অসমত দেখা চৰাইবোৰ

জৈব-বৈচিত্ৰ্যত চহকী অসম নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি। তথ্য অনুসৰি, ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় ৫৩%, অৰ্থাৎ ছশৰো অধিক চৰাই-চিৰিকটি অসমত দেখা পোৱা যায়। আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰজাতিসমূহৰ মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, বিতৰণৰ বিচ্ছিন্নতা তথা সংৰক্ষণৰ গুৰুত্ব অনুসৰি প্ৰস্তুত কৰা ৰঙা তালিকা (IUCN Red List of Threatened Species) ত অসমত দেখা পোৱা কিছুসংখ্যক চৰাইৰ ৰঙেও স্থান পাইছে। এই সমূহৰ ভিতৰত হাড়গিলা (Greater Adjutant), পাতি শগুণ /বগা পিঠিয়া শগুণ(White-rumped Vulture),ক'লা শগুণ(Cinereous Vulture), তামূলীয়া শগুণ/ৰজা শগুণ (Red-headed Vulture), উলূম’ৰা (Bengal Florican), ৱাক চৰাই (Black crown night heron)আদি উল্লেখযোগ্য। অসমত স্থানীয় চৰাইৰ পৰা আৰম্ভ কৰি সূদুৰ বিদেশৰপৰা অহা পৰিভ্ৰমী চৰাইলৈকে বিভিন্ন ধৰণৰ চৰাই দেখা পোৱা যায়। ইয়াৰে যথাসম্ভৱ চৰাইৰ তালিকা তলত দিয়া হ'ল।

ক্ৰমিক নং অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম স্থানীয়/পৰিভ্ৰমী চিত্ৰ
পানী ডুবি Little Grebe Tachybaptus ruficollis স্থানীয়
অসমত দেখা চৰাইবোৰ
বৰডুবি বা টুপী-মুৰীয়া বৰডুবি Great Crested Grebe Podiceps cristatus পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
ঢেৰা বা ভেলা Spot-billed Pelican Pelecanus phillippensis স্থানীয়
অসমত দেখা চৰাইবোৰ
ৰঙী ঢেৰা/বৰ বগী ভেলা Great White Pelican Pelecanus onocrotalus পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
কৈলাঙী Indian Shag Phalacrocorax fuscicollis স্থানীয়
অসমত দেখা চৰাইবোৰ
পানী কাউৰী Little Cormorant Phalacrocorax niger স্থানীয়
অসমত দেখা চৰাইবোৰ
দৈকলা Great Cormorant Phalacrocorax carbo স্থানীয়
অসমত দেখা চৰাইবোৰ
মণিয়ৰি Oriental Darter Anhinga melanogaste স্থানীয়
অসমত দেখা চৰাইবোৰ
বৰ বগ Great Egret Egretta alba স্থানীয়
অসমত দেখা চৰাইবোৰ
১০ বামুণ বগলী Little Egret Egretta garzetta স্থানীয়
অসমত দেখা চৰাইবোৰ
১১ গো-বগ Eastern Cattle Egret Bubulcus coromandus স্থানীয়
অসমত দেখা চৰাইবোৰ
১২ পানী বগলী বা মাজু বগলী Intermediate Egret Egretta intermedia স্থানীয়
অসমত দেখা চৰাইবোৰ
১৩ কণামুছৰি Indian Pond Heron Ardeola grayii স্থানীয়
অসমত দেখা চৰাইবোৰ
১৪ চেঁচা বগলী বা হালখেদা চৰাই Grey Heron Ardea cinerea স্থানীয়
অসমত দেখা চৰাইবোৰ
১৫ আজান চৰাই/লাল কোল Purple Heron Ardea purpurea স্থানীয়
অসমত দেখা চৰাইবোৰ
১৬ বৰ আজান বা বৰ বগলী White-bellied Heron Ardea insignis স্থানীয়
অসমত দেখা চৰাইবোৰ
১৭ দৈত্যকায় বগলী/ বিষালকায় বগলী Goliath Heron Ardea goliath পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
১৮ চীনা কনামুচৰি Chinese Pond-heron Ardeola bacchus পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
১৯ ৰাজ বগ/ মালয়েছিয়ান ৰাতিচৰা Malayan Night-heron Gorsachius melanolophus পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
২০ ৰাতিচৰা বা নিশাচৰ বগলী/ৱাক চৰাই Black-crowned Night-heron Nycticorax nycticorax স্থানীয়
অসমত দেখা চৰাইবোৰ
২১ সৰু মুছৰি Striated Heron Butorides striata স্থানীয়
অসমত দেখা চৰাইবোৰ
২২ ক'লা বগলী/কৃষ্ণ বগ Black Bittern Dupetor flavicollis পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
২৩ ইটাগুৰীয়া/তামুলীয়া/ৰঙা বগ Chestnut Bittern Ixobrychus cinnamomeus স্থানীয়
অসমত দেখা চৰাইবোৰ
২৪ হালধীয়া/পিত বগলী Yellow Bittern Ixobrychus sinensis স্থানীয়
অসমত দেখা চৰাইবোৰ
২৫ ইউৰেছিয়ান বগ/পাখৰী বগ Eurasian Bittern Botaurus stellaris পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
২৬ শামুকভঙা/শামুক খোৱা Asian Openbill Anastomus oscitans স্থানীয়
অসমত দেখা চৰাইবোৰ
২৭ তেলীয়া সাৰেং Black-necked Stork Ephippiorhynechus asiaticusasiaticus স্থানীয়
অসমত দেখা চৰাইবোৰ
২৮ কনুৱা Woolly-necked Stork Ciconia episcopus স্থানীয়
অসমত দেখা চৰাইবোৰ
২৯ কাকৈঢোৰা/পাকৈঢোৰা Painted Stork Mycteria leucocephala স্থানীয়
অসমত দেখা চৰাইবোৰ
৩০ কৃষ্ণ বৰটোকোলা/ক'লা বৰটোকোলা বা কাল শৰ/মনুৱা Black Stork Ciconia nigra পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
কলা আকুহী বগ Indian Black Ibis Pseudibis papillosa স্থানীয়
অসমত দেখা চৰাইবোৰ
ইটাগুৰীয়া আকোহী বগ/চক চকীয়া বগ Glossy Ibis Plegadis falcinellus পৰিভ্ৰমী
বগা আকোহী বগ/ক'লা মূৰীয় আকোহী বগ Black-headed Ibis Threskiornis melanocephalus পৰিভ্ৰমী
ইউৰেছিয়ান চামোচ ঠু্ঁটীয়া বগলী/ খন্তীয়া বগ Eurasian Spoonbill Platalea leucorodia স্থানীয়
হাড়গিলা Greater Adjutant Leptoptilos dubius স্থানীয়
অসমত দেখা চৰাইবোৰ
বৰটোকোলা Lesser Adjutant Leptoptilos javanicus স্থানীয়
অসমত দেখা চৰাইবোৰ
ধৃতিৰাজ Bar-headed Goose Anser indicus
অসমত দেখা চৰাইবোৰ
দেওৰাজ হাঁহ/ খেৰী হাঁহ Grey-leg Goose Anser anser স্থানীয়
অসমত দেখা চৰাইবোৰ
শৰালি Lesser Whistling Duck Dendrocygna javanica স্থানীয়
অসমত দেখা চৰাইবোৰ
বৰশৰালি Fulvous Whistling Duck Dendrocygna bicolor স্থানীয়
অসমত দেখা চৰাইবোৰ
চাকৈ-চকোৱা Ruddy shelduck Tadorna ferruginea পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
ৰঙা মুখী চাকৈ চকোৱা/বগা চাকৈ চকোৱা Common Shelduck Tadorna tadorna পৰিভ্ৰমী
