অণুজীৱবিজ্ঞান

অণুজীৱবিজ্ঞান (Microbiology) চকুৰে মণিব নোৱাৰা জীৱ বা জীৱসদৃশ কণাৰ জীৱন প্ৰণালী, ইহঁতৰ প্ৰভাৱ, প্ৰতিৰোধ আৰু শৰীৰে এনে জীৱৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়াৰ অধ্যয়ন। এই বিষয়ৰ ক্ষুদ্ৰ জীৱ যেনে, ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, পেলু ইত্যাদি সাঙুৰি লোৱা হয়। প্ৰিঅ'নৰ দৰে অজীৱ কিন্তু জীৱিন্ত লক্ষণ থকা কণাসমূহকো এই বিজ্ঞানৰ ভিতৰতে অধ্যয়ন কৰা হয়। শৰীৰে অনুজীৱৰ সংক্ৰমণৰ প্ৰতি প্ৰতিৰোধী ব্যৱস্থাৰে (Immune System) প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অণুজীৱবিজ্ঞানৰ আওতাতে প্ৰতিৰোধী ব্যৱস্থাও অধয়্যন কৰা হয়। অধ্যয়নৰ বিষয় ভেদে অণুজীৱবিজ্ঞানক ভাইৰ'লজী, বেক্টেৰিঅ'লজী, পেৰাছাইট'লজী, মাইক'লজী, ইম্যুনোলজী আদি ভাগত ভগোৱা হৈছে। অধ্যয়নৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি অণুজীৱবিজ্ঞানক চিকিৎসা অণুজীৱবিজ্ঞান, কৃষি অণুজীৱবিজ্ঞান, ঔষধি অণুজীৱবিজ্ঞান ইত্যাদি বহুতো ভাগত ভাগ কৰা হৈছে। চিকিৎসা অণুজীৱবিজ্ঞানত মানৱ দেহত ৰোগৰ সৃষ্টি কৰিব পৰা অণুজীৱ বিলাকৰ বিষয়ে অধ্যয়ন কৰা হয়। তেনেকৈ কৃষিৰ ক্ষেত্ৰত বেমাৰ সৃষ্টি কৰিব পৰা অণুজীৱৰ অধ্যয়ন কৰা হয় কৃষি অণুজীৱবিজ্ঞানত।

অণুজীৱবিজ্ঞানৰ বিশেষজ্ঞ সকলক মাইক্ৰ'বায়োলজিষ্ট বোলা হয়।

ইতিহাস

তথ্য উৎস

Tags:

অণুজীৱবেক্টেৰিয়াভাইৰাছভেঁকুৰ

🔥 Trending searches on Wiki অসমীয়া:

কৰ'নাভাইৰাছ ৰোগ ২০১৯আহোম ভাষাভূপেন হাজৰিকাসৌৰভ কুমাৰ চলিহাঘৰউৎপাদন (অৰ্থনীতি)প্লাষ্টিককামাখ্যা মন্দিৰবিষ্ণুউজনি অসমগণৰাজ্য দিৱস (ভাৰত)ভূমিকম্পহেমচন্দ্ৰ গোস্বামীধৰ্মমিয়া খলিফাফণী শৰ্মাশিক্ষাপ্ৰাগজ্যোতিষপুৰশিৱআয়তক্ষেত্ৰসমাজতত্ত্বহাড়গিলামিচিং ভাষাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯দৰ্শনডিব্ৰুগড় (লোকসভা সমষ্টি)দেউৰী জনগোষ্ঠীবট গছকলীয়াভোমোৰা সেতুসত্ৰসংঘাতএলবাৰ্ট আইনষ্টাইনপদাৰ্থ বিজ্ঞানহেমচন্দ্ৰ বৰুৱাঅসহযোগ আন্দোলনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভাৰতীয় ভাষাকৰতল কমল কমল দল নয়নপ্ৰাকৃতিক পৰিৱেশজয়মতী (১৯৩৫ চলচ্চিত্ৰ)নেপোলিয়ন বোনাপাৰ্টনেপালী জনগোষ্ঠীমণিৰাম দেৱানলাচিত বৰফুকনপ্ৰকৃতিভানুমতীবঙালী ভাষাকথা কবিতাফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাব্যক্তিত্বসিন্ধু নদীপ্ৰথম বিশ্বযুদ্ধজীৱনীমনকীৰ্তন ঘোষা সংকলননাহৰৰ গীতচেঙেলী মাছঅসমৰ পৰম্পৰাগত সাজ- পাৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাউমানন্দব’হাগজৱাহৰলাল নেহৰুনাৰী সবলীকৰণ১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনসুঁৱৰিহাবুংগামখাৰুচি এছ এছক্ষদেউলমনোমতীহিন্দু ধৰ্মদৰিদ্ৰতা🡆 More