আচৰণবাদ

আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লেষণ কৰা হয় সিয়েই আচৰণবাদ (ইংৰাজী: Behaviorism) । আচৰণবাদীসকলে মানুহে কাহ মৰা,হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে।

আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত। আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন বি ৱাটচন (ইংৰাজী: John B. Watson) আৰু বি এফ স্কীনাৰ (ইংৰাজী: B. F. Skinner)। ইয়াৰোপৰি ৰাছিয়াৰ আইভান পাভলভ, বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।

আচৰণবাদ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ৰবীন্দ্ৰনাথ ঠাকুৰঅসমৰ কুঁহিলা শিল্পএচিদ বৰষুণবকুল ফুলৰ দৰে (গ্ৰন্থ)নগাঁও জিলাবিশ্বব্ৰহ্মাণ্ডসতী সাধনীকাৰ্বি জনগোষ্ঠীবৰপেটা (লোকসভা সমষ্টি)ব্ৰহ্মপুত্ৰ উপত্যকানগা জনগোষ্ঠীমানৱ ভূগোলবহুভাষাবাদঅশোকৰ অনুশাসনঅসমীয়া লোকসাহিত্যপূৰ্ণ স্বৰাজআভাল পাৱমনলবাৰী জিলাসেউজ গৃহ প্ৰভাৱবসন্ত ঋতুপাঁচালীবুলু ফিল্মনামচিংলভিতাবড়োলেণ্ডবড়ো ভাষাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)অসমমিৰি জীয়ৰীঅসম সাহিত্য সভাত্ৰিভুজগুৱাহাটী পৌৰ নিগমকাংশপাৰ সত্ৰলীলা গগৈবাণীকান্ত কাকতিবিবাহমণিৰাম দেৱানভেঁকুৰব্ৰাজিলৰ শ্ৰুতিকথাপুৰন্দৰ সিংহখো-খোঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলসংস্কৃত সাহিত্যশ্ৰীনিবাস ৰামানুজনঅসম আৰক্ষীঅতুল চন্দ্ৰ হাজৰিকাইণ্টাৰনেটগুৱাহাটী বিশ্ববিদ্যালয়চামগুৰি সত্ৰশৈলেন ভৰালীপলাশীৰ যুদ্ধগণিতঅসমীয়া লিপিৰ বুৰঞ্জীচৰকাৰী ভাষা আন্দোলন (অসম)অনন্ত কন্দলিঈয়াৰুইঙ্গমআয়ুৰ্বেদনীলমণি ফুকন (কনিষ্ঠ)অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপৰঘুমাকপিলীপৰীয়া সাধুকথা কবিতাস্বাস্থ্যঅসমৰ মন্ত্ৰ-সাহিত্যআহোম-মোগলৰ সংঘৰ্ষগুৱাহাটীৰামকমলাবাৰী সত্ৰহাঁপানিহোলিকাসাহিত্য সমালোচনাহিন্দু ধৰ্ম🡆 More