অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

এইখন তালিকা ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত ৰাজ্য অসমৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত প্ৰস্তুত কৰি তৈয়াৰ কৰা হৈছে।

মুখ্যমন্ত্ৰীসকল

গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী
চৈয়দা আনোৱাৰা টাইমূৰ, অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী
তৰুণ গগৈ, অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী আৰু সৰ্বাধিক সময়ৰ বাবে কাৰ্য্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী
সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী
নং. নাম কাৰ্যকাল আৰম্ভ - সমাপ্তি দল কাৰ্যকাল
গোপীনাথ বৰদলৈ

(১৮৯০-১৯৫০)

১১ ফেব্ৰুৱাৰী ১৯৪৬ (1946-02-11) ৬ আগষ্ট ১৯৫০ (1950-08-06) ভাৰতীয় জাতীয় কংগ্ৰেছ ১৬৩৮ দিন
বিষ্ণুৰাম মেধি

(১৮৮৮-১৯৮১)
হাজো সমষ্টিৰ বিধায়ক

৯ আগষ্ট ১৯৫০ (1950-08-09) ২৭ ডিচেম্বৰ ১৯৫৭ (1957-12-27) ১৬৯৮ দিন
বিমলা প্ৰসাদ চলিহা

(১৯১২-১৯৭১)
সোণাৰি সমষ্টিৰ বিধায়ক

২৮ ডিচেম্বৰ ১৯৫৭ (1957-12-28) ৬ নৱেম্বৰ ১৯৭০ (1970-11-06) ৪৬৯৬ দিন
মহেন্দ্ৰ মোহন চৌধুৰী

(১৯০৮-১৯৮২)
গুৱাহাটী পূব সমষ্টিৰ বিধায়ক

১১ নৱেম্বৰ ১৯৭০ (1970-11-11) ৩০ জানুৱাৰী ১৯৭২ (1972-01-30) ৪৬৬ দিন
শৰৎ চন্দ্ৰ সিংহ

(১৯১৪-২০০৫)
কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক

৩১ জানুৱাৰী ১৯৭২ (1972-01-31) ১২ মাৰ্চ ১৯৭৮ (1978-03-12) ২২৩২ দিন
গোলাপ বৰবৰা

(১৯২৬-২০০৬)
তিনিচুকীয়া সমষ্টিৰ বিধায়ক

১২ মাৰ্চ ১৯৭৮ (1978-03-12) ৪ ছেপ্টেম্বৰ ১৯৭৯ (1979-09-04) জনতা পাৰ্টি ৫৪২ দিন
যোগেন্দ্ৰ নাথ হাজৰিকা

(১৯২৪-১৯৯৮)
দুলিয়াজান সমষ্টিৰ বিধায়ক

৯ ছেপ্টেম্বৰ ১৯৭৯ (1979-09-09) ১১ ডিচেম্বৰ ১৯৭৯ (1979-12-11) ৯৪ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
১২ ডিচেম্বৰ ১৯৭৯ (1979-12-12) ৫ ডিচেম্বৰ ১৯৮০ (1980-12-05) প্ৰযোজ্য নহয় ৩৫৯ দিন
চৈয়দা আনোৱাৰা টাইমূৰ

(১৯৩৬-২০২০)
দলগাঁও সমষ্টিৰ বিধায়ক

৬ ডিচেম্বৰ ১৯৮০ (1980-12-06) ৩০ জুন ১৯৮১ (1981-06-30) ভাৰতীয় জাতীয় কংগ্ৰেছ ২০৭ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
৩০ জুন ১৯৮১ (1981-06-30) ১৩ জানুৱাৰী ১৯৮২ (1982-01-13) প্ৰযোজ্য নহয় ১৯৭ দিন
কেশৱ চন্দ্ৰ গগৈ

(১৯২৫-১৯৯৮)
ডিব্ৰুগড় সমষ্টিৰ বিধায়ক

১৩ জানুৱাৰী ১৯৮২ (1982-01-13) ১৯ মাৰ্চ ১৯৮২ (1982-03-19) ভাৰতীয় জাতীয় কংগ্ৰেছ ৬৬ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
১৯ মাৰ্চ ১৯৮২ (1982-03-19) ২৭ ফেব্ৰুৱাৰী ১৯৮৩ (1983-02-27) প্ৰযোজ্য নহয় ৩৪৫ দিন
১০ হিতেশ্বৰ শইকীয়া

(১৯৩৪-১৯৯৬)
নাজিৰা সমষ্টিৰ বিধায়ক

২৭ ফেব্ৰুৱাৰী ১৯৮৩ (1983-02-27) ২৩ ডিচেম্বৰ ১৯৮৫ (1985-12-23) ভাৰতীয় জাতীয় কংগ্ৰেছ ১০৩১ দিন
১১ প্ৰফুল্ল কুমাৰ মহন্ত

(১৯৫২-)
নগাঁও সমষ্টিৰ বিধায়ক

২৪ ডিচেম্বৰ ১৯৮৫ (1985-12-24) ২৮ নৱেম্বৰ ১৯৯০ (1990-11-28) অসম গণ পৰিষদ ১৭৯৯ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
২৮ নৱেম্বৰ ১৯৯০ (1990-11-28) ৩০ জুন ১৯৯১ (1991-06-30) প্ৰযোজ্য নহয় ২১৪ দিন
(১০) হিতেশ্বৰ শইকীয়া [দ্বিতীয়বাৰ]

