অসমৰ শাক-পাচলিৰ তালিকা

শাক

অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম ছবি
পালেং Spinach Spinacia oleracea অসমৰ শাক-পাচলিৰ তালিকা 
বৰ-মানিমুনি Asiatic pennywort Centella asiatica অসমৰ শাক-পাচলিৰ তালিকা 
সৰু-মানিমুনি Hydrocotyle rotundifolia অসমৰ শাক-পাচলিৰ তালিকা 
পদিনা Mint Mentha arvensis অসমৰ শাক-পাচলিৰ তালিকা 
কলমৌ Water spinach Ipomoea aquatica অসমৰ শাক-পাচলিৰ তালিকা 
ব্ৰাহ্মী Brahmi Bacopa monnieri অসমৰ শাক-পাচলিৰ তালিকা 
ধনিয়া Coriander Coriandrum sativum অসমৰ শাক-পাচলিৰ তালিকা 
মান ধনিয়া Long coriander Eryngium foetidum অসমৰ শাক-পাচলিৰ তালিকা 
শুকতি Patchouli Pogostemon cablin অসমৰ শাক-পাচলিৰ তালিকা 
মছন্দৰী Heartleaf Houttuynia cordata অসমৰ শাক-পাচলিৰ তালিকা 
নৰসিংহ Curry leaf Murraya koenigii অসমৰ শাক-পাচলিৰ তালিকা 
ভেদাইলতা Skunk Vine Paederia foetida অসমৰ শাক-পাচলিৰ তালিকা 
পকমৌ Tomatillo Physalis philadelphica অসমৰ শাক-পাচলিৰ তালিকা 
সৰিয়হ শাক Mustard plant Brassica nigra (L.) Koch. অসমৰ শাক-পাচলিৰ তালিকা 
লাই শাক Mustard greens Brassica juncea অসমৰ শাক-পাচলিৰ তালিকা 
Dichondra অসমৰ শাক-পাচলিৰ তালিকা 
মৰিছা Amaranth Amaranthus caudatus অসমৰ শাক-পাচলিৰ তালিকা 
খুটুৰা Green amaranth Amaranthus viridis অসমৰ শাক-পাচলিৰ তালিকা 
পুই শাক Indian spinach Basella rubra অসমৰ শাক-পাচলিৰ তালিকা 
ঢেৰা Radish shoots অসমৰ শাক-পাচলিৰ তালিকা 
চুকা Sorrel Rumex acetosa অসমৰ শাক-পাচলিৰ তালিকা 
বাবৰি Myriactis javanica অসমৰ শাক-পাচলিৰ তালিকা 
লফা Chinese mallow Malva verticillata অসমৰ শাক-পাচলিৰ তালিকা 
জিলমিল White Goosefoot Chenopodium album অসমৰ শাক-পাচলিৰ তালিকা 
টেঙামৰা Roselle Hibiscus sabdariffa অসমৰ শাক-পাচলিৰ তালিকা 
তিতামৰা Jute plant Corchorus olitorius
দোৰোণ Leucas plukenetii (Roth.) Spr. অসমৰ শাক-পাচলিৰ তালিকা 
নলটেঙা Tetrastigma angustifolia অসমৰ শাক-পাচলিৰ তালিকা 
মধুসোলেং Polygonum chinense অসমৰ শাক-পাচলিৰ তালিকা 
পুনৰ্ণৱা Tar vine Boerhavia diffusa অসমৰ শাক-পাচলিৰ তালিকা 
ঢেঁকীয়া Fiddlehead fern Diplazium esculentum (Retz.) Sw.
মটৰ শাক Pea greens অসমৰ শাক-পাচলিৰ তালিকা 
মচুৰ শাক Lentil greens Lens culinaris অসমৰ শাক-পাচলিৰ তালিকা 
ৰঙালাউ আগ Cucurbita maxima Duch. Lamk.
কচু থোৰা Taro-stem অসমৰ শাক-পাচলিৰ তালিকা 
নিমপাত Margosa leaves Azadirachta indica অসমৰ শাক-পাচলিৰ তালিকা 
তিতাফুল Phlogacanthus pubinervius অসমৰ শাক-পাচলিৰ তালিকা 
শেৱালি ফুল Night-flowering Jasmine Nyctanthes arbor-tristis অসমৰ শাক-পাচলিৰ তালিকা 
মাটিকাদুৰী Sessile joyweed Alternanthera sessilis অসমৰ শাক-পাচলিৰ তালিকা 
হাতী-খুটুৰা Spiny amaranth Amaranthus spinosus অসমৰ শাক-পাচলিৰ তালিকা 
চেং মৰা Arrowhead Sagittaria sagittifolia অসমৰ শাক-পাচলিৰ তালিকা 
মালভোগ-খুটুৰা Pusley Portulaca oleracea অসমৰ শাক-পাচলিৰ তালিকা 
কণা-শিমলু Tropical spiderwort Commelina benghalensis অসমৰ শাক-পাচলিৰ তালিকা 
সৰু-পকমৌ Hound's Berry Solanum nigrum অসমৰ শাক-পাচলিৰ তালিকা 
Arrowleaf Sida Sida rhombifolia অসমৰ শাক-পাচলিৰ তালিকা 
ভৃংৰাজ False Daisy Eclipta alba অসমৰ শাক-পাচলিৰ তালিকা 
Stink lily Amorphophallus paeoniifolius অসমৰ শাক-পাচলিৰ তালিকা 
মেথী শাক Fenugreek greens Trigonella foenum-graecum অসমৰ শাক-পাচলিৰ তালিকা 
পিয়াঁজ পাত Tree onion Allium cepa Proliferum Group অসমৰ শাক-পাচলিৰ তালিকা 
নহৰু পাত Garlic greens Allium sativum অসমৰ শাক-পাচলিৰ তালিকা 
পিৰালী পালে‍ং Ceylon spinach Talinum fruticosum অসমৰ শাক-পাচলিৰ তালিকা 