নুক্তা হাঁহ/জোঙ নাকী হাঁহ Knob-billed Duck Sarkidiornis melanotos স্থানীয়
দেওহাঁহ White-winged Wood Duck Cairina scutulata স্থানীয়
অসমত দেখা চৰাইবোৰ
ঘিলা হাঁহ Common Teal Anas crecca পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
কাজলবুলী‌য়া হাঁহ Garganey Anas querquedula পৰিভ্ৰমী
সৰুমূগী হাঁহ/মূগী হাঁহ Gadwall Anas strepera পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
আকুঁহী পাখিৰ হাঁহ/কাচী ডেউকাৰ হাঁহ Falcated Duck Mareca falcata পৰিভ্ৰমী
বাদামী মূৰীয়া হাঁহ Eurasian Wigeon Mareca penelope পৰিভ্ৰমী
দীঘলনেজী Northern Pintail Anas acuta পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
খন্তীয়া হাঁহ Northern Shoveler Spatula clypeata পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
বৰমূগী হাঁহ/ নাকৰ খেচঁ খেঁচী/ফুটুকী হাঁহ Spot-billed Duck Anas poecilorhyncha স্থানীয়
Spot-billed Duck RWD7
Spot-billed Duck RWD7
আমৰ’লীয়া হাঁহ Mallard Anas platyrhynchos পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
বৰ সাগৰীয় হাঁহ Greater Scaup Anas marila পৰিভ্ৰমী
বামুণী হাঁহ Tufted Duck Aythya fuligula পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
কাকলি হাঁহ /বৰকালী হাঁহ Ferruginous Pochard Athya nyroca
বৰ কলীমুৰী হাঁহ Baer’s Pochard Aythya baeri পৰিভ্ৰমী
ৰঙা মুৰীয়া হাঁহ Common Pochard Aythya ferina পৰিভ্ৰমী
ৰঙা টুপীৰ হাঁহ Red-crested Pochard Netta rufina পৰিভ্ৰমী
গোলাপী মূৰীয়া হাঁহ Pink-headed Duck Rhodonessa caryophyllacea স্থানীয়
বালি হাঁহ Cotton Teal Netapus cormandelianus পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
মাণ্ড্ৰিয়ান ৰজা হাঁহ Mandarin Duck Aix galericulata পৰিভ্ৰমী
মাৰ্বল বা স্ফতীকি হাঁহ Marbled Duck Marmaronetta angustirostris পৰিভ্ৰমী
সোণালী চকুৱা হাঁহ Common Goldeneye Bucephala clangula পৰিভ্ৰমী
Smew Mergellus albellus পৰিভ্ৰমী
Common Merganser Mergus merganser পৰিভ্ৰমী
চিলনী Black kite Milvus migrans স্থানীয়
অসমত দেখা চৰাইবোৰ
ৰঙাচিলনী Brahmini Kite Accipiter badis স্থানীয়
অসমত দেখা চৰাইবোৰ
Jerdon’s Baza Aviceda jerdoni স্থানীয়
Black Baza Aviceda leuphotes পৰিভ্ৰমী
Black Kite Milvus migrans migrans স্থানীয়
Black-eared Kite Milvus migrans lineatus পৰিভ্ৰমী
বৰীশেন Shikra Accipiter badis স্থানীয়
Shikra (Male)
Shikra (Male)
Besra Sparrowhawk Accipiter virgatus স্থানীয়
Northern Goshawk Accipeter gentilis পৰিভ্ৰমী
Eurasian Sparrowhawk Accipeter nisus melaschistos পৰিভ্ৰমী
Crested Goshawk Accipiter trivirgatus স্থানীয়
Himalayan Buzzard Buteo burmanicus পৰিভ্ৰমী
মৌখাপ Oriental Honey-buzzard Pernis ptilorhynchus স্থানীয়
White-eyed Buzzard Butastur teesa স্থানীয়
সাপকটা বা খোপাডাঙৰী Crested Serpent-eagle Spilornis cheela স্থানীয়
Short-toed Eagle Ciraetus gallicus স্থানীয়
Rufous-bellied Eagle Lophotriorchis kienerii স্থানীয়
Bonelli’s Eagle Aquila fasciata স্থানীয়
Mountain Hawk-eagle Nisaetus nipalensis স্থানীয়
Changeable Hawk-eagle Nisaetus limnaeetus স্থানীয়
Crested Hawk-eagle Nisaetus cirrhatus স্থানীয়
Black eagle Ictinaetus malayensis স্থানীয়
কুৰুৱা Indian Spotted Eagle Clanga hastata স্থানীয়
Greater Spoted Eagle Clanga clanga পৰিভ্ৰমী
Steppe Eagle Aquila nipalensis পৰিভ্ৰমী
Western Osprey Pandion haliaetus পৰিভ্ৰমী
Lesser Fish-eagle Icthyophaga humilis স্থানীয়
উকাহ Grey headed Fish-eagle Icthyophaga icthyaectus স্থানীয়
অসমত দেখা চৰাইবোৰ
কুৰুৱা Pallas’s Fish-eagle Haliaeetus leucoryphus স্থানীয়
অসমত দেখা চৰাইবোৰ
White-tailed Eagle Haliaeetus albicilla পৰিভ্ৰমী
পাতি শগুণ/বগা পিঠিয়া শগুন White- rumped Vulture Gyps bengalensis স্থানীয়
অসমত দেখা চৰাইবোৰ
Slender-billed Vulture Gyps tenuirostris স্থানীয়
বৰাশগুণ Eurasian Griffon Gyps fulvus পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
হিমালয়ৰ শুগুণ / জপৰা শগুণ Himalayan Vulture Gyps himalayensis পৰিভ্ৰমী
ৰজা শগুণ Red-headed Vulture Sarcogyps calvus স্থানীয়
অসমত দেখা চৰাইবোৰ
ডবাশেন Western Marsh Harrier Circus aeruginosus পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
মাছুৱা শেন Pallid Harrier Circus macrourus স্থানীয়/ পৰিভ্ৰমী
Pied Harrier Circus melanoleucos পৰিভ্ৰমী
Hen Harrier Circus cyaneus স্থানীয়/ পৰিভ্ৰমী
Collared Falconet Microhierax caerulescens স্থানীয়
Pied Falconet Microhierax melanoleucos স্থানীয়
Common Kestrel Falco tinnunculus পৰিভ্ৰমী
Oriental Hobby Falco severus স্থানীয়
Amur Falcon Falco amurensis পৰিভ্ৰমী
ৰঙামূৰীয়া শেন Red headed Falcon Falco chicquera স্থানীয়
অসমত দেখা চৰাইবোৰ
শেন Shahin / Peregrine Falcon Falco peregrinus peregrinator স্থানীয়
অসমত দেখা চৰাইবোৰ
Black Francolin Francolinus francolinus স্থানীয়
হঁয়ক’লী Swamp Francolin Francolinus gularis স্থানীয়
অসমত দেখা চৰাইবোৰ
Mountain Bamboo Partridge Bambusicola fytchii স্থানীয়
Common Hill-partridge Arborophila torqueola স্থানীয়
White-cheeked Hill-partridge Arborophila atrogularis স্থানীয়
Rufus-throated Hill-partridge Arborophila rufogularis স্থানীয়
বতা চৰাই Common Quail Coturnix coturnix স্থানীয়
অসমত দেখা চৰাইবোৰ
