ইউৰেনাচ

ইউৰেনাচ (ইংৰাজীত: Uranus) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো সপ্তম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ। গ্ৰহটোৰ নাম আকাশৰ গ্ৰীক দেৱতা ক্ৰ'নচৰ পিতৃ, জ্যুচৰ পিতামহ তথা এৰিচৰ প্ৰপিতামহ ইউৰেনাচৰ পৰা লোৱা হৈছে। সৌৰজগতৰ ভিতৰত ইউৰেনাচৰ কক্ষপথ তৃতীয় বৃহৎ আৰু ভৰৰ ফালৰপৰা ইয়াৰ স্থান চতুৰ্থ। বিজ্ঞানীসকলে নেপচুন আৰু ইউৰেনাচ উভয়কে তুষাৰ দানৱ হিচাপে নামকৰণ কৰিছে। ইউৰেনাচৰ বাতাবৰণ বৃহস্পতি আৰু শনিৰ দৰে হাইড্ৰ’জেন আৰু হিলিয়ামেৰে পূৰ্ণ যদিও ইয়াত তুষাৰ, এম’নিয়া আৰু মিথেন অধিক পৰিমাণে পোৱাৰ উপৰিও হাইড্ৰ’কাৰ্বনৰ উপস্থিতি পোৱা যায়। সৌৰজগতৰ ভিতৰত ইউৰেনাচৰ পৰিৱেশেই সকলোতকৈ শীতল (-২২৪ ডিগ্ৰী চেলচিয়াছ)। এই গ্ৰহটো মিথেনৰ ডাৱৰেৰে আৱৰা আৰু বৰফ আৰু শিলেৰে গঠিত।

ইউৰেনাচ ⛢
ইউৰেনাচ গ্ৰহ
ভয়েজাৰ ২ যোগে লোৱা ইউৰেনাচ গ্ৰহৰ চিত্ৰ
আৱিষ্কাৰ
আৱিষ্কাৰক William Herschel
আৱিষ্কাৰৰ তাৰিখ March 13, 1781
বিৱৰণ
বিশেষণ Uranian
কক্ষপথৰ বৈশিষ্ট্য
যুগ J2000
অপসূৰ 3,006,389,405 km
20.096 471 90 AU
1,868,088,249 miles
অনুসূৰ 2,735,555,035 km
18.286 055 96 AU
1,699,799,169 miles
অৰ্ধ-মুখ্য অক্ষ 2,870,972,220 km
19.191 263 93 AU
1,783,943,710 miles
উৎকেন্দ্ৰতা 0.047 167 71
পৰ্যায়কাল 369.65 day
গড় কক্ষীয় দ্ৰুতি 6.795 km/s
নতি 0.769 86°
(6.48° to Sun's equator)
উদ্বিন্দুৰ দ্ৰাঘিমা 74.229 88°
উপগ্ৰহসমূহ 27
ভৌতিক বৈশিষ্ট্যসমূহ
বিষুৱীয় ব্যাসাৰ্ধ 25,559 km
(4.007 Earths)
মেৰু ব্যাসাৰ্ধ 24,973 km
(3.929 Earths)
পৃষ্ঠৰ ক্ষেত্ৰফল 8.084×109 km2
(15.849 Earths)
আয়তন 6.834×1013 km3
(63.086 Earths)
ভৰ 8.6832×1025 kg
(14.536 Earths)
গড় ঘনত্ব 1.318 g/cm3
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ 8.69 m/s2
(0.886 g)
পলায়ন বেগ 21.29 km/s
নাক্ষত্ৰিক ঘূৰ্ণনকাল −0.718 33 day (17 h 14 min 24 s by convention)
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ 2.59 km/s = 9320 km/h
অক্ষীয় ঢাল 97.77°
উত্তৰ মেৰুৰ বিষুৱাংশ 77.31° (5 h 9 min 15 s)
উত্তৰ মেৰুৰ বিষুৱলম্ব +15.175°
প্ৰতিফলন অনুপাত 0.51
পৃষ্ঠৰ তাপমাত্ৰা ন্যূনতম মধ্যমীয়া সৰ্বোচ্চ
Surface 59 K 68 K N/A
Cloudtop 55 K
বায়ুমণ্ডল
পৃষ্ঠৰ চাপ 120 kPa (at the cloud level)
আয়তন অনুসৰি সংযুতি 83% Hydrogen
15% Helium
1.99% Methane
0.01% Ammonia
0.00025% Ethane
0.00001% Acetylene
trace Carbon monoxide
trace Hydrogen sulfide

