প্ৰতিবন্ধকতা

প্ৰতিবন্ধকতা বা অক্ষমতা (ইংৰাজী: disability) হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংজ্ঞানাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। প্ৰতিবন্ধকতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে।

প্ৰতিবন্ধকতা
Accessৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন।

প্ৰতিবন্ধকতা এটা বহুঅৰ্থযুক্ত শব্দ, বিভিন্ন বিকাৰ, কাৰ্যক্ষমতাৰ সীমাবদ্ধতা, আৰু অংশগ্ৰহণৰ বাধাগ্ৰস্থতা বুজায়। বিকাৰ হৈছে এক প্ৰকাৰৰ দৈহিক কাৰ্য আৰু গঠনৰ সমস্যা; কাৰ্যক্ষমতাৰ সীমাবদ্ধতাই কোনো ব্যক্তিয়ে কোনো কাৰ্য সম্পাদন কৰোঁতে পোৱা জটিলটাক সূচায়; আনহাতে অংশগ্ৰহণৰ বাধাগ্ৰস্থতা হৈছে কোনো ব্যক্তিয়ে জীৱনৰ বিভিন্ন পৰিস্থিতিৰ লগত জড়িত হওঁতে লাভ কৰা সমস্যাসমূহৰ অভিজ্ঞতাক বুজায়। এনেদৰে, কোনো ব্যক্তিৰ দৈহিক বৈশিষ্ট্য আৰু তেওঁ বাসকৰা সমাজখনৰ বৈশিষ্ট্যৰ মাজৰ আন্তঃক্ৰিয়াসমূহ প্ৰতিফলিত কৰা প্ৰতিবন্ধকতা এটা অতি জটিল পৰিঘটনা।

কোনো ব্যক্তিৰ অতীতত থকা বিকাৰ অথবা ব্যক্তিগত বা দলীয় মানদণ্ড বা মাপাংকৰ ভিত্তিত কোনো ব্যক্তিক অক্ষম বুলি কোৱা হয়। এনে বিকাৰসমূহ শাৰীৰিক, সংবেদনাত্মক, আৰু সংজ্ঞানাত্মক বা বিকাশজনিত প্ৰতিবন্ধকতা হ'ব পাৰে। মানসিক বিসংগতি (psychiatric বা psychosocial disability বুলিও কোৱা হয়) আৰু বিভিন্ন ধৰণৰ অৰ্জিত ৰোগকো প্ৰতিবন্ধকতা বুলি নিৰ্ধাৰণ কৰা হয়।

কিছু লোকে "প্ৰতিবন্ধকতা"ক, বিতৰ্কিতভাৱে সমাজত অন্যায়পূৰ্ৱক লাঞ্চিত বুলি বিবেচিত বিকাশজনিত ভিন্নতাৰ বিশেষ পৰিস্থিতি বুলি বৰ্ণনা কৰিছে। ইয়াৰোপৰি, অন্য কিছুৱে প্ৰতিবন্ধকতা কোনো বিকাৰ নহয়, ই সমাজৰ মূলসুঁতিৰ পৰা বহিষ্কৰণ (ableism)ৰ ফলশ্ৰুতি বুলিহে কব বিচাৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

উপভাষামেজিবিহুৰ বাদ্যযন্ত্ৰখেৰাইমহাসাগৰশিৱসাগৰ জিলাদৰং জিলাগৰুউদ্ভিদচোৰধৰাবিত্তীয় ব্যৱস্থাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰমৌৰ্য সাম্ৰাজ্যসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাউমানন্দনিৰুপমা বৰগোহাঞিচকৰি ফেঁটী বুৰঞ্জীহৰিদত্তভাৰতীয় ৰেলম'হৰ শিঙৰ পেঁপাএডাম স্মিথসেউজ গৃহ প্ৰভাৱউপনিষদঅসমৰ মুখা শিল্পমহাদেশকথা কবিতাভূপেন হাজৰিকাছুনামিজিএছটিশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯নলিনীবালা দেৱীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিসংগীতব্ৰজাৱলী ভাষাৰাজ্যসভাবাজেটকাৰেংঘৰঅসমৰ মহকুমাসমূহৰ তালিকাকুলিএ কে গাৰ্নিভাৰতীয় দৰ্শনলিংগ (জৈৱিক)নাগাৰা নামতাল (বাদ্যযন্ত্ৰ)গোলকীয় উষ্ণতা বৃদ্ধিভাৰতৰ ইতিহাসফলৰ তালিকাছক্ৰেটিছভাৰতত মহিলা শিক্ষামৃত্যুঞ্জয়বেদব্যাসএইচ টি এম এলইউক্লিডউৎসৱঅসম আৰক্ষীনিৰ্ম্মল ভকতআহোম ৰাজ্যকাৰ্বি ভাষাঅপাৰেটিং চিষ্টেমঅসমৰ লোকবাদ্যঅপৰিমেয় সংখ্যাবিহুৰ সাজ-পোচাক আৰু অলংকাৰপৰিমেয় সংখ্যাভাইটি (চলচ্চিত্ৰ)পুষ্টিকাৰকপ্লাষ্টিকথমাছ আলভা এডিচনসিংহকমলা মিৰিঅসমীয়া কবিতাসৰ্বানন্দ সোণোৱালখ্ৰীষ্টান ধৰ্ম🡆 More