Blue-breasted Quail Excalfactoria chinensis স্থানীয়
Barred Buttonquail Turnix suscitator স্থানীয়
Yellow-legged Buttonquail Turnix tanki পৰিভ্ৰমী
বনকুকুৰা Red Jungle Fowl Gallus gallus স্থানীয়
অসমত দেখা চৰাইবোৰ
দেও ডৰিক Grey Peacock-pheasant Polyplectron bicalcaratum স্থানীয়
ডৰিক Kaleej Pheasant Lophura leucomelanos স্থানীয়
ম’ৰা চৰাই Indian Peafowl Pavo cristatus স্থানীয়
Common Crane Grus grus পৰিভ্ৰমী
কৰ্চন চৰাই Sarus Crane Grus antigone স্থানীয়
উলূম’ৰা Bengal Florican Haubaropsis bengalensis স্থানীয়
BustardsLyd4
BustardsLyd4
Slaty-breasted Rail Gallirallus striatus স্থানীয়
Eastern Water Rail Rallus indicus পৰিভ্ৰমী
Slaty-legged Crake Rallina eurizonoides স্থানীয়
ৰঙা জিকৰ Ruddy-breasted Crake Porzana fusca স্থানীয়
ক'লা নেজী জিকৰ Black-tailed Crake Porzana bicolor স্থানীয়
ডাউক White-breasted Waterhen Amaurornis phoenicurus স্থানীয়
অসমত দেখা চৰাইবোৰ
ক’ৰা চৰাই Watercock Gallicrex cinerea স্থানীয়
কামচৰাই Purple Moorhen Porphyrio porphyrio স্থানীয়
অসমত দেখা চৰাইবোৰ
পানীডাউক Common Moorhen Gallinula chloropus স্থানীয়
অসমত দেখা চৰাইবোৰ
বন ঢেকৰ Masked Finfoot Heliopais personatus স্থানীয়
Pied Avocet Recurvirostra avosetta পৰিভ্ৰমী
দলপুঙা Bronze-winged Jacana Hydrophasianus chirurgus স্থানীয়
অসমত দেখা চৰাইবোৰ
দলমৰা Pheasant-Tailed Jacana Hydrophasianus chirurgus স্থানীয়
অসমত দেখা চৰাইবোৰ
Small Pratincole Glareola Lactea স্থানীয়
Great Thick-knee Esacus recurvirostris স্থানীয়
বালিঘৰা Red-wattled Lapwing Vanellus indicus স্থানীয়
অসমত দেখা চৰাইবোৰ
শিলঘোৰা River Lapwing Vanellus duvaucelii স্থানীয়
দ’লঘোৰা Grey-headed Lapwing Vanellus cinereus পৰিভ্ৰমী
টেটাটুৱা/টিকনী বালিঘোৰা Northern Lapwing Vanellus vanellus স্থানীয়/ পৰিভ্ৰমী
ল’ৰিয়লি Little Ringed Plover Charadrius dubius curonicus পৰিভ্ৰমী
Long-billed Plover Charadrius placidus পৰিভ্ৰমী
Common Greenshank Tringa nebularia পৰিভ্ৰমী
লৰীয়তী Marsh Sandpiper Tringa stagnatilis পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
বৰবালি বগুৱা Wood Sandpiper Tringa glareola পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
Green Sandpiper Tringa ochropus পৰিভ্ৰমী
বালিটোকা বা বালিখোঁচৰা Common Sandpiper Actitis hypoleucos পৰিভ্ৰমী
Common Redshank Tringa totanus পৰিভ্ৰমী
Temminck’s Stint Ereunetes temminckii পৰিভ্ৰমী
Greater Painted-snipe Rostratula benghalensis স্থানীয়
Jack Snipe Lymnocryptes minimus পৰিভ্ৰমী
Common Snipe Gallinago gallinago পৰিভ্ৰমী
Pintail Snipe Gallinago stenura পৰিভ্ৰমী
Wood Snipe Gallinago nemoricola পৰিভ্ৰমী
Eurasian Woodcock Scolopax rusticola পৰিভ্ৰমী
Great Black-headed Gull Ichthyaetus ichthyaetus পৰিভ্ৰমী
Brown-headed Gull Chroicocephalus brunnicephalus পৰিভ্ৰমী
Common Black-headed Gull Chroicocephalus ridibundus পৰিভ্ৰমী
গঙাচিলনী Indian River Tern Sterna aurantia স্থানীয়
Black-bellied Tern Sterna acuticauda স্থানীয়
কজলা গঙাচিলনী Whiskered Tern Chlidonias hybrida পৰিভ্ৰমী
Rock Pigeon Columba livia স্থানীয়
পৰঘুমা Green Imperial Pigeon Ducula aenea স্থানীয়
অসমত দেখা চৰাইবোৰ
পাহাৰী পৰঘুমা Mountain Imperial Pigeon Ducula badia স্থানীয়
Oriental Turtle-dove Streptopelia orientalis স্থানীয়
শিল কপৌ Common Emerald Dove Chalcophaps indica
অসমত দেখা চৰাইবোৰ
হাৰুৱা কপৌ Red Collared Dove Streptopelia chinensis স্থানীয়
অসমত দেখা চৰাইবোৰ
তিল কপৌ Spotted Dove Passer domesticus স্থানীয়
অসমত দেখা চৰাইবোৰ
শ্বেত কপৌ বা শ্বেত গলমণিকা কপৌ বা ইউৰেছিয়ান গলমণিকা কপৌ Eurasian Collared Dove Streptopelia decaocto স্থানীয়
Barred Cuckoo-dove Macropygia unchall স্থানীয়
ইটাগুৰীয়া হাইঠা Ashy-headed Green Pigeon Treron phayrei স্থানীয়
হাইঠা Orange-breasted Green Pigeon Treron bicincta স্থানীয়
অসমত দেখা চৰাইবোৰ
কমলা-বুকুৰ হাইঠা Orange-breasted Green Pigeon Treron bicinctus স্থানীয়
অসমত দেখা চৰাইবোৰ
Pin-tailed Green Pigeon Treron apicauda স্থানীয়
বৰহাইঠা Thick-billed Green Pigeon Treron curvirostra স্থানীয়
অসমত দেখা চৰাইবোৰ
হালধীয়া ঠেঙৰ হাইঠা Yellow-footed Green Pigeon Treron phoenicoptera স্থানীয়
অসমত দেখা চৰাইবোৰ
Wedge-tailed Green Pigeon Treron sphenurus স্থানীয়
Speckled Woodpigeon Columba hodgsonii স্থানীয়
লালী পৰঘূমা Pale-capped Woodpigeon Columba punica স্থানীয়
Vernal Hanging Parrot Loriculus vernalis স্থানীয়
Finsch’s Parakeet Psittacula finschii স্থানীয়
ৰঙা-মণি ভাটৌ Rosy-headed Parakeet Psittacula roseata স্থানীয়
গলমণিকা Rose-ringed Parakeet Psittacula krameri স্থানীয়
অসমত দেখা চৰাইবোৰ
ৰাজ ভাটৌ Alexandrine Parakeet Psittacula eupatria স্থানীয়
অসমত দেখা চৰাইবোৰ
গলপোৰা ভাটৌ Red-breasted Parakeet Psittacula alexandri স্থানীয়
Violet Cuckoo Chrysococcyx xanthorhynchus পৰিভ্ৰমী
Asian Emerald Cuckoo Chrysococcyx maculatus পৰিভ্ৰমী
Plaintive Cuckoo Cacomantis passerinus স্থানীয়
Banded Bay Cuckoo Cacomantis sonneratii স্থানীয়
‘Fork-tailed’ Drongo-cuckoo Surniculus dicruroides পৰিভ্ৰমী
Jacobin Cuckoo Clamator jacobinus পৰিভ্ৰমী
