আলু

আলু এবিধ সুষম পুষ্টিকৰ খাদ্য। আলুৰ বৈজ্ঞানিক নাম Solanum tuberosum। গছৰ শিপাত, মাটিৰ তলত ইয়াৰ উৎপাদন হয়। আলুৰ খেতি কৰি বহুলভাৱে ইয়াৰ উৎপাদন কৰা হয় কাৰণ আলুৰ চাহিদা অতি বেছি। আলু নামৰ এই খাদ্য বস্তুটোৰ লগত প্ৰথম চিনাকি আছিল দক্ষিণ আমেৰিকাৰ পেৰু আৰু বলিভিয়াৰ মানুহৰ। সেই ঠাইত বাস কৰা ইণ্ডিয়ান সকলে প্ৰচুৰ আলু খেতি কৰিছিল। ১৫৭০ চনত স্পেইনৰ অভিযাত্ৰীসকলে ইউৰোপত আলুৰ প্ৰচলন আৰম্ভ কৰে। বৰ্তমান পৃথিৱীৰ সকলো দেশতে আলুৰ খেতি কৰা হয়। আলু উৎপাদনত শীৰ্ষ স্থানত আছে ৰাছিয়া, তাৰ পাছতে আছে পোলেণ্ড, চীন, জাৰ্মানী আদি।

আলু
আলু
খেতি কৰা আলু বিভিন্ন ৰং, আকাৰ, আৰু আকৃতিত পোৱা যায়
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Solanaceae
গণ: Solanum
প্ৰজাতি: S. tuberosum
বৈজ্ঞানিক নাম
Solanum tuberosum
L.


Tags:

ইউৰোপচীন গণৰাজ্যজাৰ্মানীদক্ষিণ আমেৰিকাপৃথিৱীপেৰুপোলেণ্ডস্পেইনৰাছিয়া

🔥 Trending searches on Wiki অসমীয়া:

সাহিত্যসূৰ্যসৰ্বেপল্লী ৰাধাকৃষ্ণণভূমিকম্পঅংকনলিনীবালা দেৱীঅসম আন্দোলনঅসমৰ ৱেবছাইটসমূহৰ তালিকাম’বাইল ফোনলোকসভাঅনিৰুদ্ধশদিয়াপ্লাষ্টিকমৌখিক ইতিহাসচি এছ এছইষ্ট ইণ্ডিয়া কোম্পানীৰুদ্ৰৰাম বড়দলৈদুৰ্গা পূজাদ্য টেল অফ গেঞ্জিবংগ বিভাজন (১৯০৫)নৱবিধা ভক্তিবিহুৰ বাদ্যযন্ত্ৰডিব্ৰুগড়নাগাৰাশোণিতপুৰ (লোকসভা সমষ্টি)বিশ্বনন্দশকুন্তলাপৰিসংখ্যাবৰ্মণ ৰাজবংশনীলমণি ফুকন (কনিষ্ঠ)অসমৰ বনৌষধিযোৰহাটকোচ ৰাজবংশীঅসমীয়া লোক-সংস্কৃতিইতিহাসচলচ্চিত্ৰদিল্লীদৌল গোবিন্দ মন্দিৰসিন্ধু নদীদৰং জিলাৰামধেনুপায়ু সংগমঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদমনতলাতল ঘৰজাতনামবসন্ত ৰোগআনন্দৰাম বৰুৱাশিৱসাগৰউইলিয়াম শ্বেইকছপীয়েৰশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাসতী সাধনীচুতীয়া ৰাজ্যৰাভা জনগোষ্ঠীকথা কবিতাঅসমৰ পৰম্পৰাগত সাজ- পাৰঅনিৰুদ্ধদেৱঅব্যয় পদসুতুলীবিপৰীতাৰ্থক শব্দশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯হিৰণ্যকশিপুআন্তৰ্জাতিক শ্ৰমিক দিৱসলভিতাঠেঙ্গাল কছাৰী জনগোষ্ঠীসত্যনাথ বৰামঙ্গলদৈ (লোকসভা সমষ্টি)জ্যোতিপ্ৰসাদ আগৰৱালাহলীৰাম ডেকাসিন্ধু সভ্যতাকলিতা জনগোষ্ঠীঅসমীয়া ভাষা আন্দোলন🡆 More