ইছলামিক বৰ্ষপঞ্জী

ইছলামিক বৰ্ষপঞ্জী বা মুছলিম বৰ্ষপঞ্জী বা হিজৰী বৰ্ষপঞ্জী এটি চন্দ্ৰ নিৰ্ভৰশীল বৰ্ষপঞ্জী। পৃথিৱীৰ বিভিন্ন মুছলিম দেশ আৰু ইছলাম ধৰ্মৰ মানুহে এই বৰ্ষপঞ্জী অনুসৰণ কৰে। চন্দ্ৰ কলাৰ ওপৰত ভিত্তি কৰে ইয়াৰ দিন-বাৰ আদি নিৰ্ধাৰিত হয়। গোটেই বিশ্বজুৰি পালন কৰা বিভিন্ন ইছলামিক পৱিত্ৰ দিন তথা উৎসৱ এই বৰ্ষপঞ্জীৰ ওপৰত নিৰ্ভৰশীল।

ইতিহাস

বিৱৰণ

প্ৰতিদিন সূৰ্যাস্তৰ মাধ্যমত দিন গণনা আৰম্ভ হয়। কিন্তু মাহ গণনা নিৰ্দিষ্ট ভূখণ্ডত খালি চকু বা বিভিন্ন যন্ত্ৰপাতিৰ (যেনে: দূৰবীণ, সাধাৰণ দূৰবীক্ষণ যন্ত্ৰ) সহায়ত জোন দেখাৰ ওপৰত সম্পূৰ্ণকৈ নিৰ্ভৰ কৰে। এই মাহ সমূহ জোন দেখাৰ ওপৰত নিৰ্ভৰ কৰি ২৯ বা ৩০ দিনৰ হয়। যি মাহ ২৯ দিনত শেষ হলে নতুন মাহৰ জোন দেখা পোৱা নাযায়, সেই মাহ ৩০ দিনত সম্পূৰ্ণ কৰা হয়।

মাহৰ নাম

ইছলামিক মাহসমূহৰ নাম ক্ৰমে:

  1. মহৰম محرّم
  2. চফৰ صفر
  3. ৰবিউল আওয়াল ربيع الأولي
  4. ৰবিউল চানি ربيع الاخري
  5. জমাডিউল আওয়াল جمادى الأولی
  6. জমাডিউছ চানি جمادي الآخر ي
  7. ৰজৱ رجب
  8. শ্ববান شعبان
  9. ৰমজান رمضان
  10. শাওয়াল شوّال
  11. জ্বিলকদ ذو القعدة
  12. জ্বিলহজ্জ ذو الحجة

তথ্য উৎস

বহিঃসংযোগ

কেলেণ্ডাৰ সলনি কৰা ৱেবছাইট

Tags:

ইছলামিক বৰ্ষপঞ্জী ইতিহাসইছলামিক বৰ্ষপঞ্জী বিৱৰণইছলামিক বৰ্ষপঞ্জী মাহৰ নামইছলামিক বৰ্ষপঞ্জী তথ্য উৎসইছলামিক বৰ্ষপঞ্জী বহিঃসংযোগইছলামিক বৰ্ষপঞ্জী

🔥 Trending searches on Wiki অসমীয়া:

সাত বিহুনাগৰিকত্বমাহগাঁও পঞ্চায়তচৰাইদেউ জিলাপুৰাণঅসমীয়া লোকসাহিত্যঅৰ্থনীতিথমাছ আলভা এডিচনভেঁকুৰভাস্কো দা গামাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবাগ্‌ধ্বনিযতি-চিনজ্যোতি সংগীতশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাকছাৰী ৰাজ্যঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫লক্ষ্মীধৰ শৰ্মাবিশেষ শিক্ষাপিঠাৰঘুনাথ দাস মহন্তঅসমৰ মুখা শিল্পসংঘাতভাষাবিজ্ঞানমহিম বৰাদিনপৰিৱেশ বিজ্ঞাননুৰ জাহান (মোগল সম্ৰাজ্ঞী)সৰস্বতীফেইচবুকভাৰতৰ উপৰাষ্ট্ৰপতিৰামধেনু (আলোচনী)যতীন্দ্ৰ নাথ দুৱৰাদশৰথজৈৱ বৈচিত্ৰ্যতলাতল ঘৰঅসমৰ মন্ত্ৰ-সাহিত্যহিন্দু পদ্ধতিত সময়ৰ এককইতিহাসঅনুবাদস্বাধীনতা দিৱস (ভাৰত)অতুল চন্দ্ৰ হাজৰিকামহামায়া ধামভাৰতীয় নাগৰিকত্ব আইনগণৰাজ্য দিৱস (ভাৰত)সৰস্বতী পূজাবড়ো জনগোষ্ঠীকৰতল কমল কমল দল নয়নশামুকজয়মতী (১৯৩৫ চলচ্চিত্ৰ)হিমন্ত বিশ্ব শৰ্মাপূৰবী বৰমুদৈনামদাঙৰ শিলৰ সাঁকোম'হৰ শিঙৰ পেঁপাকাতি বিহুউৎসৱআহোম ৰাজ্যলোকসভাৰ অধ্যক্ষবিশ্ব মেলেৰিয়া দিৱসচাহেবপুৰাৰ বৰষুণবাবৰভাৰতীয় দৰ্শনআকবৰসমবাহু ত্ৰিভুজভঠেলিবিদ্যুৎসূৰ্যভাৰতৰ প্ৰধানমন্ত্ৰীঅসমৰ তামোল-পাণ সংস্কৃতিমানস ৰাষ্ট্ৰীয় উদ্যানমহাকাব্যভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাঅসমীয়া গীতি সাহিত্য🡆 More