Chestnut-winged Cuckoo Clamator coromandus পৰিভ্ৰমী
কেতেকী Indian Cuckoo Cuculus micropterus পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
কুলি Asian Koel Eudynamys scolopaceus স্থানীয়
অসমত দেখা চৰাইবোৰ
Common Cuckoo Cuculus canorus পৰিভ্ৰমী
Himalayan Cuckoo Cuculus saturatus পৰিভ্ৰমী
Small Cuckoo Cuculus poliocephalus পৰিভ্ৰমী
Large Hawk-cuckoo Hierococcyx sparverioides স্থানীয়
Whistling Hawk-cuckoo Hierococcyx nisicolor পৰিভ্ৰমী
Green-billed Malkoha Phaenicophaeus tristis স্থানীয়
Lesser Coucal Centropus bengalensis স্থানীয়
Greater Coucal Centropus sinensis স্থানীয়
Brown Hawk-owl Ninox scutulata স্থানীয়
Oriental Bay Owl Phodilus badius স্থানীয়
Common Barn-owl Tyto alba স্থানীয়
Eastern Grass-owl Tyto longimembris স্থানীয় অসমত দেখা চৰাইবোৰ
Tawny Fish-owl Ketupa flavipes স্থানীয় অসমত দেখা চৰাইবোৰ
হুদু চৰাই Brown Fish-owl Ketupa zeylonensis স্থানীয় অসমত দেখা চৰাইবোৰ
Buffy Fish-owl Ketupa ketupu স্থানীয় অসমত দেখা চৰাইবোৰ
Forest Eagle-owl Ketupa nipalensis স্থানীয় অসমত দেখা চৰাইবোৰ
Dusky Eagle-owl Bubo coromandus স্থানীয়
Short-eared Owl Asio flammeus পৰিভ্ৰমী
Brown Wood-owl Strix leptogrammica স্থানীয়
Collared Scops-owl Otus lettia স্থানীয়
Oriental Scops-owl Otus sunia স্থানীয়
Mountain Scops-owl Otus spilocephalus স্থানীয়/ পৰিভ্ৰমী
ফুটুকী ফেঁচা Spotted Owlet Athene brama স্থানীয়
অসমত দেখা চৰাইবোৰ
কুৰুলী ফেঁচা Asian Barred Owlet Glaucidium cuculoides স্থানীয়
Collared Owlet Glaucidium brodiei স্থানীয়
Hodgson’s Frogmouth Batrachostomus hodgsoni স্থানীয়
Grey Nightjar Caprimulgus jotaka স্থানীয়
Large-tailed Nightjar Caprimulgus macrurus স্থানীয়
Savanna Nightjar Caprimulgus affinis স্থানীয়
লক্ষ্মী ফেঁচা Barn Owl Tyto alba
অসমত দেখা চৰাইবোৰ
ঘৰ বতাহী House Swift Apus nipalensis অসমত দেখা চৰাইবোৰ
তাল বতাহী Asian Palm-Swift Cypsiurus balasiensis স্থানীয়
অসমত দেখা চৰাইবোৰ
Himalayan Swiftlet Aerodramus brevirostris স্থানীয়
Little Swift Apus affinis স্থানীয়
Blyth’s Swift Apus leuconyx পৰিভ্ৰমী
Black-billed Roller Coracias bnghalensis affinis স্থানীয়
Dollarbird Eurystomus orientalis স্থানীয়
কাকৈশিৰা Hoopoe Upupa epops স্থানীয়
অসমত দেখা চৰাইবোৰ
কাঠনী বোৱাৰী Red-headed Trogon Harpactes erythrocephalus স্থানীয়
মাছোৰোকা Kingfisher Alcedo স্থানীয়
অসমত দেখা চৰাইবোৰ
ক’লামূৰীয়া মাছৰোকা Black-capped Kingfisher Halcyon pileata পৰিভ্ৰমী
Ruddy Kingfisher Halcyon coromanda পৰিভ্ৰমী
বগা বুকুৱা মাছৰোকা White-throated Kingfisher Halcyon smyrnensis স্থানীয়/ পৰিভ্ৰমী
বৰঠুটিয়া মাছৰোকা Stork-billed Kingfisher Pelargopsis capensis স্থানীয়
Common Kingfisher Alcedo atthis স্থানীয়
Blyth’s Kingfisher Alcedo hercules স্থানীয়
Blue-eared Kingfisher Alcedo meninting স্থানীয়
Himalayan Pied Kingfisher Ceryle lugubrid স্থানীয়
পখৰা মাছোৰোকা Lesser Pied Kingfisher Ceryle rudis স্থানীয়
Black-backed Dwarf Kingfisher Ceyx erithaca পৰিভ্ৰমী
জিঞাখাটী Blue-tailed Bee-eater Merops philippinus পৰিভ্ৰমী
Blue-tailed Bee-eater (Merops philippinus) - Flickr - Lip Kee (3)
Blue-tailed Bee-eater (Merops philippinus) - Flickr - Lip Kee (3)
Chestnut-headed Bee-eater Merops leschenaulti পৰিভ্ৰমী
Little Green Bee-eater Merops orientalis স্থানীয়
Blue-bearded Bee-eater Nyctyormis athertoni স্থানীয়
পাকৈঢোৰা Oriental Pied Hornbill Anthracoceros albirostris স্থানীয়
অসমত দেখা চৰাইবোৰ
Rufous-necked Hornbill Aceros nipalensis স্থানীয়
Great Pied Hornbill Buceros bicornis স্থানীয়
Wreathed Hornbill Rhyticeros undulatus স্থানীয়
নীলকণ্ঠী হেটুলুকা Blue throated Barbet Megalaima asiatica স্থানীয়
Blue-throated Barbet (Megalaima asiatica) on Kapok (Ceiba pentandra) in Kolkata W IMG 4292
Blue-throated Barbet (Megalaima asiatica) on Kapok (Ceiba pentandra) in Kolkata W IMG 4292
ঘো্ং কোলোং হেটুলুকা Lineated Barbet Megalaima lineata স্থানীয়
Lineated Barbet (Megalaima lineata) - Flickr - Lip Kee (1)
Lineated Barbet (Megalaima lineata) - Flickr - Lip Kee (1)
Coppersmith Barbet Xantholaema haemacephala স্থানীয়
Great Barbet Megalaima virens স্থানীয়
Blue-eared Barbet Megalaima australis স্থানীয়
Golden-throated Barbet Megalaima franklini স্থানীয়
Eurasian Wryneck Jynx torquilla পৰিভ্ৰমী
Speckled Piculet Vivia innominata স্থানীয়
White-browed Piculet Sasia ochracea স্থানীয়
ৰঙামূৰীয়া বাঢ়ৈটোকা Greater Flameback
সোণ বাঢ়ৈটোকা Lesser Gold-backed Wood.Pecker Dinopium benghalense
অসমত দেখা চৰাইবোৰ
Grey-capped Pygmy Woodpecker Dendrocopos canicapillus স্থানীয়
Fulvous-breasted Pied Woodpecker Dendrocopos macei স্থানীয়
Streak-throated Woodpecker Picus xanthopygaeus স্থানীয়
Greater Yellownape Chrysophlegma flavinucha স্থানীয়
Lesser Yellownape Picus cholorolophus স্থানীয়
Grey-faced Woodpecker Picus canus স্থানীয়
Rufous Woodpecker Microptermus brachyurus স্থানীয়/ পৰিভ্ৰমী
Bay Woodpecker Blythipicus pyrrhotis স্থানীয়
