অসমৰ ৰাজ্যপালসকলৰ তালিকা

ভাৰতবৰ্ষৰ ৰাজ্য একোখনৰ ৰাজ্যপালজন হৈছে ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি আৰু লগতে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে গুলাব চান্দ কটাৰিয়া। কটাৰিয়াই ৩১ সংখ্যক অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰি বৰ্তমানেও শাসনভাৰ গ্ৰহণ কৰি আছে।

অসমৰ ৰাজ্যপাল
অসমৰ ৰাজ্যপালসকলৰ তালিকা
বৰ্তমান পদাধিকাৰী
গুলাব চান্দ কটাৰিয়া

২২ ফেব্ৰুৱাৰী ২০২৩ -ৰ পৰা
সম্বোধন His Excellency
চৰকাৰী বাসগৃহ ৰাজ ভৱন; গুৱাহাটী
নিয়োগকৰ্তা ভাৰতৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল ৫ বছৰ
প্ৰথম পদাধিকাৰী নিক'লাছ ড'ড্ বে'ল
গঠন ১৫ আগষ্ট ১৯৪৭ (1947-08-15) (৭৬ বছৰ পূৰ্বে)

ক্ষমতা আৰু কাৰ্য্যাৱলী

ৰাজ্যপাল এজনৰ ওচৰত নিম্নোক্ত বিভিন্ন ক্ষমতা সমূহ নিহিত থাকে:

  • কাৰ্যপালকৰ ক্ষমতা : প্ৰশাসন, নিযুক্তি আৰু বৰ্খাস্তকৰণৰ ক্ষমতা
  • বিধানমণ্ডলীয় ক্ষমতা : আইন প্ৰণয়ন সম্পৰ্কীয় আৰু বিধানমণ্ডল (অৰ্থাত, বিধান সভা আৰু বিধান পৰিষদৰ সৈতে যুক্ত ক্ষমতা) আৰু
  • বিবেকাধীন ক্ষমতা : ৰাজ্যপালৰ নিজস্ব চিন্তাধাৰা আৰু বিবেকেৰে চালিত কাৰ্যসমূহ

অধীকৃত অসমত ব্ৰিটিছ সামৰিক কমাণ্ডাৰ (১৮২৪-১৮২৬)

১৮২৪ খ্ৰীঃত ব্ৰিটিছ সামৰিক বাহিনীয়ে অসম অধিকাৰ কৰিছিল। ইয়াৰ আগেয়ে অসম কাহিনীও ভাৰত নাইবা বাৰ্মা (বৰ্তমান ম্যানমাৰ)ৰ অংশ নাছিল। জৰ্জ মেক্ ম'ৰিন, ১৮২৪

  • আৰ্থাৰ ৰিচাৰ্ডছ্, ১৮২৪-১৮২৬

অসমৰ ব্ৰিটিছ ৰাজনৈতিক প্ৰতিনিধি (১৮২৬-১৮২৮)

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ অংশ বাৰ্মাৰ পৰা বৃটেইনলৈ হস্তান্তৰিত হৈছিল।

  • ডেভিদ স্কট, ১৮২৬-১৮২৮

অসমৰ আয়ুক্তসকল (১৮২৮-১৮৭৪)

১৮২৮ চনত নামনি অসমক বংগ প্ৰভিন্সৰ লগত সংযুক্ত কৰা হয়, পৰৱৰ্ত্তী কালত ১৮৩৩ চনত অসমৰ বাকী অংশও বংগদেশৰ সৈতে সংযুক্ত হয়। বংগৰ গৱৰ্ণৰৰ অধীনত অসমৰ বাবে এজন আয়ুক্ত বা কমিছনাৰ নিযুক্তি দিয়া হৈছিল।

