আয়েশা জুল্কা: ভাৰতীয় অভিনেত্ৰী

আয়েশা জুল্কা (ইংৰাজী: Ayesha Jhulka জন্ম: ২৮ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে৷ তেওঁ ওড়িয়া, কন্নড়, আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷

আয়েশা জুল্কা
আয়েশা জুল্কা: কৰ্মজীৱন, ব্যক্তিগত জীৱন, চলচ্চিত্ৰপুঞ্জী
Jhulka at her Spa salon nails 'Anantaa' in 2010
জন্ম আয়েশা জুল্কা
২৮ জুলাই, ১৯৭২ (৫১ বছৰ)
শ্ৰীনগৰ, জম্মু কাশ্মীৰ, ভাৰত
পেচা চলচ্চিত্ৰ অভিনেত্ৰী, উদ্যোগী
সক্ৰিয় হৈ থকা সময় ১৯৯০-২০১০
২০১৮–বৰ্তমান
দাম্পত্যসঙ্গী সমীৰ বাসী (Sameer Vashi)

কৰ্মজীৱন

আয়েশা জুল্কা: কৰ্মজীৱন, ব্যক্তিগত জীৱন, চলচ্চিত্ৰপুঞ্জী 
Ayesha Jhulka at the Opening of Ayesha Jhulka's Spa 'Nest'

তেওঁ অভিনয় কৰা চলচ্চিত্ৰবোৰ হৈছে- কুৰবান (১৯৯১), জো জীতা বহী চিকান্দাৰ (১৯৯২), খিলাড়ী (১৯৯২), মেহেৰবান (১৯৯৩), দালাল (১৯৯৩), বালমা (১৯৯৩), ৱাক্ট হমাৰা হে (১৯৯৩), ৰং (১৯৯৩), সংগ্ৰাম (১৯৯৩), জয় কিসান (১৯৯), আৰু মাচুম (১৯৯৬)৷

ব্যক্তিগত জীৱন

তেওঁ ভাৰতীয় বায়ু সেনাৰ অভিচাৰ উইং কামাণ্ডা ইন্দৰ কুমাৰ জুল্কাৰ জীয়ৰী৷ তেওঁ সমীৰ বাসীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

চলচ্চিত্ৰপুঞ্জী

চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
১৯৯০ নীতি সিদ্ধাৰ্থ বাসন্তী তেলেগু
১৯৯১ কুৰবান চন্দ্ৰা সিং হিন্দী
মীট মেৰা মন কে (Meet Mere Man Ke) হিন্দী
হে মেৰী জান নীলাম হিন্দী
১৯৯২ মাচুক নিশা ৰাই হিন্দী
খিলাড়ী নীলাম চৌধুৰী হিন্দী
জো জীতা বহী চিকান্দাৰ অঞ্জলি হিন্দী
অনাম মেঘনা হিন্দী
১৯৯৩ কহৰা নিশা হিন্দী
কেইসে কেইসে ৰিস্তা হিন্দী
বলমা মধু হিন্দী
মেহেৰবান চন্দ্ৰা হিন্দী
সংগ্ৰাম পল্লৱী কে. সিং হিন্দী
দালাল ৰূপালী হিন্দী
ৰং পূজা মালহোত্ৰা হিন্দী
ৱাক্ট হমাৰা হে আয়েশা হিন্দী
দিল কী বাজাৰ আৰতি হিন্দী
ওলাড কে দুশ্মন চালু কুমাৰ হিন্দী
১৯৯৪ ব্ৰহ্মা আশা হিন্দী
এক ৰাজা ৰাণী বৰ্ষা হিন্দী
জয় কীসেন আশা হিন্দী
মহা শক্তিশালী হিন্দী
১৯৯৫ আকেলে হম আকেলে তুম এৱাৰ্ড প্ৰেজেণ্টাৰ হিন্দী ফ্ৰেইণ্ডলী এপিয়াৰেঞ্চ
আশিকী মষ্টানী (Aashique Mastaane) মালতী
১৯৯৬ মাচুম চন্দ্ৰা হিন্দী
মুকাদ্দাৰ মীনা হিন্দী
আপনে দম পৰ নিজে হিন্দী বিশেষ ভূমিকা (আইটেম নম্বৰ)
১৯৯৭ চাসী ৪২০ ৰত্ন হিন্দী বিশেষ ভূমিকা
বিশ্ববিধাতা ৰাধা খান্না হিন্দী
জাজ মজৰীম নৃত্যশিল্পী/কণ্ঠশিল্পী হিন্দী বিশেষ ভূমিকা
সুৰজ ৰামকলী হিন্দী/উৰ্দু
ঘুংঘাট (Ghunghat)
১৯৯৮ দন্দ নায়ক নেইনা হিন্দী
কানাচালু নেনে মানাচালু নেনে (Kanasalu Neene Manasalu Neene) কন্নড়
বাৰুদ নৃত্যশিল্পী হিন্দী গেষ্ট এপিয়াৰেঞ্চ
হিম্মতৱালা ৰাধা হিন্দী
১৯৯৯ পুৰুষ নিজে হিন্দী “কাহানী কিসমত কী” গীতত বিশেষ ভূমিকা
ফুল ঔৰ আগ হিন্দী “মে গাঁৱ দিল গায়ে” গীতত বিশেষ ভূমিকা
হোতে হোতে প্যাৰ হো গয়া সভা হিন্দী
কোহৰাম: দ্য এক্সপ’শ্যন চুইটী হিন্দী
কাহানী কিসমত কী হিন্দী
২০০০ খালচা মেৰো ৰূপ হে খাচ (Khalsa Mero Roop Hai Khaas) চান্নী (Channi)
চিকাৰ অঞ্জু গুপ্তা
২০০১ হাধ হিন্দী
চিঞ্চৰ শশীলা হিন্দী
২০০২ আম্মা ৰূপা হিন্দী
২০০৩ আন্‌চ দেৱাংগী গম. ঠাকুৰ হিন্দী, আৱাধী (Awadhi)
২০০৪ ৰাণ শিৱানী হিন্দী
জয় জীয়াৰ মাক তেলেগু
২০০৫ চসা না থা বীৰেনৰ খুলশালী হিন্দী
ডাবল ক্ৰচ: এক ধোকা চনিয়া
২০০৬ জেকপট কন্নড়
উম্ৰাও জান খুৰশীদ হিন্দী
জননী উৰ্মিলা
ৰাকতে লেখিছি না (Rakate Lekhichi Naa) অৰিয়া
২০০৯ কেশ্যগ (Keshyog)
২০১০ আডা... এ ৱে অৱ লাইফ হিন্দী
২০১৮ জিনিয়াচ নন্দিনীৰ মাক হিন্দী