Pale-headed Woodpecker Gecinulus grantia স্থানীয়
বৰ ছাইয়া বাঢ়ৈটোকা Great Slaty Woodpecker Mulleripicus pulverulentus স্থানীয়
Long-tailed Broadbill Psarisomus dalhousiae স্থানীয়
Silver-breasted Broadbill Serilophus lunatus স্থানীয়
Hooded Pitta Pitta sordida পৰিভ্ৰমী
Blue-naped Pitta Hydrornis nipalensis স্থানীয়
Bengal Bushlark Mirafra assamica স্থানীয়
Oriental Skylark Alauda gulgula স্থানীয়
Sand Lark Calandrella raytal স্থানীয়
Grey-throated Sand-martin Riparia chinensis স্থানীয়
Asian House-martin Delichon dasypus স্থানীয়
চাতক Barn Swallow Hirundo rustica পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
Red-rumped Swallow Cecropis daurica পৰিভ্ৰমী
বগা বালিমাহী White Wagtail Motacilla alba পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
Western Yellow Wagtail Motacilla flava beema পৰিভ্ৰমী
Grey Wagtail Motacilla cinerea পৰিভ্ৰমী
Citrine Wagtail Motacilla c. citreola পৰিভ্ৰমী
কেঁচুখাটী Olive-backed Pipit Anthus hodgsoni পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
Rosy Pipit Anthus roseatus পৰিভ্ৰমী
Richard’s Pipit Anthus richardi পৰিভ্ৰমী
Paddyfield Pipit Anthus rufulus স্থানীয়
বাৰীসুন্দৰী Asian Paradise Flycatcher Terpsiphone paradise পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
স্থানীয়/পৰিভ্ৰমী
Ashy Woodswallow Artamus Woodswallow স্থানীয়
Large Woodshrike Tephrodornis gularis স্থানীয়
Pied Flycatcher-shrike Hemipus picatus স্থানীয়
Black-winged Cuckooshrike Lalage melaschistos স্থানীয়
Large Cuckooshrike Coracina macei স্থানীয়
ৰূপহী Rosy Minivet Pericrocotus roseus পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
Long-tailed Minivet Pericrocotus ethologus স্থানীয়
Short-billed Minivet Pericrocotus brevirostris স্থানীয়
Scarlet Minivet Pericrocotus speciosus স্থানীয়
Grey-chinned Minivet Pericrocotus solaris স্থানীয়
Small Minivet Pericricotus cinnamomeus স্থানীয়
‘Black-headed’ Long-tailed Shrike Lanius schach tricolor group স্থানীয়
বাঘ চৰাই Grey-backed Shrike Lanius tephronotus পৰিভ্ৰমী
Brown Shrike Lanius c. cristatus পৰিভ্ৰমী
ফেচুলুকা Red-vented Bulbul Pycnonotus cafer স্থানীয়
অসমত দেখা চৰাইবোৰ
বুলবুলি Red-whiskered Bulbul Pycnonotus jocosus স্থানীয়
অসমত দেখা চৰাইবোৰ
Himalayan Black Bulbul Hypsipetes leucocephalus স্থানীয়
Ashy Bulbul Hemixos flavala স্থানীয়
Olive Bulbul Iole virescens স্থানীয়
Mountain Bulbul Ixos mcclellandii স্থানীয়
White-throated Bulbul Alophoixus flaveolus স্থানীয়
Black-crested Bulbul Pycnonotus flaviventris স্থানীয়
Black-headed Bulbul Microtarsus atriceps স্থানীয়
Crested Finchbill Pycnonotus canifrons স্থানীয়
Flavescent Bulbul Pycnonotus flavascens স্থানীয়
Striated Bulbul Pycnonotus striatus স্থানীয়
বিহুৱতী চৰাই Common Iora Aegithina tipkia স্থানীয়
অসমত দেখা চৰাইবোৰ
Orange-bellied Leafbird Chloropsis hardwickii স্থানীয়
পাত চৰাই Gold-fronted Leafbird Chloropsis aurifrons স্থানীয়
Blue-winged Leafbird Chloropsis cochinchinensis স্থানীয়
Asian Fairy Bluebird Irena puella স্থানীয়
ৰাজকোঁৱৰ (চৰাই) Black-naped Monarch Hypothymis azurea স্থানীয়
অসমত দেখা চৰাইবোৰ
নাচনী চৰাই White-throated Fantail Rhipidura albicollis স্থানীয়
অসমত দেখা চৰাইবোৰ
Yellow-bellied Fantail Chelidorhynx hypoxantha স্থানীয়
Brown Dipper Cicclus pallasii স্থানীয়
Purple Cochoa Cochoa purpurea পৰিভ্ৰমী
Green Cocoa Cochoa viridis পৰিভ্ৰমী
Chestnut-bellied Rock-thrush Monticola rufiventris স্থানীয়
Blue Rock-thrush Monticola solitarius পৰিভ্ৰমী
Orange-headed Thrush Geokichla citrina স্থানীয়
Blue Whistling-thrush Myophonus caeruleus স্থানীয়
Black-throated Thrush Turdes atrogularis পৰিভ্ৰমী
Red-throated Thrush Turdes ruficollis পৰিভ্ৰমী
Tickell’s Thrush Turdes unicolor পৰিভ্ৰমী
Grey-sided Thrush Turdes feae পৰিভ্ৰমী
Eyebrowed Thrush Turdes obscurus পৰিভ্ৰমী
Dusky Thrush Turdus eunomus পৰিভ্ৰমী
Black-breasted Thrush Turdus dissimilis স্থানীয়
White collared Blackbird Turdus albocinctus স্থানীয়
Grey-winged Blackbird Turdus boulboul পৰিভ্ৰমী
Chestnut Thrush Turdus r. rubrocanus পৰিভ্ৰমী
Long-tailed Thrush Zoothera dixoni পৰিভ্ৰমী
Small-billed Scaly Thrush Zoothera dauma পৰিভ্ৰমী
Long-billed Ground-thrush Zoothera monticola স্থানীয়
Dark-sided Ground-thrush Zoothera marginata স্থানীয়
White-browed Shorting Brachypteryx montana স্থানীয়
Lesser Shortwing Brachypteryx leucophris স্থানীয়
White-tailed Blue Robin Myiomela leucura স্থানীয়
Himalayan Red-flanked Bush-robin Tarsiger rufilatus পৰিভ্ৰমী
Indian Blue Robin Larvivora brunnea পৰিভ্ৰমী
Golden Bush-robin Tarsiger chrysaeus পৰিভ্ৰমী
Bluethroat Luscinia s. svecica পৰিভ্ৰমী
Siberian Rubythroat Calliope calliope পৰিভ্ৰমী
খোলাকটি White-rumped Shama Copsychus malabaricus স্থানীয়
দহিকতৰা Oriental Magpie-robin Copsychus saularis স্থানীয়
অসমত দেখা চৰাইবোৰ
White-crowned Forktail Enicurus leschenaulti স্থানীয়