  • ডেভিদ স্কট, ১৮২৮–২০ আগষ্ট ১৮৩১, ক্ৰমশঃ
  • থমাছ কেম্পবেল ৰবাৰ্টছন, ১৮৩১-১৮৩৪
  • ফ্ৰান্সিছ জেনকিনছ্, ১৮৩৪-১৮৬১
  • হে'নৰী হপকিনছন, ১৮৬১-১৮৭৪

অসমৰ মুখ্য আয়ুক্তসকল(১৮৭৪-১৯০৫)

১৮৭৪ খ্ৰীঃত অসমক বংগ প্ৰেছিডেন্সীৰ পৰা পৃথক কৰা হয় আৰু মুখ্য আয়ুক্তৰ প্ৰভিন্সৰ মৰ্য্যদা দিয়া হয়।

  • ৰিচাৰ্ড হাৰটে কীটিঙে, ১৮৭৪-১৮৭৮
  • ষ্টুৱাৰ্ট কলৱিন বে'য়লে', ১৮৭৮-১৮৮১
  • ছাৰ চাৰ্লছ আলফ্ৰেড ইলিয়ট, ১৮৮১-১৮৮৫
  • উইলিয়াম আৰ্ছকিন ৱাৰ্ড, ১৮৮৫–১৮৮৭, 'প্ৰথম বাৰ
  • ছাৰ ডেনিছ ফিটজ্ পে'ট্ৰিক, ১৮৮৭-১৮৮৯
  • জেমছ ৱালেছ কুইণ্টন, ১৮৮৯-১৮৯১
  • উইলিয়াম আৰ্ছকিন ৱাৰ্ড, ১৮৯১–১৮৯৬, দ্বিতীয় বাৰ
  • ছাৰ হেনৰী ষ্টাডমেন কটন, ১৮৯৬–১৯০২
  • ছাৰ জোছেফ বেম্পফ্লাইড্ ফুল্যাৰ, ১৯০২–১৯০৫

পূৰ্ব বংগ আৰু অসমৰ লেফটেনেণ্ট গৱৰ্ণৰসকল (১৯০৫–১৯১২)

১৯০৫ চনত বংগদেশক দ্বি-বিভক্ত কৰি পূৰ্ব বংগ আৰু অসম গঠন কৰা হয়। ইয়াৰ শাসন চলাবৰ বাবে এজন লেফটেনেণ্ট গৱৰ্ণৰ নিযুক্তি দিয়া হয়।

  • ছাৰ জোছেফ বেম্পফ্লাইড্ ফুল্যাৰ, ১৯০৫–১৯০৬
  • লেনছল'ট হাৰে, ১৯০৬–১৯১১
  • চাৰ্লছ ষ্টুৱাৰ্ট বে'য়লে', ১৯১১-১৯১২

অসমৰ মুখ্য আয়ুক্তসকল (১৯১২–১৯২১)

১৯১২ খ্ৰীঃত পূৰ্ব বংগক পুনৰ বংগ প্ৰেছিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হয়। অসমৰ প্ৰশাসনৰ বাবে আকৌ মুখ্য আয়ুক্ত নিযুক্ত হয়।

  • ছাৰ আৰ্কডে'ল আৰ্লে', ১৯১২-১৯১৮
  • ছাৰ নিক'লাছ ড'ড্ বে'ল, ১৯১৮–৩ জানুৱাৰী ১৯২১

অসমৰ গৱৰ্ণৰসকল (১৯২১-১৯৪৭)

