অসমীয়া যুক্তাক্ষৰ

যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ। সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। যেনে-

দুটা বৰ্ণ লগলাগি- ক + ক = ক্ক, ক + স = ক্স, ক + ষ = ক্ষ

তিনিটা বৰ্ণ লগলাগি- ন + ধ + ৰ = ন্ধ্ৰ, স + ত + ৰ = স্ত্ৰ, ধ + ৰ + উ = ধ্ৰু

তলত বৰ্তমান প্ৰচলিত যুক্তাক্ষৰবোৰ দিয়া হ'ল।

যুক্তাক্ষৰ প্ৰকাৰ

যুক্তাক্ষৰ

ক + ক = ক্ক
ক + ট = ক্ট
ক + ত = ক্ত
ক + ম = ক্ম
ক + য = ক্য
ক + ৰ = ক্ৰ
ক + ল = ক্ল
ক + স = ক্স
ক + ষ = ক্ষ
খ + য = খ্য
খ + ৰ = খ্ৰ
গ + গ = গ্গ
গ + ম = গ্ম
গ + য = গ্য
গ + ৰ = গ্ৰ
গ + ল = গ্ল
ন + ধ + ৰ  = ন্ধ্ৰ

ক-যোগ

ক + ক = ক্ক মক্কা
ঙ + ক = ঙ্ক অঙ্ক
ল + ক = ল্ক বল্কল
ষ + ক = ষ্ক পৰিষ্কাৰ
স + ক = স্ক নমস্কাৰ

খ-যোগ

ঙ + খ = ঙ্খ শঙ্খ

গ-যোগ

ঙ + গ = ঙ্গ অঙ্গ

ঘ-যোগ

ঙ + ঘ = ঙ্ঘ জঙ্ঘা

ঙ-যোগ

নাই

চ-যোগ

চ + চ = চ্চ উচ্চ
ঞ + চ ‌= ঞ্চ পঞ্চ
শ + চ = শ্চ নিশ্চয়

ছ-যোগ

চ + ছ = চ্ছ ইচ্ছা
ঞ + ছ = ঞ্ছ বাঞ্ছা
শ + ছ = শ্ছ শিৰশ্ছেদ

বিলুপ্তি হোৱা যুক্তাক্ষৰ

তথ্য উৎস

Tags:

অসমীয়া যুক্তাক্ষৰ যুক্তাক্ষৰ প্ৰকাৰঅসমীয়া যুক্তাক্ষৰ যুক্তাক্ষৰঅসমীয়া যুক্তাক্ষৰ বিলুপ্তি হোৱা যুক্তাক্ষৰঅসমীয়া যুক্তাক্ষৰ তথ্য উৎসঅসমীয়া যুক্তাক্ষৰ

🔥 Trending searches on Wiki অসমীয়া:

অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅসমৰ শাক-পাচলিৰ তালিকাকবিতাডিব্ৰুগড়বকুল ফুলৰ দৰে (গ্ৰন্থ)দেওহাঁহকাঠৰ জোখ মাপভাৰত-আৰ্য ভাষা পৰিয়ালমদন কামদেৱ দেৱালয়মুগা (ৰেচম)কুকুৰাপূৰবী বৰমুদৈবিশেষ শিক্ষাখেৰাইৱিকিপিডিয়ালক্ষ্মীধৰ শৰ্মাভৌগোলিক স্বীকৃতিচেৰা-বিহুপ্লেটোকলিমাগৱেষণাফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাপলাশীৰ যুদ্ধউত্তৰ গুৱাহাটীসিন্ধু সভ্যতাপৰ্যটনযোৰহাট জিলাৰ ইতিহাসবৰ্মণ ৰাজবংশনৃত্যঅসমৰ ভূগোলমৌৰ্য সাম্ৰাজ্যযোৰানামবিহুজন গণ মনডিব্ৰুগড় (লোকসভা সমষ্টি)কলীয়াভোমোৰা সেতুৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানমৃদুলা বৰুৱাতগৰউমাচল শিলালিপিআকবৰঋতুমুঠিখাৰুমুদ্ৰাস্ফীতিঅভিধানলখিমপুৰ জিলাইউটিউবপদাৰ্থ বিজ্ঞানবাণীকান্ত কাকতিগুৱাহাটী উচ্চ ন্যায়ালয়বিশ্ব সাহিত্য কেন্দ্ৰসাহিত্য অকাডেমি বঁটাদৰ্শনবট গছআহোম ভাষা২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাপায়ু সংগমমানৱ উন্নয়ন সূচকভানুমতীসৌৰভ কুমাৰ চলিহামৈদামসপ্তকাণ্ড ৰামায়ণশোণিতপুৰ (লোকসভা সমষ্টি)২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনবিবাহৰামায়ণইয়াণ্ডাবু সন্ধিতোলনি বিয়াঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকাসত্যনাথ বৰাঅসমৰ পৰম্পৰাগত খেল-ধেমালিগণৰাজ্য দিৱস (ভাৰত)এইচ.আই.ভি/এইড্‌ছমাধৱ কন্দলি🡆 More