Little Forktail Enicurus scouleri স্থানীয়
Slaty-backed Forktail Enicurus schistaceus স্থানীয়
Black-backed Forktail Enicurus immaculatus স্থানীয়
Spotted Forktail Enicurus maculatus স্থানীয়
Black Redstart Phoenicurus ochruros rufiventris পৰিভ্ৰমী
Daurian Redstart Phoenicurus auroreus পৰিভ্ৰমী
Hodgson’s Redstart Phoenicurus hodgsoni পৰিভ্ৰমী
Blue-fronted Redstart Phoenicurus frontalis পৰিভ্ৰমী
Plumbeous Water-redstart Phoenicurus fuliginosus স্থানীয়
White-capped River-chat Phoenicurus leucocephalus স্থানীয়
Hodgson’s Blue Robin Hodgsonius phaenicuroides পৰিভ্ৰমী
Pied Bushchat Saxicola caprata স্থানীয়
শিলকতৰা Siberian Stonechat Saxicola m. maurus পৰিভ্ৰমী
White-tailed Stonechat Saxicola leucurus স্থানীয়
ৰূপহী চমকা চৰাই Jerdon’s Bushchat Rhodophila jerdoni স্থানীয়
Grey Bushchat Rhodophila ferrea স্থানীয়
গলমণিকা নাচনী Red-throated Flycatcher Ficedula albicilla পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
নীলা নাচনী Slaty-blue Flycatcher Ficedula tricolor স্থানীয়
অসমত দেখা চৰাইবোৰ
ইটা-গুড়িয়া নাচনী চৰাই Ferruginous Flycatcher Muscicapa ferruginea স্থানীয়
অসমত দেখা চৰাইবোৰ
Dark-sided Flycatcher Muscicapa sibirica পৰিভ্ৰমী
এধানি নাচনী Little Pied Flycatcher Ficedula westermanni স্থানীয়
White-gorgeted Flycatcher Anthipes monileger স্থানীয়
Ultramarine Flycatcher Ficedula supercilliaris স্থানীয়
Orange-gorgeted Flycatcher Ficedula strophiata স্থানীয়
Slaty-backed Flycatcher Ficedula sordida পৰিভ্ৰমী
Snowy-browed Flycatcher Ficedula hyperythra স্থানীয়
Sapphire Flycatcher Ficedula sapphira স্থানীয়
Pale-chinned Flycatcher Cyornis poliogenys স্থানীয়
Blue-throated Flycatcher Cyornis rubeculoides স্থানীয়
Rufous-bellied Niltava Niltava sundara স্থানীয়
নীলমতী Verditer Flycatcher Eumyias thalassinus স্থানীয়
Pale Blue Flycatcher Cyornis unicolor স্থানীয়
Small Niltava Niltava macgrigoriae স্থানীয়
Large Niltava Niltava grandis স্থানীয়
Blue-winged Laughingthrush Trochalopteron squamatum স্থানীয়
Assam Laughingthrush Trochalopteron chrysopterum স্থানীয়
Rufous-chinned Laughingthrush Ianthocincla rufogularis স্থানীয়
Spot-breasted Laughingthrush Leucodioptron merulinus স্থানীয়
Red-faced Liocichla Liocichla phoenicea স্থানীয়
Rufus-necked Laughingthrush Dryonastes ruficollis স্থানীয়
Striped Laughingthrush Trochalopteron virgatum স্থানীয়
Rufous-vented Laughingthrush Dryonastes gularis স্থানীয়
White-crested Laughingthrush Leucodioptron leucolophus স্থানীয়
Greater Necklaced Laughingthrush Garrulax pectoralis স্থানীয়
Lesser Necklaced Laughingthrush Leucodioptron monileger স্থানীয়
মুগী কাহুক Jerdon’s Babbler Chrysomma altirostre স্থানীয়
Yellow-eyed Babbler Chrysomma sinense স্থানীয়
Chestnut-capped Babbler Timalia pileata স্থানীয়
Pin-striped Tit-babbler Mixornis gularis স্থানীয়
Rufous-fronted Babbler Cyanoderma ruffifrons স্থানীয়
Golden Babbler Cyanoderma chrysaea স্থানীয়
সাতভনী Jungle Babbler Turdoides striata স্থানীয়
অসমত দেখা চৰাইবোৰ
Grey-throated Babbler Stachyris nigriceps স্থানীয়
Striated Babbler Turdoides earlei স্থানীয়
Slender-billed Scimitar Babbler Xiphirhynchus superciliaris স্থানীয়
Streak-breasted Scimitar Babbler Pomatorhinus ruficollis স্থানীয়
White-browed Scimitar Babbler Pomatorhinus schisticeps স্থানীয়
Large Scimitar-babbler Megapomatorhinus hypoleucos স্থানীয়
Black-crowned Scimitar Babbler Pomatorhinus ferruginosus স্থানীয়
Spot-breasted Scimitar-babbler Megapomatorhinus mcclellandi স্থানীয়
Long-billed Scimitar-babbler Pomatorhinus ochraceiceps স্থানীয়
Silver-eared Mesia Leiothrix argentauris স্থানীয়
Red-billed Leiothrix Leiothrix lutea স্থানীয়/পৰিভ্ৰমী
Black-chinned Yuhina Yuhina nigrimenta স্থানীয়
White-bellied Erpornis Erpornis zantholeuca স্থানীয়
Striated Yuhina Staphida castaniceps স্থানীয়
Whiskered Yuhina Yuhina flavicollis স্থানীয়
White-naped Yuhina Yuhina bakeri স্থানীয়
Stripe-throated Yuhina Yuhina gularis স্থানীয়
Rufous-winged Fulvetta Pseudominla castaneceps স্থানীয়
Yellow-throated Fulvetta Pseudominla cinerea স্থানীয়
Golden-breasted Fulvetta Lioparus chrysotis স্থানীয়
White-browed Fulvetta Fulvetta vinipectus স্থানীয়
Rusty-capped Fulvetta Schoeniparus dubius স্থানীয়
Rufous-throated Fulvetta Schoeniparus rufogularis স্থানীয়
Brown-cheeked Fulvetta Alcippe poioicephala স্থানীয়
Nepal Fulvetta Alcippe nipalensis স্থানীয়
Rusty-fronted Barwing Actinodura egertoni স্থানীয়
Rufous-backed Sibia Leioptila annectens স্থানীয়
Grey Sibia Malacias gracilis স্থানীয়
Indian White-hooded Babbler Gampsorhynchus rufulus স্থানীয়
Blue-winged Minla Siva cyanouroptera স্থানীয়
Bar-throated Minla Chrysominla strigula স্থানীয়
Red-tailed Minla Minla ignotincta স্থানীয়
Black-eared Shrike-babbler Pteruthius melanotis স্থানীয়
Blyth’s Shrike-babbler Pteruthius aeralatus স্থানীয়