পাচলি

অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম ছবি
বন্ধাকবি Cabbage Brassica oleracea Capitata Group অসমৰ শাক-পাচলিৰ তালিকা 
ফুলকবি Cauliflower Brassica oleracea Botrytis Group অসমৰ শাক-পাচলিৰ তালিকা 
ওলকবি Knolkhol or Kohlrabi Brassica oleracea Gongylodes Group অসমৰ শাক-পাচলিৰ তালিকা 
আলু Potato Solanum tuberosum অসমৰ শাক-পাচলিৰ তালিকা 
কাঠ আলু Yam অসমৰ শাক-পাচলিৰ তালিকা 
মিঠা আলু,
Sweet potato Ipomoea batatas অসমৰ শাক-পাচলিৰ তালিকা 
বীট Beet Beta vulgaris অসমৰ শাক-পাচলিৰ তালিকা 
কচু Taro Colocasia esculenta অসমৰ শাক-পাচলিৰ তালিকা 
কলডিল
Banana flower অসমৰ শাক-পাচলিৰ তালিকা 
কাচকল/পূৰাকল
Curry banana Musa splendida অসমৰ শাক-পাচলিৰ তালিকা 
পচলা Banana shoot অসমৰ শাক-পাচলিৰ তালিকা 
কঁঠাল Jackfruit
Artocarpus heterophyllus অসমৰ শাক-পাচলিৰ তালিকা 
পটল Pointed gourd Trichosanthes dioica
ভোল Sponge gourd or Luffa Luffa aegyptiaca অসমৰ শাক-পাচলিৰ তালিকা 
জিকা Ridge gourd or Ridged Luffa Luffa acutangula অসমৰ শাক-পাচলিৰ তালিকা 
ধুন্দুলী Snake gourd Trichosanthes cucumerina অসমৰ শাক-পাচলিৰ তালিকা 
জাতিলাউ Bottle gourd Lagenaria siceraria অসমৰ শাক-পাচলিৰ তালিকা 
কোমোৰা White gourd Benincasa hispida অসমৰ শাক-পাচলিৰ তালিকা 
ৰঙালাউ Pumpkin Cucurbita moschata অসমৰ শাক-পাচলিৰ তালিকা 
তিতা কেৰেলা Bitter gourd Momordica charantia অসমৰ শাক-পাচলিৰ তালিকা 
ভাত কেৰেলা Teasle Gourd Momordica dioica অসমৰ শাক-পাচলিৰ তালিকা 
কুন্দুলী Ivy gourd Coccinia grandis অসমৰ শাক-পাচলিৰ তালিকা 
চিৰাল Mouse melon Melothria scabra অসমৰ শাক-পাচলিৰ তালিকা 
ভেন্দী Okra, Lady's fingers Abelmoschus esculentus অসমৰ শাক-পাচলিৰ তালিকা 
তিয়ঁহ Cucumber Cucumis sativus অসমৰ শাক-পাচলিৰ তালিকা 
মূলা Radish Raphanus sativus অসমৰ শাক-পাচলিৰ তালিকা 
গাজৰ Carrot Daucus carota অসমৰ শাক-পাচলিৰ তালিকা 
বিলাহী Tomato Solanum lycopersicum অসমৰ শাক-পাচলিৰ তালিকা 
