উভচৰ প্ৰাণী

উভচৰ প্ৰাণী (ইংৰাজী: Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী। প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল। লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামকৰণ কৰিছিল।

উভচৰ প্ৰাণী
এবিধ গছত থকা ভেকুলী
উভচৰ প্ৰাণী
একটি সালামাণ্ডাৰ
উভচৰ প্ৰাণী
এটা ছিছিলিয়ান
World's smallest vertebrate
The world's smallest known vertebrate, Paedophryne amauensis, sitting on a U.S. dime, 17.9 mm, for scale

উভচৰ প্ৰাণী

পানী ভেকুলী(Rana),চুক ভেকুলী(Bufo),হাইলা(Hyla),এলাইটিছ(Alytes),এম্ফিউমা(Amphiuma),ট্ৰাইটন(Triton),এম্বিষ্ট'মা(Ambystoma) ইত্যাদি।

বৈশিষ্ট্যসমূহ

  1. এই প্ৰাণীবোৰে জীৱনৰ এছোৱা কাল পানীত আৰু আনছোৱা বামত বাস কৰে।
  2. দেহৰ ছালখন সেমেকা(moist),গ্ৰন্থিযুক্ত আৰু বাকলিহীন।
  3. দেহত যুগ্মফান নাথাকে। চলনক্ৰিয়াৰ বাবে বা সাঁতোৰাৰ বাবে দুযোৰ ভৰি থাকে (ছিছিলিয়ানৰ ক্ষেত্ৰত ভৰি নাথাকে,চাইৰেনিডিৰ ক্ষেত্ৰত পুচ্ছপদ নাথাকে)।
  4. প্ৰত্যেক ভৰিত ৫টাকৈ নখ থাকে। পশ্চপদ পতাযুক্ত।
  5. এযোৰ চকু থাকে। চকু,চকুপতাৰ দ্বাৰা ৰক্ষিত।
  6. বহি:কফণপটহ(ear drum) থাকে আৰু ই মাৰিসদৃশ কলুমেলা(columella) ৰ দ্বাৰা অন্ত:কৰ্ণৰ লগত সংযুক্ত।
  7. মুখত সৰু সৰু দাঁত থাকে। কোনো কোনো ক্ষেত্ৰত জিভা বহি:সাৰী।
  8. কংকাল অস্থিযুক্ত। লাওখোলাত দুটা অক্সিপিটেল প্ৰবৰ্ধ থাকে।
  9. হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত। তিনিযোৰ ধমনীয় ধনু থাকে। লোহিত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত।
  10. শ্বাসক্ৰিয়া ফুল,হাঁওফাঁও আৰু ছালৰ দ্বাৰা সম্পাদিত হয়। স্বৰযন্ত্ৰ(vocal cord) থাকে।
  11. কৰোটি স্নায়ু(cranial nerve) ৰ সংখ্যা দহযোৰ।
  12. ডিম্বজ(oviparous) প্ৰাণী। কণীত পীতৰ পৰিমাণ মধ্যমীয়া বা অধিক। বৰ্ধন পৰোক্ষ।।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

উভচৰ প্ৰাণী উভচৰ প্ৰাণী বৈশিষ্ট্যসমূহউভচৰ প্ৰাণী তথ্য সংগ্ৰহউভচৰ প্ৰাণী বাহ্যিক সংযোগউভচৰ প্ৰাণীইংৰাজী ভাষাপ্ৰাণীবছৰ

🔥 Trending searches on Wiki অসমীয়া:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমানৱ ভূগোলধ্বনিবিজ্ঞানৰঘুনাথ চৌধাৰীকৰম পূজাকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানখ্ৰীষ্টান ধৰ্মৰূপালীমভূগোলচিলাৰায়বুৰঞ্জীনগাঁও জিলাকৃষ্ণচাবোনফ্ৰান্সৰাষ্ট্ৰসংঘসমাসখাজুৰাহোপৰা আমলখিমনসাঅসমীয়া ব্যাকৰণপুৰাণমইনা পাৰিজাতগণেশহুঁচৰিব্ৰময়ুগমগণৰাজ্য দিৱস (ভাৰত)পাঠ্যক্ৰমঅসমীয়া উপন্যাসচুতীয়া ৰাজ্যআউনীআটী সত্ৰআয়ুৰ্বেদহয়গ্ৰীৱ মাধৱ মন্দিৰক্ৰিকেটপ্ৰাকৃতিক পৰিৱেশপাঠ পৰিকল্পনাবৰগীতযোগ দৰ্শনঅসমৰ লোকগীতসত্ৰীয়া নৃত্যনামেৰি ৰাষ্ট্ৰীয় উদ্যানমৃগীৰোগশ্ৰীমন্ত শংকৰদেৱঢেকীয়াখোৱা বৰনামঘৰপদাৰ্থ বিজ্ঞানতৰুণ গগৈকলবিশ্বকোষনৱবিধা ভক্তিভাৰতৰ উপৰাষ্ট্ৰপতিলভিতাকীৰ্তন-ঘোষাকামাখ্যা দেৱীবাগ্‌ধ্বনিহীৰেন ভট্টাচাৰ্যভাষানলিনীবালা দেৱীচাণক্যবড়ো ভাষাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাগুৱাহাটীভাৰতৰ জলবায়ুজুৰী বৰা বৰগোহাঞিভাৰতীয় ৰেলঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকামহিম বৰাঅসমৰ বাঁহ-বেতৰ শিল্পজিকিৰৰাজনীতিচৰ্যাপদপ্ৰেমচন্দমানক বিচলনআইজাক নিউটন🡆 More