আলজেমাৰ ৰোগ: এক প্ৰকাৰৰ স্নায়বিক ৰোগ

আলজেমাৰ ৰোগ (ইংৰাজী: Alzheimer's disease; (AD), Alzheimer disease, বা চমুকৈ Alzheimer's বুলিও কোৱা হয়।) হৈছে এক প্ৰকাৰৰ স্নায়বিক ৰোগ। ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ (তৎকালীন স্মৃতি) কৰাত অসুবিধা হোৱা। ৰোগৰ প্ৰাৱল্য বৃদ্ধি হোৱাৰ লগে লগে ভাষাৰ সমস্যা, উৎসাহ হেৰাই যোৱা, আচৰণগত সমস্যা আদিয়েও দেখা দিয়ে। ৰোগীৰ অৱস্থাৰ অধিক অৱনতি হ'লে, তেওঁলোকক প্ৰায়ে পৰিয়াল আৰু সমাজৰ পৰা বহিষ্কাৰ কৰা হয়। ক্ৰমান্নয়ে, দৈহিক কাৰ্যকাৰিতা লুপ্ত হয় আৰু ৰোগীজন মৃত্যুমুখত পৰে। যদিও ৰোগ বৃদ্ধিৰ হাৰ ভিন্ন, গড় হিতাপে ৰোগী নৰ পৰা দহ বছৰৰ ভিতৰত মৃত্যুমুখত পৰে।

আলজেমাৰ ৰোগ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
আলজেমাৰ ৰোগ: এক প্ৰকাৰৰ স্নায়বিক ৰোগ
এটা সাধাৰণ মগজু (বাঁও) আৰু এজন আলজেমাৰ ৰোগীৰ মগজুৰ (সোঁ) তুলনা। পাৰ্থক্য দেখুওৱা লক্ষণবোৰ প্ৰদৰ্শন কৰা হৈছে।
আই.চি.ডি.-10 G30, F00
আই.চি.ডি.-9 331.0, 290.1
OMIM 104300
ডিজিজেছ ডে'টাবে'ছ 490
মেডলাইন প্লাছ 000760
ইমেডিচিন neuro/13
MeSH D000544

আলজেমাৰ ৰোগৰ কাৰকসমূহ সম্পূৰ্ণৰূপে বুজা গৈছে। প্ৰায় ৭০% ৰোগৰ কাৰণ বংশগত বুলি বিশ্বাস কৰা হয়; সাধাৰণতে বহুতো জিন জড়িত হৈ থাকে। অন্যান্য কাৰকবোৰ হৈছে মূৰৰ আঘাত, অৱসাদ, বা দুশ্চিন্তা। এই ৰোগ মগজুৰ plaques আৰু tanglesৰ লগত জড়িত। ৰোগৰ ইতিহাস আৰু মেডিকেল ইমেজিং আৰু ৰক্ত পৰীক্ষাৰ দ্বাৰা অন্য সম্ভাৱনীয় কাৰক নিৰ্ধাৰণৰ সংজ্ঞানাত্মক অভীক্ষা ভিত্তিত ইয়াৰ চিকিৎসা কৰা হয়। মগজুৰ কলা পৰীক্ষা কৰি ৰোগ নিৰ্ধাৰণ কৰা হয়। নিয়মিত মানসিক আৰু শাৰীৰিক ব্যায়াম কৰিলে আৰু মেদবহুলতাৰ পৰা আঁতৰত থাকিলে এই ৰোগৰ সম্ভাৱনা বহু হ্ৰাস পায়।

তথ্য সংগ্ৰহ

বৰ্গীকৰণ
বাহ্যিক সমল

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

নাথ-যোগী সম্প্ৰদায়অখণ্ড সংখ্যামহদাঁতমৌৰ্য সাম্ৰাজ্যসংবিধান দিৱস (ভাৰত)২০২২ ফিফা বিশ্বকাপবিহুসৰ্বশিক্ষা অভিযানসূৰ্যসাতসৰী (অলংকাৰ)মাগুৰ মাছভীমৰাও ৰামজী আম্বেদকাৰগড়গাঁওযতি-চিনঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰামকৃষ্ণ পৰমহংসভূমি প্ৰদূষণভাৰতৰ সংবিধানমৌখিক ইতিহাসহাই নান্নাচুটিগল্পব্ৰহ্মপুত্ৰ নদভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনইণ্টাৰনেটমদন কামদেৱ দেৱালয়তথ্য প্ৰযুক্তিধৰিত্ৰী দিৱসবিহুৰ বাদ্যযন্ত্ৰউদ্বিগ্নতাটিকেন্দ্ৰজিৎভাৰতৰ স্বাধীনতা আন্দোলন২১ এপ্ৰিলবুৰঞ্জীকাতি বিহুবৈচাগুভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমোগল সাম্ৰাজ্যনাৰীবাদপতঞ্জলিৰ যোগসূত্ৰজয়মতী কুঁৱৰীঅম্বুবাচীশব্দহিন্দু জ্যোতিষবিদ্যাকোচ ৰাজবংশগৌৰৱ গগৈনাৰী সবলীকৰণচৰক পূজাঅসমৰ শাক-পাচলিৰ তালিকাৰঘুনাথ চৌধাৰীগোলকীয় উষ্ণতা বৃদ্ধিসত্ৰসংঘাতসৰ্বপল্লী ৰাধাকৃষ্ণণবৃত্তদৰ্শনভাস্কৰাব্দজল সংৰক্ষণসাধুকথাঅসমৰ ইতিহাসহস্তীবিদ্যাৰ্ণৱগায়ত্ৰী মহন্তশিৱভূগোলমহিম বৰাঅশোকাষ্টমীফুলগুৰি ধেৱালক্ষ্মীনন্দন বৰাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅশ্বক্ৰান্ত মন্দিৰমেকুৰীব্যক্তিত্ববংশভাষা🡆 More