(১৯৩৪-১৯৯৬)
নাজিৰা সমষ্টিৰ বিধায়ক

৩০ জুন ১৯৯১ (1991-06-30) ২২ এপ্ৰিল ১৯৯৬ (1996-04-22) ভাৰতীয় জাতীয় কংগ্ৰেছ ১৭৫৭ দিন
[মুঠ ২৭৮৮ দিন]
১২ ভূমিধৰ বৰ্মন

(১৯৩১-২০২১)
বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক

২২ এপ্ৰিল ১৯৯৬ (1996-04-22) ১৪ মে' ১৯৯৬ (1996-05-14) ২৩ দিন
(১১) প্ৰফুল্ল কুমাৰ মহন্ত [দ্বিতীয়বাৰ]

(১৯৫২-)
বঢ়মপুৰ সমষ্টিৰ বিধায়ক

১৫ মে' ১৯৯৬ (1996-05-15) ১৭ মে' ২০০১ (2001-05-17) অসম গণ পৰিষদ ১৮২৯ দিন
[মুঠ ৩৬২৮ দিন]
১৩ তৰুণ গগৈ

(১৯৩৬-২০২০)
তিতাবৰ সমষ্টিৰ বিধায়ক

১৭ মে' ২০০১ (2001-05-17) ২৪ মে' ২০১৬ (2016-05-24) ভাৰতীয় জাতীয় কংগ্ৰেছ ৫৪৮৫ দিন
১৪ সৰ্বানন্দ সোণোৱাল

(১৯৬২-)
মাজুলী সমষ্টিৰ বিধায়ক

২৪ মে' ২০১৬ (2016-05-24) ১০ মে' ২০২১ (2021-05-10) ভাৰতীয় জনতা পাৰ্টি ১৮১২ দিন
১৫ হিমন্ত বিশ্ব শৰ্মা

(১৯৬৯-)
জালুকবাৰী সমষ্টিৰ বিধায়ক

১০ মে' ২০২১ (2021-05-10) বৰ্তমান ভাৰতীয় জনতা পাৰ্টি ১০৭৫ দিন

Timeline

Himanta Biswa SarmaSarbananda SonowalTarun GogoiBhumidhar BarmanPrafulla Kumar MahantaHiteswar SaikiaKesab Chandra GogoiAnwara TaimurJogendra Nath HazarikaGolap BorboraSarat Chandra SinghaMahendra Mohan ChoudhryBimala Prasad ChalihaBishnuram MedhiGopinath BordoloiSyed Muhammad Saadullahঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

টোকা

তথ্য সংগ্ৰহ

This article uses material from the Wikipedia অসমীয়া article অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.

Tags:

অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা মুখ্যমন্ত্ৰীসকলঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা Timelineঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা টোকাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা তথ্য সংগ্ৰহঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাঅসমভাৰতবৰ্ষ

🔥 Trending searches on Wiki অসমীয়া:

ম'হৰ শিঙৰ পেঁপাশেৱালি ফুলজোঙাল বলহুলখিমপুৰ (লোকসভা সমষ্টি)ৰঘুনাথ চৌধাৰীমহাবীৰসতী সাধনীঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবিহুগীতশকুন্তলামাটিহেমচন্দ্ৰ বৰুৱামিচিং জনগোষ্ঠীৰ সাজপাৰঅসমীয়া গীতি সাহিত্যতেজপুৰ (লোকসভা সমষ্টি)প্ৰাগজ্যোতিষপুৰলোক-সংগীতহলীৰাম ডেকাকলাঅন্নপ্ৰাশনভূপেন হাজৰিকাঅসমৰ সত্ৰসমূহৰ তালিকাৰবীন্দ্ৰনাথ ঠাকুৰহীৰেন ভট্টাচাৰ্যহেমচন্দ্ৰ গোস্বামীচেঙেলী মাছহাজোনিমাতী কইনাৰামধেনু (আলোচনী)গণৰাজ্য দিৱস (ভাৰত)সমাজতত্ত্বযতি-চিনমুঠিখাৰুমেজিহাই নান্নাবকুল ফুলৰ দৰে (গ্ৰন্থ)অসম সাহিত্য সভাবিশেষ শিক্ষাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানআঁহতঅসমৰ বয়ন শিল্পঅসমৰ কাঁহ শিল্পসন্ধিজাতীয়তাবাদৰাম নৱমীশিৱসাগৰবিবাহমাটিৰ হিচাপমহাদেশপঞ্চায়তী ৰাজঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলকপৌ ফুলনৰনাৰায়ণ সেতুআনন্দৰাম বৰুৱাৰত্নকান্ত বৰকাকতীদৰিদ্ৰতাবিজ্ঞাপনবগা বালিমাহীইতিহাসঅসমৰ জিলাসমূহধুবুৰী (লোকসভা সমষ্টি)শ্ৰীনিবাস ৰামানুজনপাঠ্যক্ৰমপ্ৰাচীন গ্ৰীচঅসমীয়া ভাষা আন্দোলনসমাৰ্থক শব্দলোকবিশ্বাসলাচিত বৰফুকনভাষাযোৰহাট (লোকসভা সমষ্টি)গণেশ🡆 More