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

আয়েশা জুল্কা কৰ্মজীৱনআয়েশা জুল্কা ব্যক্তিগত জীৱনআয়েশা জুল্কা চলচ্চিত্ৰপুঞ্জীআয়েশা জুল্কা তথ্যসূত্ৰআয়েশা জুল্কা বাহ্যিক সংযোগআয়েশা জুল্কাইংৰাজী ভাষাতেলেগু ভাষাহিন্দী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

শিক্ষাচন্দ্ৰকুমাৰ আগৰৱালাএজাৰহস্তমৈথুনস্বদেশী আন্দোলনআমলখিনাৰীবাদঅসমীয়া কবিতাভাৰতলুৰিন জ্যোতি গগৈঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলৰুক্মিণী হৰণ নাটউত্তৰ গুৱাহাটীযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীআনন্দৰাম বৰুৱামাহবিজ্ঞানঅসমৰ মহকুমাসমূহৰ তালিকাডিমাছা ভাষাঢোলবিশ্ব বাণিজ্য সংস্থাঢেঁকীপৃথিৱীপ্ৰেমচন্দইন্দ্ৰেশ্বৰ বৰঠাকুৰমহাবীৰ জয়ন্তীনাৰীৱেবছাইটপটলবিশেষ্য পদযুগ্ম সংখ্যামহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেডফাট বিহুধেমাজি জিলাবৰপেটা সত্ৰভাতমানৱ ভূগোলভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঅসমীয়া ভাষাবসন্ত ঋতুঅসম মাধ্যমিক শিক্ষা পৰিষদআন্তৰ্জাতিক যোগ দিৱসঅসমৰ জনগোষ্ঠীসোণোৱাল কছাৰীনিৰ্বাচনী চিয়াঁহীসন্ধিঅংকীয়া নাটব্যক্তিত্বপৰিসংখ্যানিৰ্ম্মল ভকতমুখমৈথুনবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅসমীয়া খাদ্যাভ্যাসঅমূল্য বৰুৱাআধুনিকতাবাদঅসহযোগ আন্দোলনমণিৰাম দেৱানবিহুঅসমৰ কাঁহ শিল্পৱিকিমিডিয়া ফাউণ্ডেশ্যনস্বাধীনতা দিৱস (ভাৰত)ৰত্নকান্ত বৰকাকতীবিশ্বনাথ জিলামাৰাঠা সাম্ৰাজ্যমুঠিখাৰুসতী সাধনীমোৰো এটা সপোন আছেঅসমৰ শাক-পাচলিৰ তালিকাটকা (বাদ্য)সাত বিহুপিয়লি ফুকনবতৰলক্ষ্মীনাথ বেজবৰুৱাবৌদ্ধ ধৰ্মবৈচাগুঅসমত দেখা পোৱা মাছৰ তালিকা🡆 More