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

ইউৰেনাচ সূৰ্যবুধশুক্ৰচন্দ্ৰপৃথিৱীPhobos and Deimosমঙ্গলCeresThe asteroid beltবৃহস্পতিJupiter's natural satellitesশনিSaturn's natural satellitesইউৰেনাচUranus' natural satellitesNeptune's natural satellitesনেপচুনCharon, Nix, and Hydraপ্লুটোThe Kuiper beltDysnomiaএৰিছThe scattered discওৰ্ট মেঘ
সূৰ্য

সৌৰ গোলকসৌৰ আৱৰণ
হেলিওপজ
হাইড্ৰজেন দেৱাল
গ্ৰহসমূহ
= প্ৰাকৃতিক উপগ্ৰহ = বলয়সমূহ
বুধ শুক্ৰ পৃথিৱী মঙ্গল
বৃহস্পতি শনি ইউৰেনাচ নেপচুন
বাওনা গ্ৰহসমূহ চেৰেছ প্লুটো এৰিছ
সুক্ষ্ম
সৌৰ
জাগতিক
অৱয়ব
গ্ৰহাণু
(সুক্ষ্ম গ্ৰহ)
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ.
নেপচুন-
উত্তৰ
কুইপাৰ বেষ্টনীপ্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো:
ধূমকেতু পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বৰদৈচিলাৰংৰঘুনাথ দাস মহন্তক্ষকোচ ৰাজবংশীভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানহস্তীবিদ্যাৰ্ণৱযৌন সংক্ৰামক ৰোগকলিকতাআনন্দ চন্দ্ৰ আগৰৱালাবকুল ফুলৰ দৰে (গ্ৰন্থ)মামণি ৰয়ছম গোস্বামীৰ উপন্যাসসূৰ্যঅসমৰ তামোল-পাণ সংস্কৃতিযনিকবিতানবীনচন্দ্ৰ বৰদলৈআইজাক নিউটনসাম্যবাদমহিম বৰাবাঁহগণতন্ত্ৰপদাৰ্থৰ অৱস্থাবিহুগীতশিৱসাগৰৰ শিৱদৌলপ্ৰজ্ঞাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামালিনী থানকল্পনা চাওলাঅসমৰ লোকবাদ্যধেমাজি জিলাপাঁচালীদুৰ্যোগএ পি জে আব্দুল কালামগগনাচৰাইকনকলতা বৰুৱাঅসহযোগ আন্দোলননেপালী জনগোষ্ঠীভাৰত ত্যাগ আন্দোলনমৌৰ্য সাম্ৰাজ্যবৰপেটা (লোকসভা সমষ্টি)ৰবীন্দ্ৰনাথ ঠাকুৰমিৰি জীয়ৰীঁ (চন্দ্ৰবিন্দু)মণিপুৰডিব্ৰুগড় জিলালভিতাফ্লোৰেন্স নাইটিংগেলহাবুংঅসমৰ লোকগীতবিহু নৃত্যমহাসাগৰসত্যনাথ বৰামহেন্দ্ৰ বৰাআহোম ধৰ্মসৰ্বশিক্ষা অভিযানহয়গ্ৰীৱ মাধৱ মন্দিৰনলবাৰী জিলাআহোম ৰাজ্যবিজ্ঞাপনকপিৰাইটনুৰ জাহান (মোগল সম্ৰাজ্ঞী)ঘৰ শালিকাবাথৌ পূজাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাচিপাহী বিদ্ৰোহ ১৮৫৭অসমৰ নৃ-প্ৰজাতীয় গাঁথনিপাৰিপাৰ্শ্বিক সংঘাতদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাচকৰি ফেঁটী বুৰঞ্জীপদুমদুৰ্গাবৰ কায়স্থইষ্ট ইণ্ডিয়া কোম্পানীৰাজনীতি🡆 More