১৯২১ চনত মুখ্য আয়ুক্তৰ পদবীটোক গৱৰ্ণৰলৈ উন্নিতি কৰা হয়।

  • ছাৰ নিক'লাছ ড'ড্ বে'ল, ৩ জানুৱাৰী ১৯২১–২ এপ্ৰিল ১৯২১, ক্ৰমশঃ
  • ছাৰ উইলিয়াঅম ছিনক্লেয়াৰ ম্যাৰিছ, ৩ এপ্ৰিল ১৯২১–১০ অক্টোবৰ ১৯২২
  • ছাৰ জন হে'নৰী ক্যাৰ, ১০ অক্টোবৰ ১৯২২-২৮ জুন ১৯২৭
  • ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ড, ২৮ জুন ১৯২৭–১১ মে' ১৯৩২
  • ছাৰ মাইকে'ল কিয়েনে, ১১ মে' ১৯৩২–৪ মাৰ্চ ১৯৩৭
  • ৰবাৰ্ট নেয়ল ৰে'ইদ্, ৪ মাৰ্চ ১৯৩৭–৪ মে' ১৯৪২
    • হেনৰী জোছেফ টুয়ন্যাম, ১৮ ফেব্ৰুৱাৰী ১৯৩৮–৪ অক্টোবৰ ১৯৩৯, ৰে'ইদ্-ৰ স্থানত কাৰ্যবাহী
  • ছাৰ এন্দ্ৰিউ গৌড়লে' ক্ল', ৪ মে' ১৯৪২–৪ মে' ১৯৪৭
    • মুটাগুচি ৰেন্যা, মাৰ্চ ১৯৪৪–জুলাই ১৯৪৪, (জাপান অধীকৃত)
    • এ' চি চেটাৰ্জী,মাৰ্চ ১৯৪৪–জুলাই ১৯৪৪, (মুক্ত ভাৰতৰ সাময়িক অস্থায়ী চৰকাৰৰ)
    • ৰেদ্ৰিক চালমাৰ্চ বাউৰ্ণ, ৪ এপ্ৰিল ১৯৪৬–?, ক্ল'ৰ ভাৰপ্ৰাপ্ত
    • হেনৰী ফ'লে নাইট, ৪ ছেপ্টেম্বৰ ১৯৪৬–২৩ ডিচেম্বৰ ১৯৪৬, ক্ল'ৰ স্থানত কাৰ্যবাহী
  • ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, ৪ মে' ১৯৪৭–১৫ আগষ্ট ১৯৪৭

অসমৰ ৰাজ্যপালসকল

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অসমৰ ৰাজ্যপালসকল ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হৈ আহিছে।