কণবিলাহী Currant Tomato Solanum pimpinellifolium অসমৰ শাক-পাচলিৰ তালিকা 
চালগোম Turnip Brassica rapa rapa অসমৰ শাক-পাচলিৰ তালিকা 
বেঙেণা Eggplant Solanum melongena অসমৰ শাক-পাচলিৰ তালিকা 
ভেকুঁৰী Solanum indicum অসমৰ শাক-পাচলিৰ তালিকা 
অমিতা Papaya Carica papaya অসমৰ শাক-পাচলিৰ তালিকা 
স্কোৱাচ্ছ Chayote Sechium edule অসমৰ শাক-পাচলিৰ তালিকা 
চজিনা Drumstick Moringa oleifera
ঔটেঙা Elephant apple Dillenia indica অসমৰ শাক-পাচলিৰ তালিকা 
বৰ থেকেৰা Mangosteen Garcinia pedunculata
বেঁতগাজ Rattan shoot Calamus sp.
বাঁহগাজ Bamboo shoot অসমৰ শাক-পাচলিৰ তালিকা 
কাঁঠফুলা Mushroom Agaricus bisporus অসমৰ শাক-পাচলিৰ তালিকা 
জলকীয়া Chili pepper Capsicum frutescens অসমৰ শাক-পাচলিৰ তালিকা 
ভোট জলকীয়া Ghost pepper or Bhoot Jolokia Capsicum chinense 'Naga Jolokia' অসমৰ শাক-পাচলিৰ তালিকা 
কৃষ্ণ জলকীয়া, কেপচিকাম Bell pepper Capsicum annuum অসমৰ শাক-পাচলিৰ তালিকা 
পিয়াঁজ Onion Allium cepa অসমৰ শাক-পাচলিৰ তালিকা 

দাইল আৰু মাহ

অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম ছবি
মচুৰ দাইল Lentil Lens culinaris অসমৰ শাক-পাচলিৰ তালিকা 
মটৰ মাহ Pea Pisum sativum অসমৰ শাক-পাচলিৰ তালিকা 
ধোৱা মাহ White lentil Vigna mungo অসমৰ শাক-পাচলিৰ তালিকা 
মাটি মাহ Urad bean Vigna mungo অসমৰ শাক-পাচলিৰ তালিকা 
মগু মাহ Mung bean Vigna radiata অসমৰ শাক-পাচলিৰ তালিকা 
ৰহৰ দাইল Pigeon pea Cajanus cajan অসমৰ শাক-পাচলিৰ তালিকা 
বুট মাহ Chickpea Cicer arietinum অসমৰ শাক-পাচলিৰ তালিকা 
মটৰমাহৰ দাইল Split pea Pisum sativum অসমৰ শাক-পাচলিৰ তালিকা 
ফ্ৰেন্সবিন Green bean অসমৰ শাক-পাচলিৰ তালিকা 
Runner bean Phaseolus coccineus অসমৰ শাক-পাচলিৰ তালিকা 
লেচেৰা Yardlong bean Vigna unguiculata sesquipedalis অসমৰ শাক-পাচলিৰ তালিকা 
ৰাজ মাহ Common bean Phaseolus vulgaris অসমৰ শাক-পাচলিৰ তালিকা 
লেচেৰা মাহ Black-eyed pea Vigna unguiculata unguiculata অসমৰ শাক-পাচলিৰ তালিকা 
উৰহী Indian Bean Lablab purpureus অসমৰ শাক-পাচলিৰ তালিকা 

