ইথান'ল

ইথান'ল /ˈɛθənɒl/, (ইংৰাজী: Ethanol; সাধাৰণতে প্ৰায়ে ethyl alcohol, drinking alcohol, বা চমুকৈ alcohol বুলিও কোৱা হয়।) হৈছে সুৰাজাতীয় পানীয়ত থকা প্ৰধান এলক'হল, ইষ্টৰ দ্বাৰা শৰ্কৰাৰ কিন্বনৰ ফলত উৎপাদিত হয়। ই এক প্ৰকাৰৰ নিউৰ'টক্সিক চাইক'এক্টিভ দ্ৰাগ আৰু মানহে অতীজৰে পৰা ব্যৱহাৰ কৰা ৰিক্ৰিয়েশ্বনেল দ্ৰাগ। ইয়াৰ মাত্ৰাধিক পানৰ ফলক এলক'হল বিষক্ৰিয়া হ'ব পাৰে।

ইথান'ল হৈছে এক প্ৰকাৰৰ পৰিবৰ্তনশীল, জলনক্ষম, সামান্য গন্ধযুক্ত বৰণহীন তৰল। ইয়াক এণ্টিচেপ্টিক, দ্ৰাৱক, আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ নিম্ন শীতলীভৱন গুণৰ বাবে মাৰ্কাৰী যুক্ত থাৰ্ম'মিটাৰ আবিস্কাৰ হোৱাৰ পূৰ্বতে থাৰ্ম'মিটাৰতো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ গাঠনিক সংযুতি হৈছে, CH3CH2OH, চুটিকৈ প্ৰায়ে C2H5OH, C
2
H
6
O
বা EtOH ৰূপতো লিখা হয়।

তথ্য সংগ্ৰহ

Tags:

en:Help:IPA for Englishইংৰাজী ভাষাএলক'হলশৰ্কৰাৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

পৰ্যটনগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাভাৰতৰ ইতিহাসশিশুপূৰ্ণ স্বৰাজশক্তিনীতি আয়োগডিমা হাছাও জিলাআধুনিকতাবাদঅসমীয়া গীতি সাহিত্যপৰ্যাবৃত্ত তালিকাকবিতাজয়সাগৰ পুখুৰীঅসমঅসমৰ কাঁহ শিল্পপাচন নলীআমনগাঁওহিতেশ্বৰ শইকীয়াঅসমীয়া সাহিত্যনেতাই ধুবুনী ঘাটপৰিয়ালছি জিনপিংভগ্নাংশ (গণিত)কৰঅসমৰ জনগোষ্ঠীদেৱদাসীতৎসমসেউজ গৃহ প্ৰভাৱঅসমৰ তামোল-পাণ সংস্কৃতিআত্মসহায়ক গোটশকুন্তলাছনেটমহাভৈৰৱ মন্দিৰঊৰুমৈথুনমানস ৰাষ্ট্ৰীয় উদ্যানবন্দে মাতৰম্‌জুইশব্দ (অভিধান)ইয়াত এখন অৰণ্য আছিলভাস্কৰাব্দউমাচল শিলালিপিগড়গাঁওলোক-নৃত্যঢ়মনোবিজ্ঞানকামৰূপ ৰাজ্যকনকলতা বৰুৱাঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহমোৰো এটা সপোন আছেপিম্পৰা গুচোৱাশিক্ষাৰ অধিকাৰঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাৰুক্মিণী হৰণ নাটমুদ্ৰাস্ফীতিউমানন্দজুৰি দত্ততিৱা জনগোষ্ঠীতথ্যৰুদ্ৰেশ্বৰ দেৱালয়ৰুক্মিণী দেৱী অৰুণ্ডেলঅব্যয় পদসাহিত্যশিৱ পুৰাণহিন্দুত্বদশাৱতাৰভাৰত-আৰ্য ভাষা পৰিয়ালৰামায়ণমেঘালয়ইন্দ্ৰবনঘোষাঅস্বাভাৱিক মনোবিজ্ঞানসংখ্যাঅসমীয়া উপন্যাসকোষ (জীৱবিজ্ঞান)নীলপৱন বৰুৱা🡆 More