান
  47. সংযুক্ত আৰৱ আমিৰাত
  48. উজবেকিস্তান
  49. ভিয়েটনাম
  50. য়েমেন

ৰাষ্ট্ৰসংঘৰ পৰা স্বীকৃতি নোপোৱা দেশসমূহ:

  1. আবখাজিয়া
  2. আৰ্টছাখ
  3. উত্তৰ চাইপ্ৰাছ
  4. দক্ষিণ ওছেটিয়া
  5. টাইৱান

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ছগ্ৰা মিছাৱাজল সংৰক্ষণফলৰ তালিকাহাইদাংখোলনীলমণি ফুকন (কনিষ্ঠ)অৰুণোদইসংঘাতঅখণ্ড সংখ্যাঅন্তৰীপ (উপন্যাস)তোলনি বিয়াঅনুৰাধা শৰ্মা পূজাৰীমনোবিজ্ঞানশীতল যুদ্ধনামচিংবগেজাৰী গীতগাৰো জনগোষ্ঠীসেউজ গৃহ প্ৰভাৱসৰ্বপল্লী ৰাধাকৃষ্ণণযুক্তৰাজ্যঅসমৰ ৱেবছাইটসমূহৰ তালিকামামণি ৰয়ছম গোস্বামীৰ উপন্যাসযতি-চিনব’হাগমহাভাৰতবৰহমথুৰিদীৰ্ঘেশ্বৰী দেৱালয়জন গণ মনইতিহাসবিশ্বনাথ চাৰিআলিৰত্নকান্ত বৰকাকতীকৰ্ণ (অংগ)নলবাৰী জিলানেপালী জনগোষ্ঠীঅসমীয়া যুক্তাক্ষৰউপভাষাচাট (বাঁ‌হৰ সঁ‌জুলি)ডিব্ৰুগড়মানচিত্ৰঅসমীয়া সাহিত্যচাণক্যনগাঁও জিলাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাউজনি অসমমিয়া খলিফাসন্ধিব্ৰজাৱলী ভাষাজোনাকী (আলোচনী)তথ্যসাত বিহুডিম্বেশ্বৰ নেওগদ্বিতীয় বিশ্বযুদ্ধশ্ৰীকৃষ্ণকীৰ্তনমাধৱদেৱকুমাৰীত্বচুতীয়া জনগোষ্ঠীঅসমীয়া গীতি সাহিত্যনেমুঅসমৰ পৰম্পৰাগত খেল-ধেমালিজয়সাগৰ পুখুৰীকছাৰী ৰাজ্যবেণুধৰ শৰ্মাঘড়ীগুৱাহাটীঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅনুবাদবিহুৰ বাদ্যযন্ত্ৰভাৰত-আৰ্য ভাষা পৰিয়ালঅসমৰ লোকবাদ্যজৈৱ বৈচিত্ৰ্য🡆 More