অংগনবাদী

অংগনবাদী (ইংৰাজী: Anganwadi) হৈছে ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে ১৯৭৫ চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। হিন্দী ভাষাত অংগনবাদী বা অংগনৱাড়ীৰ অৰ্থ হৈছে ‘চোতালৰ আশ্ৰয়’।

অংগনবাদী
উৰিষ্যাৰ এক অংগনবাদী কেন্দ্ৰ

এটি সাধাৰণ অংগনবাদী কেন্দ্ৰই এখন গাঁৱত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰে। ই ভাৰতীয় জনস্বাস্থ্য সেৱা প্ৰণালীৰ এটা অংশ। প্ৰাথমিক স্বাস্থ্য সেৱা কাৰ্যকলাপবোৰৰ ভিতৰত আছে গৰ্ভনিৰোধকৰ বিষয়ে পৰামৰ্শ দিয়া আৰু যোগান ধৰা, পুষ্টি আৰু পৰিপূৰকৰ বিষয়ে শিক্ষা দিয়া, লগতে শিশুসকলৰ বাবে প্ৰাক-প্ৰথমিক বিদ্যালয় ৰূপে কাম কৰা। কেন্দ্ৰবোৰ অ'ৰেল ৰিহাইড্ৰেচন চল্ট (অ'আৰএছ), প্ৰাথমিক ঔষধ আৰু গৰ্ভনিৰোধকৰ বাবে কোষ্ঠাগাৰ হিচাপেও ব্যৱহাৰ কৰা হ'ব পাৰে। ৩১ জানুৱাৰী ২০১৩-ৰ তথ্য অনুসৰি, ১৩.৭ লাখ অনুমোদিত অংগনবাদী কেন্দ্ৰৰ ভিতৰত প্ৰায় ১৩.৩ লাখ অংগনবাদী কেন্দ্ৰ কাৰ্যৰত হৈছে। এই কেন্দ্ৰবোৰে পৰিপূৰক পুষ্টি, অনানুষ্ঠানিক প্ৰাক-প্ৰথমিক বিদ্যালয় শিক্ষা, পুষ্টি আৰু স্বাস্থ্য শিক্ষা, টিকাকৰণ, স্বাস্থ্য পৰীক্ষা আৰু ৰেফাৰেল সেৱা প্ৰদান কৰে। ইয়াৰে অন্তিম তিনিটা সেৱা ৰাজহুৱা স্বাস্থ্য প্ৰণালীৰ সৈতে একত্ৰিত হৈ প্ৰদান কৰা হয়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাপুষ্টিহীনতাভাৰতভাৰত চৰকাৰহিন্দী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কোচ ৰাজবংশীদেওহাঁহকৃষ্ণমহেশ্বৰ নেওগঢেঁকীভাৰতৰ নিৰ্বাচন আয়োগলোক-সংগীতছগ্ৰা মিছাৱাভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলনলুৰিন জ্যোতি গগৈকেতেকী ফুলভাৰতৰ উচ্চতম ন্যায়ালয়শিশু শিক্ষা সমিতি, অসমহেপাটাইটিছ বিধানমৈৰামৰা দৌলতোলনি বিয়াজুবিন গাৰ্গবিত্তীয় ব্যৱস্থালোকসভা২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনসাপপিয়লী ফুকন (চলচ্চিত্ৰ)হলীৰাম ডেকাশ্ৰীমন্ত শংকৰদেৱসমাজৰামসৌৰজগতঅসমীয়া কবিতাঠেঙ্গাল কছাৰী জনগোষ্ঠীজন গণ মনকাউণ্টি কিউলেননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ভাৰতীয় দৰ্শনপিঠাপতঞ্জলিৰ যোগসূত্ৰওৰাং ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকানলিনীবালা দেৱীআল্লাহনৱকান্ত বৰুৱাবঙালী ভাষাওজাপালিশোণিতপুৰ জিলাআহোম-মোগলৰ সংঘৰ্ষমুগা (ৰেচম)মহামায়া ধামশ্ৰীনিবাস ৰামানুজনঋতুশিৱসাগৰ জিলাদৌল গোবিন্দ মন্দিৰপুতলা নাচপ্লাষ্টিককামিনী কাঞ্চনসিন্ধু নদীকমলাকান্ত ভট্টাচাৰ্য্যবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমৰ পৰম্পৰাগত খেল-ধেমালিবাগ্‌ধ্বনিনলবাৰী জিলাভিটামিনকলিমাৰুদ্ৰেশ্বৰ দেৱালয়পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰসত্ৰলাভলীনা বৰগোহাঁইভূমিকম্পআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডআঙুলি সঞ্চালনমণিকৰ্ণেশ্বৰ দেৱালয়লখিমপুৰ (লোকসভা সমষ্টি)দেউলভাৰত-ইউৰোপীয় ভাষা পৰিয়ালগোলকীকৰণ🡆 More