উৎসৱ

উৎসৱ বুলিলে সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ-অনুষ্ঠান হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান। ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি। উৎসৱৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ লোকৰ মাজত সমন্বয় গঢ়ি উঠে৷

উৎসৱ
Village Feast. Facsimile of a woodcut of the Sandrin ou Verd Galant, facetious work end of 16th century (edition of 1609)

অসমত প্ৰচলিত কেইটামা প্ৰধান লোক উৎসৱ হৈছে-বহাগ বিহু, মাঘ বিহু, কাতি বিহু, ঈদ ইত্যাদি। হিন্দু ধৰ্মাৱলম্বীসকলৰ বাৰ্ষিক উৎসৱৰ ভিতৰত কৃষ্ণ জন্মাষ্টমী, দুৰ্গা পূজা, সৰস্বতী পূজা। মুছলমান ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় উৎসৱৰ ভিতৰত আছে ঈদুল ফিতৰ আৰু ঈদুল আজহা আদি।

গুৰুত্বপূৰ্ণ সামৰিক বিজয় বা নতুন দেশ গঠনৰ দৰে ঐতিহাসিক তাৎপৰ্যপূৰ্ণ ঘটনাকো কেতিয়াবা উত্সৱ হিচাপে পালন কৰা হয়। এনে উৎসৱৰ প্ৰথম উদাহৰণ হৈছে প্ৰাচীন মিছৰৰ ফেৰাউন ৰামেছেছ তৃতীয় (Pharaoh Ramesses III)ই লিবিয়ান জয় কৰাৰ পিছত উৎসৱ উদযাপন কৰিছিল। সেইদৰে অযোধ্যাৰ ৰজা ৰামচন্দ্ৰইও লংকা জয় কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল। প্ৰায়বোৰ উৎসৱেই বছৰেকৰ মূৰত পালন কৰা হয়।

ধৰ্মীয় উৎসৱ

সামাজিক উৎসৱ

সামাজিক উৎসৱসমূহ সাধাৰণতে বিভিন্ন সমাজৰ মাজত কোনো এটা নিৰ্দিষ্ট দিনত উদযাপন কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় ৰিজাৰ্ভ বেংকমায়া (আলোচনী)জল প্ৰদূষণপ্ৰান্তিকনেপালসমাসচি এছ এছগোৱালপাৰীয়া উপভাষাগৱেষণাঅশোকৰ অনুশাসনশিমলু২০২২কলব্ৰহ্মপুত্ৰ নদনাট্য শাস্ত্ৰনলিনীবালা দেৱীঅসমীয়া প্ৰতিদিনস্বৰাজসৰ্বশিক্ষা অভিযানমুদ্ৰাস্ফীতিকোৰআনঅৰুণাচল প্ৰদেশশংকৰী সংস্কৃতিমানৱ ভূগোলযোৰহাটবড়ো ভাষাঅসমৰ সাধুকথাকীৰ্তন-ঘোষাসংগীতপুঁজিবাদসমাজতত্ত্ববিহু নৃত্যধ্বনিবিজ্ঞানৰামধেনুকাঞ্চন (উপন্যাস)ৰছী টনা খেলঅংকীয়া নাটজনপ্ৰব্ৰজনসপ্তকাণ্ড ৰামায়ণবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅনিমা গুহৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘখোলশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাবিজ্ঞাপনমল্লিকা ফুলপিয়লি বৰুৱাঅসমৰ বয়ন শিল্পআত্মজীৱনীএ পি জে আব্দুল কালামভাৰতৰ মুখ্য ন্যায়াধীশসাধুকথাড'পলাৰ প্ৰভাৱদিনলিপিভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকাছিলংপীতাম্বৰ কবিবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যউইলিয়াম শ্বেইকছপীয়েৰজোনবিল মেলাঅসমৰ বিলসমূহৰ তালিকামনোমতীসংস্কৃত সাহিত্যঅস্বাভাৱিক মনোবিজ্ঞানলক্ষ্মীনন্দন বৰাসত্ৰইলোৰা গুহাসমূহঅসমৰ মাছ ধৰা সঁজুলিভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫ভাৰত-চীন যুদ্ধফ্ৰান্সলাচিত বৰফুকনলোকাচাৰ🡆 More