Himalayan Cutia Cutia nipalensis স্থানীয়
Scaly-breasted Wren-babbler Pnoepyga albiventer স্থানীয়
Pygmy Wren-babbler Pnoepgya pusilla স্থানীয়
Spotted Wren-babbler Elachura formosa স্থানীয়
Eyebrowed Wren-babbler Napothera epilepidota স্থানীয়
Streaked Wren-babbler Napothera brevicaudata স্থানীয়
Long-billed Wren-babbler Rimator malacoptillus স্থানীয়
Cachar Wedge-billed Babbler Sphenocichla roberti স্থানীয়
Buff-breasted Babbler Pellorneum tickelli স্থানীয়
Spot-throated Babbler Pellorneum albiventre স্থানীয
Abott’s Babbler Malacocincla abbotti স্থানীয়
Puff-throated Babbler Pellorneum rufficeps স্থানীয়
Black-throated Parrotbill Suthora nipalensis স্থানীয়
Grey-headed Parrotbill Paradoxornis gularis স্থানীয়
Pale-billed Parrotbill Paradoxornis atrosuperciliaris স্থানীয়
White-breasted Parrotbill Paradoxornis ruficeps স্থানীয়
দীঘল নেজী ভাটৌ Black-breasted Parrotbill Paradoxornis flavirostris স্থানীয়
Spot-breasted Parrotbill Paradoxornis guttaticollis স্থানীয়
টিক টিক চৰাই Bright-capped Cisticola Cisticola exilis স্থানীয়
অসমত দেখা চৰাইবোৰ
Zitting Cisticola Cisticola juncidis স্থানীয়
Rusty-rumped Warbler Locustella certhiola পৰিভ্ৰমী
Indian Grassbird Graminicola bengalensis স্থানীয়
Striated Grassbird Megalurus palustris স্থানীয়
কাঠি চৰাই Bristled Grassbird Chaetornis striata পৰিভ্ৰমী
Rufescent Prinia Prinia rufescens স্থানীয়
ধোঁৱাবৰণীয়া নলচুপি চৰাই Ashy Prinia Prinia socialis স্থানীয়
অসমত দেখা চৰাইবোৰ
Grey-breasted Prinia Prinia hodgsonii স্থানীয়
Plain Prinia Prinia inornata স্থানীয়
Yellow-bellied Prinia Prinia flaviventris স্থানীয়
Striated Prinia Prinia cinigera স্থানীয়
Graceful Prinia Prinia gracilis স্থানীয়
Swamp Prinia Prinia cinerascens স্থানীয়
Black-throated Prinia Prinia atrogularis স্থানীয়/পৰিভ্ৰমী
Himalayan Aberrant Bush-warbler Horornis flavolivaceus স্থানীয়
Strong-footed Bush-warbler Horornis forticeps স্থানীয়
Large Bush-warbler Oligura major পৰিভ্ৰমী
Grey-sided Bush-warbler Oligura brunnifrons পৰিভ্ৰমী
Pale footed Bush-warbler Urosphena pallidipes পৰিভ্ৰমী
Korean Bush-warbler Horornis canturians পৰিভ্ৰমী
Chinese Bush-warbler Locustella tacsanowskia পৰিভ্ৰমী
Spotted Bush-warbler Locustella thoracica পৰিভ্ৰমী
Brown Bush-warbler Locustella luteoventris স্থানীয়
Russet Bush-warbler Locustella mandelli স্থানীয়
Indian Reed-warbler Acrocephalus brunnescens স্থানীয়
Thick-billed Warbler Phragamaticola aedon পৰিভ্ৰমী
Blyth’s Reed-warbler Acrocephalus dumetorum স্থানীয়
Paddyfield Warbler Acrocephalus agricola পৰিভ্ৰমী
Blunt-winged Reed Warbler Acrocephalus concinens stevensi স্থানীয়
টিপচী/পাতসিয়া Common Tailorbird Orthotomus sutorius স্থানীয়
অসমত দেখা চৰাইবোৰ
Black-necked Tailorbird Orthotomus atrogularis স্থানীয়
Mountain Tailorbird Phyllergates cuculatus স্থানীয়
Slaty-bellied Tesia Tesia olivea স্থানীয়
Yellow-browed Tesia Tesia cyaniventer স্থানীয়
Chestnut-headed Tesia Oligura castaneocorornata স্থানীয়
Broad-billed Warbler Tickellia hodgsoni স্থানীয়
Rufous-faced Warbler Abroscopus albogularis স্থানীয়
Yellow-bellied Warbler Abroscopus superciliaris স্থানীয়
Chestnut-crowned Warbler Seicercus castaniceps স্থানীয়
Grey-hooded Warbler Phylloscopus xanthoscschistos স্থানীয়
Grey-cheeked Warbler Seicercus poliogenys স্থানীয়
বগা চকুৱা চটচটী White-spectacled Warbler Seicercus affinis স্থানীয়
Whistler’s Warler Seicercus whistleri স্থানীয়
ধোঁৱামূৰীয়া নাচনী Grey-headed Canary-flycatcher Culicicapa ceylonensis স্থানীয়
Dusky Warbler Phylloscopus f.fuscatus পৰিভ্ৰমী
Tickell’s Leaf-warbler Phylloscopus affinis পৰিভ্ৰমী
Greenish Warbler Phylloscopus t. trochiloides পৰিভ্ৰমী
Blyth’s Leaf-warbler Phylloscopus reguloides স্থানীয়
Yellow-browed Leaf-warbler Phylloscopus inornatus পৰিভ্ৰমী
Mandelli’s Leaf-warbler Phylloscopus mandellii পৰিভ্ৰমী
Orange-barred Leaf-warbler Phylloscopus pulcher পৰিভ্ৰমী
Lemon-rumped Leaf-warbler Phylloscopus chloronotus পৰিভ্ৰমী
Grey-faced Leaf-warbler Phylloscopus maculipennis স্থানীয়
Yellow-vented Warbler Phylloscopus cantator স্থানীয়
ভদৰকলি Great Tit "Parus major’' স্থানীয়
অসমত দেখা চৰাইবোৰ
Cinereus Tit Parus cinereus স্থানীয়
Green-backed Tit Parus monticolus স্থানীয়
Red-headed Tit Aegithalos iredalei স্থানীয়
Black-spotted Yellow Tit Parus spilonotus স্থানীয়
Sultan Tit Melanochlora sultanea স্থানীয়
Wallcreeper Tichodroma muraria পৰিভ্ৰমী
Velvet-fronted Nuthatch Sitta frontalis স্থানীয়
Chestnut-bellied Nuthatch Sitta cinnamoventris স্থানীয়
জেঠী চৰাই Beautiful Nuthatch Sitta formosa স্থানীয়
ফুলটোকা চৰাই/ ৰঙাপিঠীয়া ফুলটোকা Scarlet Backed Flowerpecker Dicaeum ignipectus স্থানীয়
Plain Flowerpecker Dicaeum minullum স্থানীয়
Thick-billed Flowerpecker Pachyglossa agile স্থানীয়
Yellow-vented Flowerpecker Pachyglossa chrysorrhea স্থানীয়