মচলা

অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম ছবি
আদা Ginger Zingiber officinale অসমৰ শাক-পাচলিৰ তালিকা 
নহৰু Garlic Allium sativum অসমৰ শাক-পাচলিৰ তালিকা 
পিয়াঁজ Onion Allium cepa অসমৰ শাক-পাচলিৰ তালিকা 
জিৰা Cumin Cuminum cyminum অসমৰ শাক-পাচলিৰ তালিকা 
কালজিৰা,
Black cumin Nigella sativa অসমৰ শাক-পাচলিৰ তালিকা 
জালুক Black pepper Piper nigrum অসমৰ শাক-পাচলিৰ তালিকা 
জলকীয়া Chili pepper অসমৰ শাক-পাচলিৰ তালিকা 
হালধি Turmeric Curcuma longa অসমৰ শাক-পাচলিৰ তালিকা 
ধনিয়া Coriander seed Coriandrum sativum অসমৰ শাক-পাচলিৰ তালিকা 
দালচেনি Cinnamon Cinnamomum verum অসমৰ শাক-পাচলিৰ তালিকা 
ইলাচী Cardamom Elettaria cardamomum অসমৰ শাক-পাচলিৰ তালিকা 
লং Clove Syzygium aromaticum অসমৰ শাক-পাচলিৰ তালিকা 
মেথীগুটি Fenugreek seed Trigonella foenum-graecum অসমৰ শাক-পাচলিৰ তালিকা 
বগা সৰিয়হ White mustard seed Sinapis alba অসমৰ শাক-পাচলিৰ তালিকা 
চফগুটি Fennel Foeniculum vulgare অসমৰ শাক-পাচলিৰ তালিকা 
যষ্টিমধু Liquorice, licorice Glycyrrhiza glabra অসমৰ শাক-পাচলিৰ তালিকা 
তেজপাত Malabar leaf Cinnamomum tamala অসমৰ শাক-পাচলিৰ তালিকা 

বাহ্যিক সংযোগ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ জাতীয় পতাকানীতি আয়োগযোৰানামশিৱসাগৰ জিলাব'হাগ বিহুযোৰহাট (লোকসভা সমষ্টি)অসমীয়া কবিতাব্ৰিটিছ ৰাজভাৰত ৰত্নবৰপেটানিচুকনি গীতসংগীতপৰ্যাবৃত্ত তালিকাৰাম সৰস্বতীৰুদ্ৰেশ্বৰ দেৱালয়কাগজৰাজহুৱা ক্ষেত্ৰহিউৱেন-চাংআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবিয়া নামমাৰ্চপাচন তন্ত্ৰমালতীজোনবিল মেলাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসপ্তকাণ্ড ৰামায়ণঅসমৰ চিত্ৰকলাৰ ইতিহাসদোৰোণঅসমশিক্ষাৰ অধিকাৰশৰীৰস্থানভাৰতৰ ৰাষ্ট্ৰপতিবিশ্ব বেংকব্যক্তিত্বপৰিৱেশ বিজ্ঞানহুঁচৰিহিমালয়ফেইচবুকলেটিন ভাষাবিহুৰ সাজ-পোচাক আৰু অলংকাৰআনন্দ চন্দ্ৰ আগৰৱালাগুণমালাচাৰ্লছ ডাৰউইনমূলা গাভৰুৰঘুনাথ চৌধাৰীবাগ্‌ধ্বনিসূৰ্যকুমাৰ ভূঞাজাতনামকুলিঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলশৰাইঘাট দলংধানদিনআহোম ৰাজ্যব্ৰাহ্মী লিপিকেশৱ মহন্তআলুথমাছ আলভা এডিচনদুৰ্যোগঅন্নপ্ৰাশনপানীভট্টদেৱসূৰ্যৰংমিলিৰ হাঁহিঅসমৰ মাছ ধৰা সঁজুলিঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহলোকসভাএইচ টি এম এলকুকুৰাবগেজাৰী গীতগগনাজাতীয়তাবাদতোলনি বিয়াপ্ৰেমচন্দভগ্নাংশ (গণিত)🡆 More