মাহ আহাৰ: অসমীয়া বৰ্ষৰ তৃতীয় মাহ

আহাৰ অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহাৰত ৩১ দিন থাকে। ১আহাৰ হ'ল এই মাহৰ প্ৰথম দিন।

০১
17
০২
18
০৩
19
০৪
20
০৫
21
০৬
22
০৭
23
০৮
24
০৯
25
১০
26
১১
27
১২
28
১৩
29
১৪
30
১৫
01
১৬
02
১৭
03
১৮
04
১৯
05
২০
06
২১
07
২২
08
২৩
09
২৪
10
২৫
11
২৬
12
২৭
13
২৮
14
২৯
15
৩০
16
৩১
17
১৪৩০ ভাস্কৰাব্দ

অন্য পঞ্জিকাত আহাৰৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত আহাৰ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাত জুন আৰু জুলাই হয়। অহাৰ ১৫ বা ১৬ মে'ত আৰম্ভ হয় আৰু জুলাইৰ মধ্যলৈকে থাকে। আহাৰ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত জ্যেষ্ঠ মাহ চলি থাকে।

প্ৰাকৃতিক পৰিৱৰ্তন

মাহ আহাৰ: অন্য পঞ্জিকাত আহাৰৰ সমসাময়িক মাহ, প্ৰাকৃতিক পৰিৱৰ্তন, উৎসৱ পৰ্ব আদি 
যোৰহাটৰ বৰমঠাউৰি মিচিং গাঁৱত আহাৰ মাহৰ কঠীয়াতলী আৰু কঠীয়া ৰোৱা পথাৰ

অসমীয়া কবিতাত ৰঘুনাথ চৌধাৰী য়ে লিখিছে -

"আহাৰ মহীয়া ভৰ দুপৰীয়া

ৰ’দে খাওঁ খাওঁ কৰে,

ভমক ভমক কি চাবা চমক

চকু ছাট মাৰি ধৰে।"

অহাৰ মাহ প্ৰখৰ ৰ'দ আৰু গৰমৰ সময়। মাজে মাজে বৰষুণ হয়। এই সময়ত গ্ৰীষ্ম ঋতু চলি থাকে। আহাৰ মাহ অসমত খেতিৰ ভৰপক উঠাৰ বতৰ৷ এই সময়ত পথাৰত হাল বোৱা আৰু কঠীয়া ৰোৱাৰ কামত অসমৰ খেতিয়ক সকল ব্যস্ত হৈ পৰে।

উৎসৱ পৰ্ব আদি

তথ্য সংগ্ৰহ

Tags:

মাহ আহাৰ অন্য পঞ্জিকাত আহাৰৰ সমসাময়িক মাহমাহ আহাৰ প্ৰাকৃতিক পৰিৱৰ্তনমাহ আহাৰ উৎসৱ পৰ্ব আদিমাহ আহাৰ তথ্য সংগ্ৰহমাহ আহাৰআঘোণআহাৰআহিনকাতিচ'তজেঠপুহফাগুনব'হাগভাদমাঘশাওণ

🔥 Trending searches on Wiki অসমীয়া:

ভীমৰাও ৰামজী আম্বেদকাৰকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলৰাৱণসূৰ্যকুমাৰ ভূঞাইয়াণ্ডাবু সন্ধিকৃষ্ণকৃষিপাটবাউসী সত্ৰসাহিত্য অকাডেমি বঁটাভূপেন হাজৰিকাৰংঘৰশচীন তেণ্ডুলকাৰফকৰা যোজনাভাস্কো দা গামাচন্দ্ৰঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাকীৰ্তন-ঘোষাঅসমীয়া লোক-সংস্কৃতিআলি আঃয়ে লৃগাংদৰ্শনবেদব্যাসদুৰ্গাবৰ কায়স্থপোৱামক্কাবৰদৈচিলাস্বাভাৱিক সংখ্যাআয়তক্ষেত্ৰযোৰানামতাল (বাদ্যযন্ত্ৰ)নুৰ জাহান (মোগল সম্ৰাজ্ঞী)ধুবুৰী (লোকসভা সমষ্টি)বাথৌ পূজাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাভূপেন্দ্ৰ সংগীতডিব্ৰুগড় বিশ্ববিদ্যালয়অৰ্জুন ভঞ্জনশিক্ষাৰ অধিকাৰআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰজুবিন গাৰ্গ২০২৩ জি-২০ নতুন দিল্লী সন্মিলনজলবিদ্যুৎদৌল গোবিন্দ মন্দিৰমহিম বৰাৰাতাবাৰী (বিধানসভা সমষ্টি)বিশ্ব মেলেৰিয়া দিৱসঅসমীয়া জাতিপৰ্যাবৃত্ত তালিকামৌখিক ইতিহাসকম্পিউটাৰ হাৰ্ডৱেৰলাচিত বৰফুকনকমলা মিৰিফাকুৱাভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাঅসমৰ জিলাসমূহফ্লোৰেন্স নাইটিংগেলমৃত্যুঞ্জয়পাঠ পৰিকল্পনাইতিহাসআন্তৰ্জাতিক শ্ৰমিক দিৱসহাজোকুলিঅংকীয়া নাটবক ফুলহাতীবিৰিঞ্চি কুমাৰ বৰুৱাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসমৰ জনগোষ্ঠীপ্লাষ্টিকগণতন্ত্ৰধৰ্মউমাকান্ত শৰ্মাফুলদুৰ্গেশ্বৰ শৰ্মাএৰিষ্ট'টলশৰৎ ঋতুআম🡆 More