Fire-breasted Flowerpecker Dicaeum ignipectus স্থানীয়
Yellow-bellied Flowerpecker Pachyglossa melanoxantha স্থানীয়
পাতমুগী Indian White-eye Zosterops palpebrosus স্থানীয়
মৌপিয়া Crimson Sunbird Aethopyga siparaja স্থানীয়
অসমত দেখা চৰাইবোৰ
Ruby-cheeked Sunbird Chalcoparia singalensis স্থানীয়
বেঙুণীয়া মৌপিয়া Purple Sunbird Cinnyris asiaticus স্থানীয়
Fire-tailed Sunbird Aethopyga ignicauda স্থানীয়
Mrs Gould’s Sunbird Aethopyga gouldiae স্থানীয়
Black-breasted Sunbird Aethopyga saturata স্থানীয়
Green-tailed Sunbird Aethopyga nipalensis স্থানীয়
Streaked Spiderhunter Arachnothera magna স্থানীয়
মকৰাখাঁতী Little Spiderhunter Arachnothera longirostra স্থানীয়
Little Bunting Emberiza pusilla পৰিভ্ৰমী
Chestnut-eared Bunting Emberiza fucata পৰিভ্ৰমী
Yellow-breasted Bunting Emberiza aureola পৰিভ্ৰমী
Black-faced Bunting Emberiza spodocephala পৰিভ্ৰমী
Common Rosefinch Erythrina erythrina roseata পৰিভ্ৰমী
Scarlet Finch Haematospiza sipahi স্থানীয়
ৰঙা টুনি Red Avadavat Amandava amandava স্থানীয়
অসমত দেখা চৰাইবোৰ
ফুটুকী টুনি Scaly-breasted Munia Lonchura punctulata স্থানীয়
অসমত দেখা চৰাইবোৰ
ক’লা টুনি Chestnut Munia Lonchura atricapilla স্থানীয়
অসমত দেখা চৰাইবোৰ
White-rumped Munia Lonchura striata স্থানীয়
ঘৰচিৰিকা/ঘনচিৰিকা House Sparrow Passer domesticus স্থানীয়
অসমত দেখা চৰাইবোৰ
বনচিৰিকা Eurasian Tree Sparrow Passer montanus স্থানীয়
অসমত দেখা চৰাইবোৰ
Cinnamon Sparrow Passer rutilans স্থানীয়
টোকোৰা Black-breasted Weaver Ploceus benghalensis স্থানীয়
অসমত দেখা চৰাইবোৰ
Eastern Baya Weaver Ploceus philippinus burmanicus স্থানীয়
Streaked Weaver Ploceus manyar স্থানীয়
Finn’s Weaver Ploceus megarhynchus স্থানীয়
সখিয়তী Black-hooded Oriole Oriolus xanthornus স্থানীয়
অসমত দেখা চৰাইবোৰ
Maroon Oriole Oriolus traillii স্থানীয়
Slender-billed Oriole Oriolus tenuirostris পৰিভ্ৰমী
Black-naped Oriole Oriolus chinensis diffusus পৰিভ্ৰমী
ফেঁচু Black Drongo Dicrurus macrocercus স্থানীয়
অসমত দেখা চৰাইবোৰ
ভীমৰাজ Greater Racket-tailed Drongo Dicrurus paradiseus স্থানীয়
অসমত দেখা চৰাইবোৰ
Ashy Drongo Edolius leucophaeus স্থানীয়
Bronzed Drongo Chaptia aenea স্থানীয়
Lesser Racket-tailed Drongo Dicrurus remifer স্থানীয়
Hair-crested Drongo Dicrurus hottentottus স্থানীয়
কাঠ শালিকা Chestnut-tailed Starling / Grey-headed Starling Sturnia malabarica স্থানীয়
অসমত দেখা চৰাইবোৰ
Spot-winged Starling Saroglossa spiloptera পৰিভ্ৰমী
কাণকুৰিকা Asian Pied Starling Gracupica contra স্থানীয়
গাং শালিকা Bank Myna Acridotheres ginginianus স্থানীয়
অসমত দেখা চৰাইবোৰ
চুটীয়া শালিকা Jungle Myna Acridotheres fuscus স্থানীয়
অসমত দেখা চৰাইবোৰ
ঘৰ শালিকা Common Myna Acridotheres tristis স্থানীয়
অসমত দেখা চৰাইবোৰ
White-vented Myna Acridotheres grandis স্থানীয়
Common Hill-myna Gracula religiosa স্থানীয়
পাটিকাউৰী House Crow Corvus splendens স্থানীয়
ঢোৰাকাউৰী Eastern Jungle Crow Corvus macrorhynchos levailantii স্থানীয়
কোকলোঙা Rufous Treepie Dendrocitta vagabunda স্থানীয়
অসমত দেখা চৰাইবোৰ
Common Green Magpie Cissa chinensis স্থানীয়
Grey Treepie Dendrocitta formosae স্থানীয়
কিকি হাঁহ Cotton Pygmy Goose Nettapus coromandelianus স্থানীয়/ পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
কুটুম চৰাই Water Cock Gallicrex cinerea স্থানীয়/ পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ
ৰামপৰা Brown headed Gull Larus brunicephalus স্থানীয়/ পৰিভ্ৰমী
অসমত দেখা চৰাইবোৰ



তথ্যসূত্ৰ

  1. অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি- সৌম্যদ্বীপ দত্ত
  2. The Birds of Assam- Anwaruddin Choudhury

Tags:

অসমআই ইউ চি এন ৰঙা তালিকাউলূম’ৰাচৰাইপাতি শগুণভাৰতহাড়গিলাৰজা শগুণ

🔥 Trending searches on Wiki অসমীয়া:

প্ৰাচীৰ পত্ৰিকামুগা (ৰেচম)জুবিন গাৰ্গভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘঊৰুমৈথুনপ্ৰাকৃতিক সম্পদমোহনদাস কৰমচান্দ গান্ধীনেপালী জনগোষ্ঠীদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰংঘৰঅসমৰ ভূগোলচিৰ চেনেহী মোৰ ভাষা জননীৰামধেনুঅসম আৰক্ষীপানীযৌন প্ৰৱেশক্ৰিয়াভাৰতীয় নাগৰিকত্ব আইনবীণাপাণি নাট্য সমাজভাওনাশংকৰী সংস্কৃতিবাগৰুম্বাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫দুৰ্যোগশ্ৰীনিবাস ৰামানুজনমাছশিক্ষাবকুলআঁহতভীমৰাও ৰামজী আম্বেদকাৰনেমুলখিমপুৰ জিলাকলীয়াভোমোৰা সেতুসত্যনাথ বৰাতেজপুৰঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাভানুমতীমোগল সাম্ৰাজ্যসেউজ গৃহ প্ৰভাৱপতঞ্জলিৰ যোগসূত্ৰহাজোপায়ু সংগমইষ্ট ইণ্ডিয়া কোম্পানীচীনঅসমীয়া উপন্যাসলিংগভিত্তিক অধ্যয়নশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯সন্ধিকছাৰী ৰাজ্যআৱাহন (আলোচনী)চকলং১৮ এপ্ৰিলঅসমীয়া ভাষাভাৰতৰ জাতীয় পতাকাছগ্ৰা মিছাৱাসালোক সংশ্লেষণনাগালেণ্ডগোলকীকৰণইউটিউবনৰেন্দ্ৰ মোদীশিৱসাগৰ জিলাব্ৰহ্মপুত্ৰ উপত্যকামৈদামঢোলজোঙাল বলহুদেওপাহাৰ২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনমামণি ৰয়ছম গোস্বামীৰ উপন্যাসসাহিত্য অকাডেমি বঁটাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদহাই নান্নাযুগ্ম সংখ্যাঅৰ্থনীতি🡆 More