অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা

অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। অসমীয়া সাহিত্য ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ চৰ্যাপদৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা হয়।

অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।

আচল নামৰ সৈতে ছদ্ম নাম

উপাধি

বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধি

বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰদ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়। তলত এনে বিভিন্ন উপাধিৰে বিভূষিত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ তালিকা দিয়া হ'ল।

ক্ৰম ব্যক্তিৰ নাম উপাধি/উপাধিসমূহ
শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ, জগতগুৰু
শ্ৰীশ্ৰী মাধৱদেৱ বঢ়াৰ পো
জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ
বিষ্ণু প্ৰসাদ ৰাভা কলাগুৰু
অম্বিকাগিৰী ৰায়চৌধুৰী অসম কেশৰী
তৰুণৰাম ফুকন দেশভক্ত
ব্ৰজনাথ শৰ্মা অভিনয়াচাৰ্য
নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি
লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰথী, ৰসৰাজ
১০ ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট
১১ কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি
১২ অম্বেশ্বৰ চেতিয়া ফুকন কবিতা কোঁৱৰ
১৩ নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ
১৪ বিক্ৰম সিং য়েইন গণ শিল্পী
১৫ পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি
১৬ দেৱেশ্বৰ শৰ্মা জননায়ক
১৭ মফিজুদ্দিন আহমেদ হাজৰিকা জ্ঞান মালিনীৰ কবি
১৮ হেমচন্দ্ৰ বৰুৱা ত্যাগবীৰ
১৯ লক্ষ্মীধৰ শৰ্মা দেশপ্ৰাণ
২০ বিনন্দ চন্দ্ৰ বৰুৱা ধ্বনি কবি
২১ ফণী শৰ্মা নটসূৰ্য
২২ সত্যপ্ৰসাদ বৰুৱা নাট্য প্ৰভাকৰ
২৩ শৈলধৰ ৰাজখোৱা নিজৰাৰ কবি
২৪ গণেশ চন্দ্ৰ গগৈ পাপৰিৰ কবি
২৫ চন্দ্ৰ কুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ
২৬ হীৰেন ভট্টাচাৰ্য প্ৰেম আৰু ৰ'দালিৰ কবি
২৭ আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি
২৮ ৰঘুনাথ চৌধাৰী বিহগী কবি
২৯ যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কবি
৩০ আনন্দিৰাম দাস বনকোঁৱৰ
৩১ প্ৰসন্নলাল চৌধুৰী বিদ্ৰোহী কবি
৩২ নীলমণি ফুকন বাগ্মীবৰ, ককা
৩৩ কনকলতা বীৰবালা
৩৪ আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ
৩৫ ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ
৩৬ অমিয় কুমাৰ দাস লোকনায়ক
৩৭ মতিৰাম বৰা লোকপ্ৰাণ
৩৮ গোপীনাথ বৰদলৈ লোকপ্ৰিয়
৩৯ ডা: ভুৱনেশ্বৰ বৰুৱা লোকবন্ধু
৪০ ৰত্নকান্ত বৰকটকী শেৱালি কবি
৪১ গজেন বৰুৱা শোণিত কোঁৱৰ
৪২ লক্ষ্মীৰাম বৰুৱা সংগীতাচাৰ্য
৪৩ চন্দ্ৰধৰ বৰুৱা সাহিত্য ৰত্ন
৪৪ ভীমবৰ দেউৰী জননেতা

লগতে চাওক

তথ্যসূত্ৰ

Tags:

অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা আচল নামৰ সৈতে ছদ্ম নামঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা উপাধিঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধিঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা লগতে চাওকঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা তথ্যসূত্ৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসমীয়া সাহিত্যচৰ্যাপদ

🔥 Trending searches on Wiki অসমীয়া:

হিন্দু ধৰ্মঅসম সাহিত্য সভাঅৰ্জুন ভঞ্জননেপালপৰঘুমাহাঁপানিমিচিং জনগোষ্ঠীহয়গ্ৰীৱ মাধৱ মন্দিৰউপনিষদয়ুৰি গেগেৰিনঅসমৰ সাহিত্যিকসকলৰ তালিকামৰাণ জনগোষ্ঠীবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যইছলামত্ৰিভুজভূপেন হাজৰিকাঅসমৰ বয়ন শিল্পজুৰী বৰা বৰগোহাঞিদুৰ্গা পূজাসন্ধিউত্তৰ-পূব ভাৰতঅসমৰ লোকবাদ্যম’বাইল ফোনকথা-ভাগৱতগান্ধীবাদআমাৰ অসমজেং বিহুমাজুলীঅৰুণোদইচামেলি মেমচা'বমৌখিক পৰম্পৰাশব্দ (অভিধান)হিউৱেন-চাংবানপানীজৈৱ বৈচিত্ৰ্য২৭ মাৰ্চশব্দ প্ৰদূষণওজাপালিমৃগীৰোগলোকবিশ্বাসভাৰত-চীন যুদ্ধউইলিয়াম শ্বেইকছপীয়েৰটি এছ ইলিয়টসপ্তকাণ্ড ৰামায়ণৱিকিমিডিয়া ফাউণ্ডেশ্যনবিশেষ শিক্ষাছক্ৰেটিছসমাৰ্থক শব্দঅখণ্ড সংখ্যামৌলিক সংখ্যাভাৰতৰ মুখ্য ন্যায়াধীশশিশু সাহিত্যভেকুলীগুৰু আসনআনিছ উজ্ জামানসত্যেন্দ্ৰনাথ শৰ্মাপ্ৰফুল্ল দত্ত গোস্বামীদ্বীপেন বৰুৱাঅসমীয়া খাদ্যাভ্যাস২০২২তগৰএকচেটীয়া বজাৰইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসমাধৱ কন্দলিনাৰী আৰু ধূম্ৰপানকমলাকান্ত ভট্টাচাৰ্য্যব্ৰাজিলৰ শ্ৰুতিকথাৱিকিমিডিয়া আন্দোলননাৰীবাদযোৰানামছিলং🡆 More