ক্ৰম চিত্ৰ নাম কাৰ্যকাল আৰম্ভণি কাৰ্যকাল শেষ
মহম্মদ চালেহ আকবৰ হাইদৰী ১৫ আগষ্ট ১৯৪৭ ২৮ ডিচেম্বৰ ১৯৪৮
ৰ'নাল্ড্ ফ্ৰান্সিছ ল'ড্জ্ ৩০ ডিচেম্বৰ ১৯৪৮ ১৬ ফেব্ৰুৱাৰী ১৯৪৯
অসমৰ ৰাজ্যপালসকলৰ তালিকা 
শ্ৰী প্ৰকাশ ১৬ ফেব্ৰুৱাৰী ১৯৪৯ ২৭ মে' ১৯৫০
অসমৰ ৰাজ্যপালসকলৰ তালিকা 
জয়ৰাম দাস দৌলতৰাম ২৭ মে' ১৯৫০ ১৫ মে' ১৯৫৬
ছৈয়দ ফজল আলি ১৫ মে' ১৯৫৬ ২২ আগষ্ট ১৯৫৯
চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহা ২৩ আগষ্ট ১৯৫৯ ১৪ অক্টোবৰ ১৯৫৯
অসমৰ ৰাজ্যপালসকলৰ তালিকা 
সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ ১৪ অক্টোবৰ ১৯৫৯ ১২ নবেম্বৰ ১৯৬০
বিষ্ণু সাহায় ১২ নবেম্বৰ ১৯৬০ ১৩ জানুৱাৰী ১৯৬১
অসমৰ ৰাজ্যপালসকলৰ তালিকা 
সত্যৱন্ত্ মল্লানা শ্ৰীনাগেশ (দ্বিতীয় কাৰ্যকাল) ১৩ জানুৱাৰী ১৯৬১ ৭ ছেপ্টেম্বৰ ১৯৬২
১০ বিষ্ণু সাহায় ৭ ছেপ্টেম্বৰ ১৯৬২ ১৭ এপ্ৰিল ১৯৬৮
১১ ব্ৰজ্ কুমাৰ নেহৰু ১৭ এপ্ৰিল ১৯৬৮ ১৯ ছেপ্টেম্বৰ ১৯৭৩
১২ লাল্লান প্ৰসাদি সিং ১৯ ছেপ্টেম্বৰ ১৯৭৩ ১০ আগষ্ট ১৯৮১
১৩
অসমৰ ৰাজ্যপালসকলৰ তালিকা 
প্ৰকাশ চন্দ্ৰ মেহৰ'ত্ৰা ১০ আগষ্ট ১৯৮১ ২৮ মাৰ্চ ১৯৮৪
১৪ ন্যায়ধীশ টি. এছ্. মিশ্ৰ ২৮ মাৰ্চ ১৯৮৪ ১৫ এপ্ৰিল ১৯৮৪
১৫ ন্যায়ধীশ দেৱী দাস ঠাকুৰ ২ মে' ১৯৯০ ১৭ মাৰ্চ ১৯৯১
১৬ লোকনাথ মিশ্ৰ ১৭ মাৰ্চ ১৯৯১ ১ ছেপ্টেম্বৰ ১৯৯৭
১৭ লেফটেনেণ্ট জেনেৰেল(অৱসৰপ্ৰাপ্ত) শ্ৰীনিবাস কুমাৰ সিনহা ১ ছেপ্টেম্বৰ ১৯৯৭ ২১ এপ্ৰিল ২০০৩
১৮ অৰৱিন্দ্ দাৱে ২১ এপ্ৰিল ২০০৩ ৫ জুন ২০০৩
১৯ অজয় সিং ৫ জুন ২০০৩ ৪ জুলাই ২০০৮
২০ শিৱ চৰণ মাথুৰ ৪ জুলাই ২০০৮ ২৫ জুন ২০০৯
২১ কে শংকৰনাৰায়ণন ২৬ জুন্ ২০০৯ ২৭ জুলাই ২০০৯
২২ ছৈয়দ ছিবটে ৰাযি ২৭ জুলাই ২০০৯ ১০ নবেম্বৰ ২০০৯
২৩
অসমৰ ৰাজ্যপালসকলৰ তালিকা 
জানকী বল্লভ পাটনায়ক ১১ নবেম্বৰ ২০০৯ ১১ ডিচেম্বৰ ২০১৪
২৪
অসমৰ ৰাজ্যপালসকলৰ তালিকা 
পদ্মনাভন বালকৃষ্ণ আচাৰ্য্য ১২ ডিচেম্বৰ ২০১৪ ১৭ আগষ্ট ২০১৬
২৫ বানৱাৰীলাল পুৰোহিত ২২ আগষ্ট ২০১৬ ৩০ ছেপ্টেম্বৰ ২০১৭
২৬
অসমৰ ৰাজ্যপালসকলৰ তালিকা 
জগদীশ মুখী ৩০ ছেপ্টেম্বৰ ২০১৭ ২২ ফেব্ৰুৱাৰী ২০২৩
২৭
অসমৰ ৰাজ্যপালসকলৰ তালিকা 
গুলাব চান্দ কটাৰিয়া ২২ ফেব্ৰুৱাৰী ২০২৩ বৰ্তমানলৈ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

লগতে চাওক

Tags:

অসমৰ ৰাজ্যপালসকলৰ তালিকা ক্ষমতা আৰু কাৰ্য্যাৱলীঅসমৰ ৰাজ্যপালসকলৰ তালিকা অধীকৃত অসমত ব্ৰিটিছ সামৰিক কমাণ্ডাৰ (১৮২৪-১৮২৬)অসমৰ ৰাজ্যপালসকলৰ তালিকা অসমৰ ব্ৰিটিছ ৰাজনৈতিক প্ৰতিনিধি (১৮২৬-১৮২৮)অসমৰ ৰাজ্যপালসকলৰ তালিকা অসমৰ আয়ুক্তসকল (১৮২৮-১৮৭৪)অসমৰ ৰাজ্যপালসকলৰ তালিকা অসমৰ মুখ্য আয়ুক্তসকল(১৮৭৪-১৯০৫)অসমৰ ৰাজ্যপালসকলৰ তালিকা পূৰ্ব বংগ আৰু অসমৰ লেফটেনেণ্ট গৱৰ্ণৰসকল (১৯০৫–১৯১২)অসমৰ ৰাজ্যপালসকলৰ তালিকা অসমৰ মুখ্য আয়ুক্তসকল (১৯১২–১৯২১)অসমৰ ৰাজ্যপালসকলৰ তালিকা অসমৰ গৱৰ্ণৰসকল (১৯২১-১৯৪৭)অসমৰ ৰাজ্যপালসকলৰ তালিকা অসমৰ ৰাজ্যপালসকলঅসমৰ ৰাজ্যপালসকলৰ তালিকা তথ্য সংগ্ৰহঅসমৰ ৰাজ্যপালসকলৰ তালিকা বাহ্যিক সংযোগঅসমৰ ৰাজ্যপালসকলৰ তালিকা লগতে চাওকঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅসমগুলাব চান্দ কটাৰিয়াভাৰতবৰ্ষ

🔥 Trending searches on Wiki অসমীয়া:

কেঁচুসাৰনাহৰৰ গীতপীযুষ হাজৰিকামানচিত্ৰঅসমৰ ইতিহাসৰাম গগৈহীৰেন গোহাঁইপুৰাণতেজপুৰফৰাচী বিপ্লৱঅসমৰ তামোল-পাণ সংস্কৃতিছক্ৰেটিছবিহুৰ খাদ্যগঙ্গা নদীবতৰজলবিদ্যুৎমানৱ শৰীৰঅতুল চন্দ্ৰ হাজৰিকাভাৰতৰ জাতীয় পতাকাপথৰুঘাটৰ ৰণডিব্ৰুগড় জিলাকেন্দ্ৰীয় শাসিত অঞ্চলমৌখিক পৰম্পৰালক্ষ্মীধৰ শৰ্মাৰাষ্ট্ৰসংঘ দিৱসশিৱসাগৰ জিলানাট্য শাস্ত্ৰঅসমীয়া প্ৰতিদিনচিকিৎসা বিজ্ঞানএককোষী জীৱকুলিঘৰচিৰিকাছট পূজাজেং বিহুআহোম-মোগলৰ সংঘৰ্ষজ্যোতিপ্ৰসাদ আগৰৱালাভঠেলিভাৰতীয় জনতা পাৰ্টিহিন্দু পদ্ধতিত সময়ৰ এককভৌতিক সংস্কৃতিখোলযোৰানামজল প্ৰদূষণধেমাজিমহাভাৰতভাওনাৰংঘৰপৰিয়ালৰাম সৰস্বতীবাঁহমাহমহেন্দ্ৰ বৰাকেতেকীযতীন্দ্ৰ নাথ দুৱৰাউত্তৰ গুৱাহাটীঅশ্বত্থামাঅংকপাইথাগোৰাছৰ উপপাদ্যমাধৱী লতাৱৰ্ল্ড ৱাইড ৱেবঅসমৰ সত্ৰসমূহৰ তালিকাভগদত্তবিজ্ঞানঅসমৰ মাছ ধৰা সঁজুলিবানপানীঅসমৰ কাঁহ শিল্পসেউজ গৃহ প্ৰভাৱসমাজতৰল পদাৰ্থপোৱামক্কাৰংবকুল ফুলৰ দৰে (গ্ৰন্থ)ভানুমতীগণিত🡆 More